পৃষ্ঠা:New Testament in Assamese.djvu/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। যি জনাৰ পৰাই গোটেই শৰীল গাঠি আৰু বন্ধনৰ দ্বাৰাই সংযোগ আৰু প্ৰতিপাল হৈ, ঈশ্বৰে দিয়া বৃদ্ধিৰে বাহে, এনে শৰীলৰ মূৰ যি খীষ্ট, তেওঁক অমান্য কৰে, এনে কোনো লোকে তোমোলকিক ভুলাই ধৰ্মৰ ফল গছাবলৈ নিদিবা। ২০ তোমোলাক যদি সংসাৰিক শিক্ষাৰ কথাত খীষ্টে সৈতে মৰা হৈছা, তেন্তে ভোগ কৰাত মাথোন নষ্ট হোৱা যি যি দুব্য, ২১ তাক নুচুবা, নেচা- কিবা, হাতেৰে নধৰিবা, ২২ মানুহৰ অজ্ঞা আৰু শিক্ষাৰ দৰে এনে যি বিধি, তোমোলাকে সংসাৰিক লোকৰ নিচিনাকৈ কিয় সেই বিধিৰ বশ হোৱা? ২৩ অপেন ইচ্ছাৰে ভজনা আৰু নমুভাও আৰু শৰীলক দুঃখ দিয়া, এইবিলাকৰ দ্বাৰাই সেই বিধি জ্ঞানৰ যেন দেখা হয়; কিন্তু সি শৰীলক একো মৰ্যতা নকৰি কেৱল সংসাৰীক কামনা মাথোন সিন্ধি কৰে। ৩ অধ্যায়। ৩ o তোমোলাকে যদি খ্ৰীষ্টে সৈতে উঠা হোৱা, তেন্তে ঈশ্বৰৰ সে ফালে খ্ৰীষ্টে বহি থকা যি ওপৰ থান, সেই থানৰ কথা বিচাৰিব। ২ পৃথিবীৰ কথাত মন অসিক্ত নহৈ ওপৰৰ কথাত অসিক্ত হোৱা। কিয়নো তোমোলাক মৰা হৈছা, অৰুি খ্ৰীষ্টে সৈতে তোমোলাকৰ জীৱন ঈশ্বৰত লুকুৱা হৈছে। ৪ অমাৰ জীৱন যি খীষ্ট, তেওঁ যেতিয়া প্ৰকাশ হৈ আহিব, তেতিয়া তেৱে সৈতে তোমোলাকে মহিমাযুক্ত প্ৰকাশ হব। ৫ এই হেতুকে বেশ্যালি আদি অশুচি কৰ্ম, কুচিত অভিলাষ, আৰু দেও- পূজাৰ নিচিনা যি ধনৰ লোভ, এই সকলো কথাত তোমোলাকে অপোনাৰ সংসাৰিক ইন্দ্ৰিয় অঙ্গবোৰক দমন কৰা। ৬ এইবিলাক কথাৰ কাৰণে অজ্ঞা উলঙঘন কৰা সকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ থাকে। ৭ অগেয়ে তোমোলাকেও এই সকল কুকৰ্মত দিন নিয়াই এনে ব্যৱহাৰ অচিৰিছি- ৮ কিন্তু এতিয়া খঙ্গ, ক্ৰোধ, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচ- নীয় বচন, এই সকলোকে দূৰ কৰা। ৯ আৰু তোমোলাকে ইজনে সি- জনত মিছা কথা নকবা; কিয়নো তোমোলাকে কৰ্মো সৈতে পুৰণি স্বভাৱ ত্যাগ কৰি, ১০ সুজন কৰা জনাৰ প্ৰতিমূৰ্ত্তিৰ দৰে জ্ঞানেৰে নতুনকৈ নিৰ্মান হোৱা যি নতুন স্বভাৱ, তীক লৈ পিন্ধি আছা। ১১ সেই নতুন স্বভাৱৰ দ্বাৰাই তোমোলাকৰ মাজত য়িহুদী বা বিদেশী, চৰ্মছেদী বা অচৰ্মছেদী লোক, স্লেচ বা স্ফথিয়া, বন্দী বা স্বতন্ত্ৰ, এইবিলাকৰ কোনো ভেদ নাই; কিন্তু খীষ্ট সকলোতে সকলো হৈছে। ১২ এই হেতুকে ঈশ্ব মনোনীত লোকৰ নিচিন পবিত্ৰ আৰু প্ৰিয় হৈ, আন্তৰিক দায়ী, অনুগ্ৰহ, নমু মন, মৃদু ভওি আৰু ধৌৰ্য্য, এই সকলোৰে সৈতে বিভূষিত হোৱা। ১৩ তোমোলাকে সহন লা।