পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। কৰা। so শুভবাত্তৰ কীৰ্ত্তনত মোৰে সৈতে পৰিশ্ৰম কৰিলে, আৰু মোৰ লগত সহাই কৰা আন আন আৰু কিলিমেন, এই যি যিবিলাকৰ নাম জীৱন পুথিত লিখা আছে, সেই সকলোকে উপকাৰ কৰা। ৪ তোমোলাকে প্ৰভূত সদাই অনিন্দ কৰা; পুনৰ বাৰো কৈছো, আনন্দ ৫ তোমোলাকৰ নম মন সকলে লোকৰ অগিত প্ৰকাশ হওক; প্ৰতু ওচৰ হৈ আছে। ৬ একোলৈ চিন্তা নকৰিবা, কিন্তু সকলোতে গণ কীত্তন কৰি, নিবেদন আৰু প্ৰাৰ্থনাৰ দ্বাৰাই তোমোলাকৰ যষ্টি। ঈশ্ব- ৰৰ অগিত জনাব। ৭ তাতে সকলো জ্ঞানৰ অগম্য ঈশ্বৰে দিয়া যি সান্ত- , সেই সান্তনাই যীশু খ্ৰীষ্টত তোমোলাকৰ চিত্ত অৰুি মন ৰক্ষা কৰিব। ৮ শেষতে কৈছো, হে ভাইবিলাক, যি যি কথা সত্য, যি যি উত্তম, আৰু পৰ- মাৰ্থিক, নিৰ্মল, প্ৰিয়, সুখ্যাতি, অৰু অন্য এনে কোনো ধৰ্ম বা প্ৰশংসনীয় কথা থাকে যদি, তেন্তে সেইবিলাক কথালৈ চিন্তা কৰিবা। তোমোলাকে। যি যি কথা শিকি গ্ৰহণ কৰিলা, অৰুি মোৰ লগত দেখিলা শুনিলা, সেই সক- লোকে অচিৰণ কৰা; তাতে সান্তনা কতো ঈশ্বৰ তোমোলাকৰ লগত থাকিব। এতিয়া শেষতে মোৰ কাৰণে তোমোলাকৰ চিন্তা অকিও বহিছে, এই নিমিত্তে ময় প্ৰভুতে অতিশয় অনিন্দ কৰিলোঁ; অগেয়ে মোৰ কথা চিন্তিছিলা হয়, কিন্তু তোমোলাকে চুল নোপোৱা হৈ আছিল। ১১ দৰিদ্ৰৰ প্ৰয়োজনে ময় এই কথা কৈছে, এনে নহয়; কিয়নো মোৰ যি কোনো অৱস্থা হওক, তাতে সন্তোষ হৈ থাকিবলৈ শিকিলে। ১২ দুঃখীয়া হবলৈ অৰুি অধিক ঐশ্বৰ্য্য ভোগ কৰিবলৈকো জানো; যি কোনো ঠাইত বা যি অৱস্থাত হওক, সুভক্ষ আৰু দুৰ্ভিক্ষ, অধিক ঐশ্বৰ্য্য অৰুি দৰিদ্ৰ ভোগ কৰিবলৈকো ময় শিকিলো। মোক শক্তি দিয়া যি [ খীষ্ট] তেওঁৰ দ্বাৰাই সকলোকে কৰিব পাৰে। ১৪ তথাপি তোমোলাকে মোৰ দুখৰ কলিত যে উপকাৰ কৰিলা, তাতে ভাল কৰিল॥ ১৫ হে ফিলিপীয়া ভাইবিলাক, শুভবত্তি। কীত্তন কৰাৰ আৰম্ভণত যেতিয়া ময় মাকেনিয়া দেশ এৰিলে, তেতিয়া তোমোলাকৰ বাহিৰে কোনো মণ্ডলীৰ লোকে দান দিয়া দনি লোৱাৰ কথাত মোৰে সৈতে একো সমন্ধ নকৰিলে, ইয়াকে তোমোলাকে জানিবা। ১৬ ময় থেচলনীকীত থাকোতেও তোমোলাকে এবেলি দুবেলীও মোৰ দৰি- দুৰ কাৰণে উপকাৰ পঠাইছিলা। ১৭ ময় দান বিচাৰিছোঁ, এনে নহয়, কিন্তু তোমোলাকৰ অধিক হিত কৰা ফল বিচাৰিছোঁ। ১৮ এতিয়া মোৰ। সকলো আছে, আৰু অধিকো হৈছে; ঈশ্বৰৰ গ্ৰহণীয় আৰু তুষ্ট হোৱা সুগন্ধি নৈবেদ্য ৰূপ যি বস্তু তোমোলাকে পঠাইছা, তাকে এপাফুদিতৰ হাতে পাই সম্পূৰ্ণ হৈ আছে। ১৯ আৰু মোৰ ঈশ্বৰে আপোনাৰ ঐশ্বৰ্য্যন্ত মহিমাৰ দৰে যীশু খ্ৰীষ্টৰ দ্বাৰাই তোমোলাকৰ সকলো প্ৰয়োজন সিন্ধি কৰিব। ২০ আমাৰ পিতৃ ঈশ্বৰৰ মহিমা সদাসৰ্বদীয় প্ৰকাশ হওক। অমেন।