পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। 1 ১৯ কিয়নো . মাক এন্ধাৰৰ শক্তিৰ পৰা উদ্ধাৰ কৰি আপোনাৰ প্ৰিয় পুত্ৰৰ ৰাজ্যত থানান্তৰ কৰি থৈছে; ১৪ [তেওঁৰ তেজৰ দ্বাৰাই] আমি তেওঁত পৰিত্ৰাণ, অৰ্থাৎ পপি মোচন পোৱা হৈছে। ১৫ তেওঁ অদৃশ্য ঈশ্বৰ প্ৰতিমূৰ্তি, আৰু সমুদায় সৃষ্টিৰ মাজত আদি পুত্ৰ। ১৬ সিংহাসন বা ৰাজ শাসন, অধি- পতি বা পৰাক্ৰম, দৃশ্য বা অদৃশ্য হওক, স্বৰ্গতো পৃথিবীতে। থকা সকলোকে তেৱে সজিলে; তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সকলো সুজন কৰা হৈছে। ১৭ তেওঁ সকলো বস্তুৰ আদি, আৰু সকলকো থিতি কত্ত। ১৮ অৰু সকলো ভাৱে তেওঁ যেন প্ৰধান হয়, এই নিমিত্তে তেওঁ আদি অৰুি মৃত্যুৰ পৰা প্ৰথমে উঠা জনা হৈ, শৰীল অৰ্থাৎ মণ্ডলীৰ মূৰ হৈছে। তেওঁত যেন সকলো সম্পূৰ্ণ গুণ থাকে, অৰুি পেৰেঙ্গণিত উলিওৱা তেওঁৰ তেজৰ দ্বাৰাই মিলন কৰি, ২০ পৃথিবীত থকা হওক বা স্বৰ্গত থকা হওক, সকলোকে অপেনিৰে সৈতে যেন মিল কৰে, ইয়াকে উচিত দেখা হৈ- ছিল। ২১ অৰুি পূৰ্ব্ব কালে ঈশ্বৰৰ পৰা দূৰ হৈ দুষ্ট কৰ্ম অচিৰণ কৰাত তেওঁৰ শত্ৰু হোৱা যি তোমোলকি, তোমোলকিকো আপোনাৰ মঙ্গহৰ শৰীৰ মৰণৰ দ্বাৰাই মিল কৰিলে; ২২ তীতে যি শুভবাত্ত। তোমোলাকে শুনিলা, আৰু স্বৰ্গৰ তলৰ সকলো প্ৰাণীৰ আগত কীত্তন কৰা হৈছে, আৰু ময় পৌলো যাৰে সেৱক হৈছে, ২৩ সেই শুভবত্তিাৰ আশাৰ পৰা লৰোৱা নহৈ, বিশ্বাসতে মূল ধৰি থিৰ হৈ থক যদি, তেৱে তোমোলকিক আপোনাৰ সাক্ষাতে পবিত্ৰ আৰু নিৰপৰাধী আৰু নিদুষী কৰি থব। ২৪ এতিয়া তোমোলাকৰ নিমিত্তে ময় যি দুঃখ ভোগ কৰে, তাতে আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ যি অৱশেষ দুঃখ ভোগ থাকিছে, তাকে তেওঁৰ শৰীল অৰ্থাৎ মণ্ডলীৰ কাৰণে মোৰ দেহতে সম্পূৰ্ণ ভোগ কৰিছে॥ অগিৰ কালত ঈশ্বৰৰ যি বাক্য অৰ্থাৎ যি গোপনীয় কথা পূৰ্ব্ব যুগত পূৰ্ব্ব পুৰুষৰ পৰা লুকাই আছিল, কিন্তু এতিয়া পবিত্ৰ লোকৰ অগিত প্ৰকাশ হৈছে, ২৬ সেই বাক্য সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিবলৈ তোমোলাকৰ নিমিত্তে মোক ঈশ্বৰে দিয়া ববিৰ দৰে ময় সেই মণ্ডলীৰ সেৱক হৈছে॥ ২৭ অৰু বিদেশী লোকৰ অৰ্থে এই গোপণীয় কথা, অৰ্থাৎ খ্ৰীষ্টে তোমোলকিত থাকি মহি- মাৰ অশি। জন্মাই, সেই কথাৰ যি অধিক মহিমা, তাক পবিত্ৰ লোকত জনাবলৈ ঈশ্বৰে ইচ্ছা কৰিলে। ২৮ এই হেতুকে প্ৰতি জনকে যীশু খ্ৰীষ্টত সিন্ধি কৰি তেওঁৰ অগিত থবলৈ আমি সকলো মানুহক চেতনা দি আৰু সকলো ৰূপে জ্ঞানৰ উপদেশকো দি তেওঁৰ কথা কীৰ্ত্তণ কৰে। ২৯ সেই কথাতে তেওঁৰ যি শক্তি বলৱন্ত ৰূপে মোৰ হতুৱাই কৰ্ম কৰাই, সেই শক্তিৰ দ্বাৰাই ময় অতি যতেনৰে পৰিশ্ৰম কৰি আছে॥ 89