পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফিলিপীয়ালৈ পত্ৰ। নিমিত্তে ময় হানি যেন বুজিলোঁ। ৮ আৰু মোৰ প্ৰভু খ্ৰীশু খ্ৰীষ্টক জন। সৰ্বোত্তম নিৰ নিমিত্তে সকলোকে হানি যেনহে দেখে; ১ আৰু বিধান পলিন কৰাত নিজ পুণ্যেৰে পুণ্যৱন্ত নহৈ, খীষ্টত বিশ্বাস কৰি দ্বাৰাই যি পূণ্য, অৰ্থাৎ বিশ্বাস কৰাত ঈশ্বৰে দিয়া পূণ্য, সেই পুণ্যেৰে পূণ্যৱন্ত হৈ, তেওঁৰ দ্বাৰাই যেন গ্ৰাহ্য হওঁ, ১০ তাত বাঝে তেওঁক, অৰুি তেওঁৰ উঠানৰ শক্তি, অৰুি তেওঁৰ দঃখৰ সঙ্গী ভগি জানিবলৈ, অৰুি তেওঁৰ মৃত্যু ভোগ কৰি, মৰ লোকৰ পুনৰ উঠান যেন কোনে মতে পাওঁ, এই নিমিত্তে তেওঁৰ অৰ্থে সকলৰে। হানি পোৱা হৈ সকলোকে বিষ্ঠা হেনহে মানে॥ ১২ এতিয়া মেৰি এই অশিৰি সিন্ধি পালে, বা এতিয়া সম্পূৰ্ণ হৈছোঁ, এনে নহয়; কিন্তু যিহৰ নিমিত্তে খ্ৰীষ্টৰ দ্বাৰাই মোক ধৰা হৈছে, ময় তাকে ধৰি- বৰ নিমিত্তে খেদি গৈছে। হে ভাইবিলাক, ময় যে তাক ধৰিলো, এনেকৈ ভাবনা নকৰে; কিন্তু পাছত থকা সকলোকে নিচিন্তি, যি যি অগিত থাকে, তালৈকে যতন কৰি, ১৪ যীশু খ্ৰীষ্ট ৰ দ্বাৰাই ওপৰৰ পৰা ঈশ্বৰৰ যি আমন্ত্ৰণ বঁটা, তাক পাৰ নিমিত্তে ঘাইলৈ লৰি যাওঁ। হেতুকে আমি যিমান লোক সম্পূৰ্ণ হৈছোঁ, অহিঁ, এই ৰূপে ভাবনা কৰে। হক; অৰুি কোনো কথাত তোমোলাকৰ অনি মন হয় যদি, ঈশ্বৰে তাকে। তোমোলকিলৈ প্ৰকাশ কৰি দেখবি। ১৬ তথাপি আমি যিমান পালেহি, তৰি দৰে একে চিত্ত হৈ অচিৰণ কৰোহঁক। ১৭ হে ভাইবিলাক, তোমোলাকে মোৰ পথেই চলা, অৰু তোমোলকি আহী যি আমি, আমাৰ নিচিনা অচিৰণ কৰবিলাকক বিবেচনা কৰা। ১৮ কিয়নো অনেকৰ অচিৰণৰ কথাত ময় বাৰে বাৰে কলে, এতিয়াও কান্দিহে কৈছে, সিবিলাক খীষ্টৰ পেৰেঙ্গণিৰ শত্ৰু; ১১ সিহঁতৰ শেষ গতি সৰ্ব্বনাশ; সিহঁতৰ ইশ্বৰ হলে আপোন অপোন পেট; সিহঁতে অ- পুনি কৰা লাজৰ কৰ্মতে প্ৰশংসা কৰে, সিহঁতে সংসাৰিক কথাকেহে চিন্তি থাকে। ২০ কিন্তু আমি স্বৰ্গৰ প্ৰজা হৈ, ত্ৰাণ কত্ত। প্ৰভু যীশু খ্ৰীষ্ট স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰি আছে; ২১ তেৱে যি মহাত্মাৰ দ্বাৰাই সকলোকে আপোনাৰ বশ কৰিব পাৰে, সেই শক্তিয়েৰে আমাৰ অধম শৰীলক অন ৰূপ কৰি আপোনাৰ জ্যোতিৰ্ময় শৰীলৰ নিচিনা কৰিব। ও অধ্যায়। হে মোৰ অতি প্ৰিয় আৰু ইষ্ট ভাইবিলাক, মোৰ আনন্দ অৰু কিৰীটী, মোৰ অতি প্ৰিয় সকল, এই ৰূপে প্ৰভুতে থিৰ হৈ থক। ২ হে এৰদিয়া, হে চুখি, প্ৰভূত একে মন হোৱা, তোমোলকিত এই মিনতি কৰিছে। ৩ হে মোৰ স্বৰূপ সহায়, তোমাকে বিনয় কৰি কৈছে, যি যি স্ত্ৰী লোকে