পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬৪ কলচীয়ালৈ পত্ৰ। ২ অধ্যায়। তোমোলকি অৰুি লাৱদিকিয়াত থকাবিলাক অৰুি মোৰ সাৰীৰিক মুখ নে- দেখা সকলে পিতৃ ঈশ্বৰ অৰুি খীষ্টৰ গোপনীয় কথা জানিবৰ নিমিত্তে সকলো সম্পূৰ্ণ জ্ঞানেৰে ধনৱন্ত অৰুি প্ৰীতিৰে বন্ধ হৈ মনত সান্তনা যেন পাই, ২ এই নিমিত্তে সিবিলাকৰ কাৰণে মোৰ কেনে যতন, তাক সিবিলাকে জানিবলৈ মোৰ ইচ্ছা হয়। ৩ সেই গোপনীয় কথাতে সকলে। জ্ঞনি অি বুদ্ধিৰ ধন লুকাই আছে। ৪ আৰু কোনোএ মোহীত কথাৰ দ্বাৰাই জানে। তোমোলকিক ভুলাই, এই নিমিত্তে ময় ইমাকে কৈছোঁ। ৫ ময় শৰীলেৰে তোমোলাকৰ পৰা যদি অতিৰ হৈছে, তেও অত্মৰে তোমোলাকৰ সাক্ষা- তে হৈ আছে; আৰু তোমোলাকৰ সজ ৰীতি আৰু খ্ৰীষ্টত থিৰ হোৱা বিশ্বাস দেখি ময় অনিন্দ কৰিছে। ৬ তোমোলাকে যেনেকৈ প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলা, সেই ৰূপে তেওঁত আচৰণ কৰি, ৭ তেওঁক মূল ধৰি সজা হৈ যি ৰূপ উপদেশ পাইছিল, সেই ৰূপে বিশ্বাস ৰ্থিৰ হৈ স্তুতি কৰি তীতে বৃদ্ধি হোৱা। ৮ কোনো মানুহে খ্ৰীষ্টৰ পথৰ নোহোৱা সংসাৰিক শিক্ষাৰ দৰে গুৰু বাক্য প্ৰমাণ দি বিদ্যা আৰু অনথক কপটৰ কথাৰ দ্বাৰাই তোমোলকিক যেন নুডুলাই, এই নিমিত্তে সাৱধনি হোৱা। ৯ কিয়নো ঈশ্বৰ সকলো সম্পূৰ্ণ গুণ শৰীল ৰূপেৰে খ্ৰীষ্টত নিবাস কৰে; আৰু তেওঁ সকলো ৰাজ্য আৰু পৰাক্ৰমৰ মূৰ; তেওঁতে তোমোলাক সম্পূৰ্ণ সিন্ধি হৈছা। ১১ অৰুি খ্ৰীষ্টৰ চৰ্মছেদন, অৰ্থাৎ হাতে নকৰা যি চৰ্মছেদন, তাৰ দ্বাৰাই [পপি ৰূপ] সংসাৰিক শীল ত্যাগ কৰাত তো- মোলাকে তেওঁত চৰ্মছেদন পোৱা হৈছা। ১২ আৰু বুৰ দিওৱাৰেই তেৱে সৈতে মৈদামত শুবাই থোৱা হৈ, মৰণৰ পৰা তেওঁক তোলা ঈশ্বৰৰ মহত কৰ্মত বিশ্বাসৰ দ্বাৰাই খ্ৰীষ্টে সৈতে উঠি অছা। ১৩ পপিত আৰু শৰী- লৰ অচৰ্মছেদনত মৰি থকা যি তোমোলকি, তোমোলাকক তেৰে সৈতে ঈশ্বৰে জীয়ালে, ১৪ আৰু আমাৰ সকলো পাপ খেমা কৰি, হাতে লিখ। যি বিধি শাস্ত্ৰ অমাৰ বিৰোধ হৈ আছিল, তাক অমাৰ মাজৰ পৰা গুছাই নি তেওঁৰ পেৰেঙ্গণীত লগাই মাৰিলে। ১৫ তীতে প্ৰধান আৰু পৰক্ৰিমী ভূত সকলক জিনী, সিহঁতৰ ওপৰত জয়ধ্বনিৰে আনন্দ কৰি সিহঁতক প্ৰকাশ ৰূপে লীজ দি দেখালে। ১৬ এই হেতুকে খোৱা বা পান কৰা বস্তু, উৎসৱ বা অমাবশ্যা, বা পূৰ্বৰ বিশ্ৰাম দিনৰ কথাত কোনেও তোমোলাকক দুষী নকৰোক। ১৭ এই সকলো পাছে হব লগা কথাৰ ছাঁয়া মাথোন; কিন্তু সেই সকলোৰে শৰীল খ্ৰীষ্ট। ১৮ যি মানুহে আপোনাৰ ইচ্ছাৰে নম ভাও আৰু দূতবিলাকক সেৱা কৰি সংসাৰিক মনেৰে অকাৰণত গব্বী হি নেদেখা কথা বিচাৰ কৰে, ১৯ অৰু