পৃষ্ঠা:New Testament in Assamese.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫৮ ফিলিপীয়ালৈ পত্ৰ। ২ অধ্যায়। বা। 3 এই হেতুকে খীষ্টৰ দ্বাৰাই কোনো সান্তনা, প্ৰেমৰ কোনো অনিন্দ, অত্মিাৰ কোনো সাধাৰণ ভেগি, কোনো স্নেহ আৰু মৰম থাকে যদি, ২ তেন্তে তো- মোলাকে একে চিত্ত, একে প্ৰেম, একে অলচ, একে মন হৈ মোৰ অনিন্দ পৰিপূৰ্ণ কৰা। ৩ তোমোলাকে বিৰোধেৰে বা অহঙ্কাৰেৰে একো নকৰি- বা; কিন্তু নম মনেৰে সকলোএ অপপানতিকৈ অন্যক উত্তম বুলি মানি- ৪ প্ৰতি জনে অকল অপেনিৰি হিতলৈ নেচাই, অন্যৰ হিতলৈকো ছওিক। ৫ যীশু খীষ্টৰ যি ৰূপ মন, তোমোলকিৰে। তেনে মন হওক। ৬ তেৱেই ঈশ্বৰৰ ৰূপ হৈ, ঈশ্বৰে সৈতে সমান হোৱীকে অপহৰণ নোহোৱা জানিলে; ৭ তথাপি আপোনাকে সৰু কৰি মনুষ্যৰ বেশ ধৰি বন্দীৰ নি- চিনা হল। ৮ এই দৰে মনুষ্যৰ ৰূপেৰে অৱতাৰ হৈ, তেৱে মৃত্যুৰ অৰ্থাৎ পেৰেঙ্গণিত হোৱা মৃত্যুৰ অধীনলৈকো আপোনাকে বশ কৰিলে। ১ এই হেতুকে স্বৰ্গ অৰু ভূলোকত, ভূমিৰ তলতে। যিবিলাক আছে, সকলোএ যেন খ্ৰীষ্টৰ নামত আঁচু পাৰে, অৰু পিতৃ ঈশ্বৰৰ মহিমা প্ৰকাশ হবলৈ যীশু খ্ৰীষ্ট যে প্ৰভু হয়, সকলৰো জিহ্বাই ইয়াকে যেন লৈ কাহে, ১১ এই নিমিত্তে ঈশ্বৰে তেওঁক অতি ওখ কৰি থলে, আৰু সকলো নামৰ ওপৰত প্ৰধান নাম তেওঁক দিলে। ১২ তেন্তে মোৰ প্ৰিয় সকল, তোমোলাকে যেনেকৈ মোৰ সাক্ষাতে অজ্ঞ। মানিলা, কেৱল এনে নহয়, এতিয়াও মোৰ অসাক্ষাতে অধিক ৰূপে মানিছা, তেনেকৈ ভয় কম্পনেৰে তোমোলাকে অপেনি আপোন পৰিত্ৰাণৰ কৰ্ম সিন্ধি কৰা; ১৩ কিয়নো ইচ্ছা কৰিবলৈ আৰু সিন্ধি কৰিবলৈকো ঈশ্বৰে অপেনি সুঅলিচেৰে তোমোলাকৰ হৃদয়ত সিন্ধি কৰোঁতা হৈছে। ১৪ যিবি- লাকৰ অগিত তোমোলাকে জীৱনৰ বাক্য প্ৰচাৰ কৰি জগতৰ মাজত দীপ্তিৰ নিচিনা প্ৰকাশ হৈছা, ১৫ এনে কপটীয়া আৰু অপথে যোৱা লোকৰ মা- জত তোমোলাকে যেন নিৰপৰাধী, অকপট, আৰু ঈশ্বৰৰ নিদুষী পুত্ৰ হোৱা, এই নিমিত্তে বোল মাত আৰু বিবাদ নোহোৱাকৈ সকলো কৰ্ম কৰা। ১৬ তাতে মোৰ যতন আৰু পৰিশ্ৰম অনৰ্থক নোহোৱাত খীষ্টৰ দিনত প্ৰশংসাৰ কাৰণ হব। ১৭ তোমোলৰ বিশ্বাস আৰু সেৱাই যি যজ্ঞ হয়, তাৰ ওপৰত ময় বলি ৰূপে যদি উচগী দিয়া হওঁ, তথাপি তোমোলাক সকলেএ সৈতে হৰ্ষিত হৈ অনিন্দ কৰিম। ১৮ সেই নিমিত্তে তোমোলাকেও মোৰে সৈতে হৰ্ষিত হৈ আনন্দ কৰা। ১১ কিন্তু তোমোলাকৰ কথা শুনি ময় যেন সন্তোষ পাম, এই নিমিত্তে অলপ দিনতে তোমোলাকলৈ তিমথিক পাচিবলৈ ময় প্ৰভু যীশুতে ভাৰ কৰিছে। ২০ তোমোলাকৰ মঙ্গল বিশ্বাসী ৰূপে চিন্তা কৰে।-