পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬২ কলচীয়ালৈ পত্ৰ। ২১ প্ৰভু যীশু খ্ৰীষ্টৰ সকলো পবিত্ৰ লোকক নমস্কাৰ কৰা। মোৰ লগৰ ভাইবিলাকে তোমেলিকক নমস্কাৰ কৰি জনাইছে। ২২ পবিত্ৰ লোক সকল আৰু বিশেষকৈ কৈচৰৰ পৰীয়ালবিলাকে তোমোলকিক নমস্কাৰ কৰিছে। ২৩ [অমিৰি ] প্ৰভু যীশু খীষ্টৰ অনুগ্ৰহ তোমেলিকি সকললৈ হওক। আমেন। কলচীয়াবিলাকলৈ পৌলে লিখা পত্ৰ। ১ অধ্যায়। ঈশ্বৰৰ ইচ্ছাৰে যীশু খ্ৰীষ্টৰ পাঁচনি পৌল অৰুি অমীৰ ভাই মিথিএ কলচীত থকা পবিত্ৰ আৰু খ্ৰীষ্টত বিশ্বাসী ভাইবিলাকলৈ পত্ৰ লিখিছে। ২ আমাৰ পিতৃ ঈশ্বৰ [আৰু প্ৰভু যীশু খীষ্টৰ ] পৰা তোমোলাকলৈ অনুগ্ৰহ অৰুি কুশল হওক। ৩ তোমোলাকৰ নিমিত্তে স্বৰ্গত সঁচি থোৱা সুখৰ আশীৰ যি কথা তো- মোলাকে অগেয়ে শুভবাত্তৰ সত্য বাক্যেৰে শুনিলা, ৪ সেই অশাৰ দ্বাৰাই যীশু খ্ৰীষ্টত তোমোলাকৰ যি বিশ্বাস, অৰু পবিত্ৰ লোক সকললৈ তোমোলাকৰ যি প্ৰেম, ৫ আমি তাক শুনি তোমোলাকৰ নিমিত্তে অ- মাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বক স্তুতি আৰু সদাই প্ৰাৰ্থনা কৰি আছে। ৬ সেই শুভবাত্ত। তোমোলাকৰ মাজতো যেনে, তেনেকৈ গোটেই জগতত প্ৰকাশ হৈছে; অৰুি তাকে শুনি তোমোলাকে সত্য ৰূপে ঈশ্বৰৰ অনুগ্ৰহ পোৱা দিনৰে পৰা তোমোলাকৰ মাজত যেনেকৈ ফল ধৰিছে, তেনেকৈ গোটেই জগততে ফল ধৰি বাহি আছে। ৭ অৰু আমাৰ লগৰ প্ৰিয় বন্দী আৰু তোমোলাকৰ নিমিত্তে খীষ্টৰ বিশ্বাসী সেৱক যি এপাফ, তেওঁৰ পৰাও তোমোলাকে এই কথা শিকিল; ৮ তেৱেই তোমোলাকৰ পৰমাৰ্থিক প্ৰেম আমকো জনালে। ৯ সেই কথা শুনা দিনৰে পৰা তোমোলাকৰ নি- মিত্তে নিছিদুকৈ প্ৰাৰ্থনা কৰে, ১০ আৰু তোমোলাকে যেন সকলো জ্ঞান আৰু পৰ্মাৰ্থিক বুন্ধিএৰে ঈশ্বৰৰ ইচ্ছাৰ সম্পূৰ্ণ জ্ঞানৱন্ত হোৱা, আৰু তেওঁৰ সেই জ্ঞানত বহি সকলো সজ কৰ্মৰ ফলেৰে ফলৱন্ত হৈ প্ৰভুৰ যোগ্য আৰু সৰ্ব্ব সন্তোষ জনক অচিৰণ যেন অচিৰা, অ িঈশ্বৰৰ প্ৰভাওযুক্ত মহিমীৰ দৰে আনন্দে সৈতে সকলোকে সহন কৰিবলৈ আৰু ধৌৰ্য্য ধৰিবলৈ- কে৷ সকলো বলেৰে যেন বলৱন্ত হোৱা, ইয়াকে বিনয় কৰিছে। ১২ আৰু পহৰ হোৱা থানত থকা পবিত্ৰ লোকৰ সুখৰ অধিকাৰ ববি পাবলৈ অ- মাক যোগ্য কৰা যি জন। পিতৃ, তেওঁক স্তুতি কৰিছে॥ ১৩ তেৱে আ-