পৃষ্ঠা:New Testament in Assamese.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফিলিপীয়ালৈ পত্র । ২১ মোৰ কাৰ্য কথাবিলাক, অৰুি ময় যি কৰিছো, তাক যেন জানা, তুখিক নামেৰে প্ৰভুৰ বিশ্বাসী সেৱক এজন প্রিয় ভয়ে তোমোলকিত সক- লোকে জনাব । ২২ অামাৰ সকলো কথা বাত্ত। জনাই তোমোলাকৰ মন সান্তনা কৰিবলৈ তেওঁক তোমোলাকৰ ঠাইলৈ পঠাইছে।। ২৩ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্রীষ্টৰ পৰা ভাই সকললৈ কুশল আৰু বিশ্বাসযুক্ত প্রেম ২৪ যিবিলাকে অমাৰ প্ৰভু যীশু খ্রীষ্টক অকপটে প্ৰেম কৰে, সকলোৰে ওপৰত অনুগ্রহ হওক। [অামেন।] হওক। ফিলিপীয়াবিলাকলৈ পৌলে লিখা পত্র । ১ অধ্যায়। খ্রীশু খ্রীষ্টৰ সেৱক পৌল আৰু তিমথি, ফিলিপীত থকা ৰক্ষক আৰু পৰিচাবিলাকে সৈতে যীশু খ্রীষ্টত আশ্রয় কৰা পবিত্র লোক সকললৈ পত্র লিখিছে । ২ অমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীপ্ত খ্রীষ্টৰ পৰা তোমোলাকলৈ অনুগ্রহ অব্দি কুশল হক। ৩ ময় তোমোলাকক যে সুঁৱৰে, তেতিয়া ঈশ্ব স্ততি কৰোঁ; 2 প্রথম দিনৰে পৰা এতিয়ালৈকে তোমোলক শুভবত্তিৰি ভাগী হোৱা হেতুকে আনন্দ হৈ, ৫ মােৰ অটিই প্রার্থনাতে তোমোলকি সকলোৰে নিমিত্তে ঈশ্ব- ৰৰ অগিত সদাই নিবেদন কৰিছে।। ৬ কিয়নো যি জনে তোমোলাকৰ হৃদয়ত উত্তম কর্মৰ আৰম্ভণ কৰিলে, তেৱেঁই তাক যীশু খ্রীষ্টৰ দিনলৈকে সিন্ধি কৰি থাকিব, ইয়াত মোৰ দৃঢ় বিশ্বাস আছে। ৭ অৰুি তোমোলাক্ত সকলোৰে অর্থে মোৰ এনে ভাবনা কৰা উচিত; কিয়নো মোৰ বন্ধন, আৰু উত্তৰ কৰা, অৰু শুভবত্তিাৰ প্রমাণ দিয়া, এইবিলাক কথাত তোমোলকি সকলোএ ময় পোৱা অনুগ্ৰহৰ ভাগী হোৱাৰ নিমিত্তে তোমোলকিক মনত ৰাখি আছে। ৮ অৰু যীশু খ্রীষ্টৰ প্ৰেমত ময় তোমােলাকক কেনে অতি প্রীতি কৰিছো, সেই কথাত ঈশ্বৰেই মোৰ সাক্ষী হৈছে । ১ আৰু জ্ঞানেৰে বিবেচনাৰে তোমোলাকৰ প্রেম যেন অধিক অধিককৈ বাহে, ১০ আৰু খ্রীষ্টৰ দিনলৈকে অকপট আৰু নিৰ্ব্বিঘিনি হৈ, কি কি কথা উত্তম, তাকে জানি, ১১ যীশু খ্রীষ্টৰ দ্বাৰাই যিহেৰে ঈশ্বৰৰ মহিমা আৰু প্রশংসা প্রকাশ হয়, তেনে সজ কর্মৰ ফলেৰে যেন পৰিপূৰ্ণ হােৱা, তোমোলাকৰ নিমিত্তে এই প্রার্থনা কৰিছে। ১২ হে ভাইবিলাক, মোত যি যি কথা ঘটিল, শুভবাত্ত। বিফল হওক চাৰি, তাৰ বৃদ্ধি হবলৈহে ঘটিল, ইয়াক তোমোলাকে জানিবলৈ ইচ্ছা কৰে ।