পৃষ্ঠা:New Testament in Assamese.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। ৩৫৭ পাই। ১৬ যিবিলা- ২ ০ ২১ ১৩ আৰু ময় খীষ্টৰ নিমিত্তে বন্ধন হৈছে, এই কথা ৰাজ ঘৰত অৰুি অনি সকলো ঠাইতাে প্রকাশ হৈছে; ১৪ আৰু ও ভূৰ আশ্ৰয়ত অনেক ভায়ে মোৰ বন্ধন দেখি দৃঢ় বিশ্বাস কৰি নিভয় ৰূপে বাক্য কীত্তন কৰিবলৈ সহ ১৫ কোনাে কোনো লোকে অসূয়া আৰু বিৰোধেৰে খ্রীস্টক কীত্তন কৰে, আৰু কোনো কোনোএ শুদ্ধ অশয়েৰে কীৰ্ত্তন কৰে । কে প্ৰেমেৰে কীৰ্ত্তন কৰে, শুভবার্তাৰ ধর্ম থিৰ কৰিবৰ নিমিত্তে ময় নিযুক্ত হৈছে, ইয়াক জানিএই তাকে কৰে; ১৭ কিন্তু যিবিলাকে সৰল মন নহৈ বিৰোধেৰে খ্রীষ্টক কীত্তন কৰে, সিবিলাকে মোৰ বন্ধনৰ ওপৰত অনি ক্লেশ বহাই দিব খোজে। ১৮ তেন্তে কি? কপটেৰে বা সত্যেৰে হওক, যি কোনাে ভাৱে খ্রীষ্টৰ কথা কীত্তন কৰা হৈছে, ইয়াতে আনন্দ কৰিছো, আৰু কৰিম । ১৯ কিয়নো ময় কোনো ৰূপে লজি পোৱা নহৈ, যেনেকৈ অগিৰে পৰা সকলো সাহেৰে পূৰ হৈ আছে, সেই ৰূপে এতিয়াও জীৱন হওক বা মৰণ হওক, মােৰ শৰীলত খীষ্টৰ মহিমা প্রকাশ হব, মোৰ এই অপেক্ষা আৰু ভাৰসাৰ দৰে, তোমােলকিৰ প্ৰাৰ্থনা আৰু যীশু খ্রীষ্টৰ আত্মাৰ উপকাৰ দ্বাৰাই এই সকল কথা মোৰ উদ্ধাৰ হবলৈ ঘটিব, ইয়াকে ময় জানে। ময় যদি জীয়াই থাকে, সেয়ে খ্রীষ্টৰ নিমিত্তে হয়; মৰি- লেও মোৰ লাভ হয়। ২২ ময় যদি জীছে, সেই মােৰ পৰিশ্ৰমৰ ফল থাকে; কিন্তু দুইৰৰ মাজত কোনটো মনোনীত কৰিম, তাক নেজানো। ২৩ এই দুই কথাৰ সঙ্কটত পৰি আছোঁ; দেহ এৰি খ্রীষ্টৰ লগত থকা অতি ভাল জানি তালৈ মোৰ ইচ্ছা হয়, ২৪ কিন্তু তোমোলাকৰ হিতলৈ দেহ- তে থকাৰ প্ৰয়োজন আছে; ২৫ ইয়াকে ময় নিশ্চয় জানি, তোমোলাকৰ বিশ্বাসৰ আনন্দ বহাৰৰ নিমিত্তে ময় জীয়াই থাকি তোমোলকি সকলে সৈতে দিন নিয়াম, ইয়াক বুজিছোঁ। ২৬ তাতে ময় তোমোলাকৰ ওচৰলৈ আকিও যোৱাত য়ীশু খ্রীষ্টত তোমােলাকৰ আনন্দ মোৰ কাৰণে বাহিব । ২৭ তোমােলাকে খীষ্টৰ শুভবাত্তৰি যোগ্য ৰূপ আচৰণ কৰা; তাতে ময় যদি তোমোলকিক দেখিবলৈ যাওঁ, নাইবা আঁতৰতে থাকে, তোমো- লাকে যে একে অাত্মাতে থিৰ হৈ থাকা, অৰুি একে মনেৰে শুভবার্তাৰ ধৰ্মৰ নিমিত্তে যতন কৰি অাছা, ময় তোমোলাকৰ এই সম্বাদ শুনিবলৈ পাম । ২৮ আৰু তোমোলাকৰ শত্ৰুবিলাকৰ নিমিত্তে কোনো ৰূপে ভয় নকৰিবা; তোমোলাকৰ সেই নির্ভয়ে থকাই সিবিলাকৰ অৰ্থে বিনাশৰ চিন, কিন্তু তোমোলাকৰ অর্থে ঈশ্বৰৰ পৰা পৰিত্ৰাণৰ চিন । ২৯ কিয়নো তোমােলাকে অগেয়ে মোক যি ৰূপ যুদ্ধ কৰা দেখিলা, এতিয়াও কৰা শুনিছা, তোমােলাকেও সেই ৰূপে যুদ্ধ কৰি, খ্রীষ্টৰ কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খীষ্টৰ নিমিত্তে দুঃখ ভোগ কৰিবলৈকো তোমোলাকক অনুগ্রহ দিয়া হৈছে।