পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থেচলনীকীয়ালৈ পৌলে লিখা দ্বিতীয় পত্র । ১ অধ্যায়। আমাৰ - পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খীষ্টত আশ্রয় কৰা থে- চলনীকী লােকৰ মণ্ডলীলৈ পৌল অাৰু চিলা অাৰু তিমথিএ পত্র লিখিছে । ২ অমৰি পিতৃ ইশ্বৰ অৰুি প্ৰভু যীশু খ্রীষ্টৰ পৰা তোমােলাকলৈ অনুগ্ৰহ আৰু কুশল হওক। হে ভাইবিলাক, তোমোলাকৰ বিশ্বাস বাহি বহি আছে, আৰু তােমো- লাক সকলোৰে ইজনৰ সিজনলৈ প্রেম বৃদ্ধি হৈছে, এই হেতুকে যেনেকৈ উচিত আছে, তেনেকৈ আমি সদাই তোমোলাকৰ নিমিত্তে ঈশ্বৰক স্তুতি কৰিব লগা । ৪ আৰু সকলো তাড়না আৰু দুঃখ ভোগতো তোমোলাকৰ ধৌৰ্য আৰু বিশ্বাসৰ অর্থে ঈশ্বৰৰ মণ্ডলীবিলাকৰ মাজত তােমোলাকৰ প্ৰশংসাৰ কথা কৈছে। ৫ ঈশ্বৰৰ যি ৰাজ্যৰ নিমিত্তে তোমোলাকে দুঃখ ভােগ কৰি আছি, তোমোলাকে সেই ৰাজ্যৰ যোগ্য পাত্র যেন গণীত হবা, ঈশ্বৰৰ পৰমার্থিক শোধৰ এটা প্রকাশ হোৱা লক্ষণ সেই (দুঃখ ভোগেই)। ৬ কিয়নো ঈশ্বৰক নজনা লােক অাৰু আমাৰ প্ৰভ যীশু খীষ্টৰ শুভবাত্ত। নমনবিলাকক উচিত দণ্ড কৰিৰ নিমিত্তে যি কালত প্রভু যীশুএ আপোনাৰ বলৱন্ত দতবিলাকে সৈতে অগ্নিৰ সিখ্যাৰে স্বৰ্গৰ পৰা প্রকাশ হব, ৭ তেতিয়া তোমোলকিক দুঃখ দিয়া যি মানুহ, সিবিলাকক প্রতিফল দও কৰা; ৮ আৰু দুঃখ পোৱা যি তোমো- লাক, তোমোলাকক অমাৰে সৈতে বিশ্রাম দিয়া, এয়ে ঈশ্বৰৰ পৰমার্থিক ৯ অাপােনাৰ পবিত্ৰ লোকৰ দ্বাৰাই সমাদৰ পাৰ নিমিত্তে, অাৰু আমাৰ সাক্ষীত বিশ্বাস কৰা যি তােমোলাক, তােমোলাক অাৰু সকলো বিশ্বাসী লোকৰ দ্বাৰাই মানৱন্ত হবৰ নিমিত্তে, ১০ তেওঁ আহিবৰ সময়ে তেওঁৰ সর্ম খৰ পৰা অাৰু তেজস্মি মহিমাৰ পৰাও অনন্ত যতিনাৰে সিবিলাকৰ দণ্ড ১১ এই হেতুকে আমাৰ ঈশ্বৰে যেন তােমোলাকৰ এই আমন্ত্রণক যোগ্য মানে, আৰু আপোনাৰ অনুগ্রহেবে সকলো হিত কৰিবৰ যি ইচ্ছা, আৰু তােমোলাকৰ বিশ্বাসৰ যি কর্ম, সেইবিলাকক তেওঁ মহিমাৰে যেন সম্পূর্ণ। ১২ তত বাঝে অামাৰ ঈশ্বৰ আৰু প্ৰভু যীশু খ্রীষ্টৰ অনুগ্ৰহৰ কর্ম। হব।