পৃষ্ঠা:New Testament in Assamese.djvu/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

993 থে চলনীকীয়ালৈ প্ৰথম পত্ৰ। লীৰ বাহিৰ হোৱা লোকলৈকো তোমোলাকে যেন অকুটিল ৰূপে অচিৰণ কা, অ তোমোলাকৰ যেন কোনো বাকি নেথাকে, ১২ এই নিমিত্তে অমি যেনেকৈ অজ্ঞা দিলোঁ, তেনেকৈ নিবিৰোধ হৈ আপোনাৰ কাৰ্য্যত মনযোগ কৰি আপেনি আপোন হাতে কাম কৰি থকা হে ভাইবিলকি, অশি নাইকিয়া লোকৰ নিচিনা তোমোলাকে যেন শোক না, এই নিমিত্তে নিতি থকা লোকৰ কথাত তোমোলকি অজ্ঞানী হোৱা, আমাৰ এই ইচ্ছা নাই। ১৪ যীশু আপোনাৰ প্ৰণি এৰি পুনৰ্ব্বাৰ জীয়াই উঠিল, এয়ে যদি বিশ্বাস কৰা কথা হয়, তেন্তে যীশুৰ অয়িত নিদ্ৰিত হোৱাবিলাককে ঈশ্বৰে তেওঁৰে সৈতে অৱশ্যে অনিব। প্ৰভুৰ বাক্যৰ দ্বাৰাই তোমোলকিত এই কথা কৈছো, প্ৰভু অহাৰ দিনত অমাৰ যি লোক জীয়াই থাকে, সেইবিলাকে নিদ্ৰতি থকাবিলাকৰ অগেয়ে যোৱা ১৬ কিয়নো জয়ধ্বনি অ িপ্ৰধান দূতৰ শবদ অৰুি ঈশ্বৰৰ ভেঁৰিৰ বাদে সৈতে প্ৰভু আপুনি সৰগৰ পৰা নামিব; আৰু খ্ৰীষ্টৰ অয়িত মৰা লোকেই প্ৰথমে উঠিব; ১৭ পাছে অশেষ জীয়াই থকা অমিকে প্ৰভু সাক্ষাত হবলৈ সিবিলাকে সৈতে আকাশলৈ নিয়া হব; তাতে আমি সদাই প্ৰভুৰ লগত একে ঠাইতে থাকিম। ১৮ এই কথাৰ দ্বাৰাই তোমোলাকে ইজনে সিজনক সান্তনা কৰা। নহব। ৫ অধ্যায়। হে ভাইবিলকি, কাল বা বিশেষ সময়ৰ কথা ময় তোমোলাকলৈ লিখাৰ একো প্ৰয়োজন নাই। ২ কিয়নো ৰাতি যেনেকৈ চোৰ আহে, তেনেকৈ প্ৰভুৰ দিন আহিব, ইয়াক তোমোলাকে আপুনি নিশ্চয়ে জানা। ৩ কুশল আৰু নিবিঘিনি, এই কথা যি কালত লোকবিলাকে বুলিব, সেই কালতে অকস্মিতে গভিনীৰ প্ৰসৱৰ বেদনাৰ নিচিনা সিবিলাকৰ বিনাশ আহিব, আৰু সিবিলাকে সাৰিবও নোৱাৰে। কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনা- কৈ সেই দিনে তোমোলাকক খেদি ধৰিবলৈ তোমোলাক এন্ধাৰত থকা নোহোৱা; তোমোলাক সকলো পহৰ আৰু দিনৰ সন্তান হৈ অছা; আমি ৰাতি আৰু এন্ধাৰৰ লোক নহওঁ। ৬ এই হেতুকে আহা, আমি অন মানুহৰ নিচিনাকৈ টোপনীয়াই নেথাকি, পৰ দি চেতনে থাকোহঁক। ৭ যিবিলাকে টোপনীয়াই থাকে, সিবিলাকে ৰাতিতে টোপনীয়াই; আৰু যিবিলাক মতলীয়া হয়, সিবিলাকে। ৰাতিতে মতলীয়া হৈছে। ৮ কিন্তু দিনৰ সন্তান যি অমি, আমি বিশ্বাস অৰুি প্ৰেমৰ বুকুৰি পিন্ধি আৰু পৰিত্ৰাণৰ অশি। টকয়া ৰূপে মূৰত দি চেতনে থাকেঁাক। কিয়নো ঈশ্বৰে ক্ৰোধলৈ আমাক নিযোজন কৰা নাই; ১: কিন্তু যি জনাই অমাৰ