পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭৮ তিনৰ্থিলৈ প্রথম পত্র । ১৩ অগেয়ে ১৪ অCি জনাই মোক বিশ্বাসী মানি সেৱাৰ বাবে নিযোজন কৰিলে, মোক এনে শক্তি দিয়া অমাৰ প্ৰভু যীশু খ্রীষ্ট, তেওঁক স্তুতি কৰি অাছে।। ময়ো নিন্দক, তাড়না কৰোতা, অৰুি হিংসক আছিলোঁ; কিন্তু অজ্ঞান অ অবিশ্বাসতে সেই কর্মা কৰিলো, এই নিমিত্তে ময় দায়। পালে।। যীশু খীষ্টত যি বিশ্বাস অৰুি প্ৰেম, তাৰে সৈতে অমিৰ প্ৰভুৰ তানুগ্রহ মোলৈ অতিশয় অধিক হৈছিল । ১৫ পাপী লোকক পৰিত্ৰণ কৰিবৰ নি- মিত্তে যীশু খ্রীষ্ট জগতত অৱতাৰ হল; এই কথা বিশ্বাসী হয়, অৰুি সক লোএ গ্রাহ্য কৰিবৰ যোগ্য । ১৬ সেই পাপী লোকৰ মাজত ময় প্রধান; কিন্তু যিবিলাকে অনন্ত আয়ুষ পবিৰ নিমিত্তে তেওঁত বিশ্বাস কৰিব, সি- বিলাকৰ অহি হবলৈ যীশু খ্রীষ্টে অাপোনাৰ অতি সহন প্ৰথমতে মোত যেন প্রকাশ কৰে, এই নিমিত্তে ময় দায়। পালোঁ। ১৭ অনাদি, অমৰ, অদৃশ্য ৰজা যি অদ্বিতীয় সৰ্ব্বজ্ঞানী ঈশ্বৰ, তেওঁৰ মৰ্যতা আৰু মহিমা সদা- সৰ্ব্বদীয় প্রকাশ হওক । অামেন। ১৮ হে পুত্র তিমথি, তুমি বিশ্বাস আৰু শুদ্ধ মন ৰাখি যেন উত্তম যুদ্ধ কৰা, এই নিমিত্তে তোমাৰ কথাত পূৰ্ব্বে কোৱা যি যি ভবিষ্যত বাণী, তাৰ দৰে ময় এই অাজ্ঞা দিছে । ১৯ সেই বিশ্বাস আৰু শুদ্ধ মন ত্যাগ কৰি কোনো কোনো বিশ্বাসৰ নৌকা ভঙ্গ কৰিলে; ২ সিবিলাকৰ মাজত হুমেনয় অাৰু চিকনৰ অাছে। সিহঁতে নিন্দা নকৰিবলৈ যেন শিকে, এই নিমিত্তে সিহঁতক ছয়তনৰ হাতত ময় সমর্পণ কৰিলে। - ২ অধ্যায় | অামি শান্ত ভাৱে আৰু নিৰ্ব্বিবোধে থাকি ধৰ্মৰ সকলোতে আৰু সজ অচৰ- ণতে। যেন কাল নিয়াম, এতেকে ময় প্রথমতে এই উপদেশ দিছে; ২ সক- লোৰে নিমিত্তে, বিশেষকৈ ৰজা আৰু অধিকাৰবিলাকৰ নিমিত্তে ঈশ্বৰৰ অগিত নিবেদন আৰু প্রার্থনা, মিনতি আৰু স্তুতি কৰা হওক । এই কর্ম অামাৰ ত্রাণ কত্ত। ঈশ্বৰৰ অগিত উত্তম আৰু গ্ৰহণীয় হয়; ৪ কিয়নো সকলে। মানুহে পৰিত্ৰাণ হৈ সত্যৰ জ্ঞান পোৱাই, তেওঁৰ ইচ্ছা। ৫ এক ঈশ্বৰ আছে, অাৰু তেওঁৰে মানুহৰে মাজত থকা এজন মধ্যস্থ মানুহ যি যীশু খ্রীষ্ট, ৬ তেওঁ সকলোৰে মুক্তিৰ মূল্যৰ অৰ্থে আপোনাৰ প্রাণ দিলে । কথ1 উচিত কালত প্রমাণ দিব লগা হোৱাত, তাৰে ময় প্রচাৰক আৰু পাচনি হৈ বিশ্বাস আৰু সত্যৰ সমন্ধে বিদেশী লোকক উপদেশ দিওঁত। বাবত নিযোজন হৈ আছে, এই কথা মিছা নকৈ সত্য ৰূপে কওঁ । ৮ এই হেতুকে পুৰুষবিলাকে পবিত্র হাত তুলি ক্রোধ অাৰু বিবাদ নো- হোৱাকৈ সকলো ঠাইতে প্রার্থনা কৰোক, এই মোৰ বঞ্চি। ১ সেই ৰূপে