পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। ৩৫৯ 1 তা তেওঁৰ নিচিনা মোৰ লগত আন কোনো নাই। ২১ যীশু খ্ৰীষ্টৰ কথাত মনযোগ নকৰি আটায়ে অপোন আপোন কথাত মনযোগ কৰে। ২২ কিন্তু পিতৃৰ লগত পুত্ৰয় যেনেকৈ কৰ্ম কৰে, তেওঁ তেনেকৈ মোৰে সৈতে শুভ- বাৰ্তাৰ সেৱা কৰি আছে, ইয়াৰ প্ৰমাণ তোমোলাকে জানি অছা। ২৩ এই হেতুকে মোৰ কি ঘটনা হব, তাকে জানিলেই অলপ দিনৰ পাছে তোমো লাকলৈ তেওঁক পঠাব লৈ ময় আশা কৰিছে। ২৪ কিন্তু ময় অপিনিও অলপ- তে তোমোলাকৰ ঠাইলৈ যাম, ইয়াকে প্ৰভুৰ দ্বাৰাই বিশ্বাস কৰিছে। ২৫ আৰু তোমোলাকৰ যি পচিনি মোৰ দুঃখত উপকাৰ কৰিলে, এনে মোৰ ভাই আৰু সহায় আৰু লগৰ সেনা যি এপাফুদিত, তেওঁকো তোমোল- কলৈ পঠাবলৈ প্ৰয়োজন দেখিলোঁ; ২৬ কিয়নো তেওঁ তোমোলাক সকলোকে দেখিবলৈ ইচ্ছা কৰিলে, আৰু তোমোলাকে তেওঁ নৰিয়া পৰাৰ বাওঁ। শুনাৰ নিমিত্তে তেওঁ বৰ চিন্তা কৰিলে। ২৭ তেওঁ নৰিয়া হৈ মৰণৰ সঙ্কটত পৰি- ছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ কৃপা কৰিলে; অকল তেওঁলৈ নহয়; কিন্তু মেৰি দুঃখৰ ওপৰত আৰু দুঃখ যেন নঘটে, এই নিমিত্তে মোকে। কৃপা কৰি- লে। ২৮ এই হেতুকে তোমোলাকে তেওঁক দেখি অনিন্দ যেন পোৱা, আৰু মোৰ শোকো যেন তাকৰ হয়, এই নিমিত্তে তেওঁক বেগাই পঠালে॥ ২৯ এতেকে প্ৰভুৰ নিমিত্তে অনিন্দেৰে তেওঁক গ্ৰহণ কৰা, আৰু এনে লোকক মৰ্যতা কৰি ৰাখিবা। ৩০ কিয়নো মোলৈ তোমোলাকৰ সুশ্ৰুষা যি কমি অছিল, তকি সম্পূৰ্ণ কৰিবলৈ তেওঁ আপোনাৰ প্ৰাণকো প্ৰিয় কৰি নে- মানি, খ্ৰীষ্টৰ কাৰ্যৰ নিমিত্তে মৰণৰ সঙ্কটত পৰিল। ৩ অধ্যায়। শেষতে কৈছো, হে মোৰ ভাইবিলাক, প্ৰভূতে অনিন্দ কৰা। তোমোলাক- লৈ বাৰে বাৰে একে কথাকে লিখিবলৈ মোৰ অসন্তোষ হোৱা নহয়, আৰু তাত বাজে তোমোলাকৰো ৰক্ষা হয়। ২ কুকুৰহঁত, দুৰাচাৰ লোক, আৰু পৰি- ছেদ হোৱাবিলাকৰ পৰা সাৱধান হোৱা। ৩ আমি অত্মীৰে সৈতে ঈশ্ব- ৰৰ সেৱা কৰি আৰু যীশু খ্ৰীষ্টত অনিন্দ হৈ, শৰীৰ কথাত একো বিশ্বাস না, এনে চৰ্মছেদী হৈছে। ৪ তথাপি ময় শীলত বিশ্বাস কৰিব পাৰিলেহেঁতেন; কোনো লোকে শৰীলত বিশ্বাস কৰিবৰ কাৰণ আছে। বুলি যদি ভাবে, তাতকৈয়ো মোৰ অধিক কাৰণ আছে। ৫ কিয়নো ময় অষ্টম দিনত চৰ্মছেদন পোৱা হৈ ইসায়েলৰ বঙ্গহৰ বিনিয়মীনৰ ফৈদিয়া আৰু ইব্ৰী কুলত জন্ম পোৱা ইব্ৰী, আৰু বিধানৰ কথাত ফিচী, ৬ উৎসাহ হোৱাৰ কথাত মণ্ডলীক তাৰণা কৰোতা, আৰু বিধান অচৰণৰ ধৰ্মত নিদু- ষী হৈ আছিলো। ৭ কিন্তু তাতে মোৰ যি যি লাভ হৈছিল, তাক খ্ৰীষ্টৰ