পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়।


নিমিত্তে প্ৰাণ দিলে, সেই অমাৰ প্ৰভু য়ীশু খ্ৰীষ্টৰ দ্বাৰাই যেন পৰিত্ৰাণ পোৰা হওঁ, আৰু জাগি থকা বা নিদ্ৰিত হোৱা হলেও তেওঁৰে সৈতে যেন জীয়াই থাকো, ইয়াৰ নিমিত্তে নিযোজন কৰিলে। ১১ এই হেতুকে তো- মোলাকে যি ৰূপে কৰিছা, সেই ৰূপে ইজনে সিজনক সান্তনা দি থিৰ কৰিও থাকা। ১২ হে ভাইবিলাক, প্ৰভুৰ কাৰ্যতে তোমেলকিৰ ওপৰত যিবিলাক ৰক্ষক নিযোজন কৰা হৈ তোমোলাকৰ মাজত পৰিশ্ৰম কৰি উপদেশ দিএ, সিবিলাকক মান্য কৰা, ১৩ আৰু সিবিলাকৰ কৰ্মৰ নি- মিত্তে অতি প্ৰীতিৰে সমাদৰ কৰা; আৰু ইজনে সিজনে সৈতে কুশলে থাকা, তোমোলাকত আমাৰ এই নিবেদন। ১৪ হে ভাইবিলাক, এই মিনতি কৰিছে, অনিতি লোকক দোষ দেখুউৱা, অল্প সাহসীবিলাকক সান্তনা দিয়া, দুৰ্বলী লোকক ৰক্ষা কৰ, আৰু সকলোলৈকে সহনীয় হোৱা। ১৫ আৰু কোনো লোকক অপকাৰৰ সলনি তোমোলাকৰ কোনেও যেন অপকাৰ নকৰে, ইয়ালৈ সাবধান হোৱা; অৰুি আপোন আপোন লোক আৰু অন্য লোক সকললৈকো সদাই সজ আচৰি প্ৰবৰ্ত্তন কৰা। ১৬ সৰ্ব্বকালে অনিন্দ কৰা। ১৭ নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। ১৮ সকলো কথাত গুণ কীত্তন কা; কিয়নো তোমোলাকৰ অৰ্থে যীশু খ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। ১৯ পবিত্ৰ আত্মকি নুনুমাবা। ২৩ ভবিষ্যত বাক্য হেলা নকৰিব। সক- লো কথাৰ পৰীক্ষা কৰি, যি ভাল তাকে ধৰি ৰাখা। ২২ সকলো বিধ পাপৰ পৰা আঁতৰ হৈ থকা। ২৩ আৰু কুশল দিওঁতা ঈশ্বৰে তোমোলা- কক সম্পূৰ্ণ ৰূপে পবিত্ৰ কৰোক; আৰু আমাৰ প্ৰভু যীশু খীষ্ট অহা দিন- লৈকে তোমোলাকৰ আত্মা, প্ৰাণ, শৰীল, সকলোকে নিদুষী ৰূপে ৰাথোক। ২৪ যি জনাই তোমোলাকক নিমন্ত্ৰণ কৰিছে, তেওঁ বিশ্বাসী হোৱাত তাকে কৰিব। ২৫ হে ভাইবিলকি, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা। ২৬ পবিত্ৰ চুমা দি ভাই সকলক নমস্কাৰ কৰা। ২৭ তোমোলাকে এই পত্ৰ সকলো পবিত্ৰ ভাইবিলাকৰ আগত পাঠ কৰোৱা, প্ৰভুৰ নামেৰে তোমোলকিক এই আড্ডা দিছে॥ ২৮ তোমোলকি সকললৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ তনু- গৃহ হওক। [ আমেন। ] সময় হয়।