পৃষ্ঠা:New Testament in Assamese.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এফেচীলৈ পত্র । ৬ অধ্যায়। - হে সন্তান সকল, প্ৰভুৰ অজ্ঞাৰ দৰে তোমোলাকে পিতৃ মাতৃৰ অজ্ঞাধীন হোৱা, কিয়নো তোমোলাকৰ এয়ে উচিত । ২ অাপােন পিতৃ মাতৃক মৰ্যতা কৰা, তেহে তোমাৰ কৈল্যাণ হৈ দেশত দীর্ঘায়ু হব, অঙ্গীকাৰ- যুক্ত প্রথম অজ্ঞা এই। ৪ অৰু হে পিত সকল, তোমোলাকে আপেনি সন্তানবোৰৰ খঙ্গ নােতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু উপদেশতে সি- বিলাকক প্রতিপীল কৰ!। বন্দী লোক, খীষ্টলৈ যেনেকৈ, তেনেকৈ সংসাৰিক অধিকাৰবিলাক- লৈকো ভয় কম্পন হৈ তোমোলকি অকপট মনেৰে অজ্ঞাৰ বশ হোৱা। ৬ বন্দী হওক বা স্বতন্ত্র হওক, যি কোনো সজ কর্ম কৰে, সি প্ৰভুৰ পৰা সেই কৰ্মৰ ফল পবি, ইয়াকে বুঝি, ৭ মানুহৰ কৰ্মা যেন নেমানি প্ৰভুৰ কর্ম যেন মানি, তুষ্ট মন হৈ মানুহ সন্তোষ হবৰ নিমিত্তে সাক্ষাতে সেৱা নকৰি, ৮ অপোনাক খীষ্টৰ বন্দী বুলি মানি ঈশ্বৰৰ ইষ্ট কর্ম সন্তোষ মনে সিন্ধি কৰা । ৯ আৰু হে অধিকাৰ সকল, যি জনাই মানুহক চটি নকৰে, স্বর্গত তোমোলকিৰে। এনে এক অধিকৰি আছে, ইয়াকে জানি গজ্জন এৰি তো- মোলাকেও সিহঁতলৈ সেই ৰূপ ব্যৱহাৰ কৰা । ১০ হে ভাইবিলকি, শেষতে কৈছে, প্রভুত আৰু তেওঁৰ মহিমা শক্তিৰে বলৱন্ত হোৱা । ১১ ছয়তানৰ ফন্দ নিবাৰণ কৰিবলৈ সমর্থ হবৰ নিমিত্তে ঈশ্বৰৰ সকলো সাজ পিন্ধা। ১২ কিয়নো আমি তেজ আৰু মঙ্গহ থকাৰে সৈতে মলিযুদ্ধ কৰো, এনে নহয়, কিন্তু প্রধান আৰু বলৱন্ত ভূত অৰু [জগতৰ ] এন্ধাৰৰ অধিকাৰ, আৰু আকাশত থকা পপি আত্মা, এই সক- লোএ সৈতে আমি যুদ্ধ কৰিছে।। ১৩ এই হেতুকে তোমোলাকে দুঃখৰ কা- লত এইবিলাকক নিবাৰণ কৰিবলৈ আৰু সকলােকে সিন্ধি কৰি থিৰে থা- কিবলৈকো সমর্থ হবলৈ ঈশ্বৰৰ সকলো সাজ লবা । ১৪ সত্যেৰে কঁকাল বান্ধি, ধৰ্মৰ বুকুবৰি পিন্ধি, ১৫ সান্তনা কৰা শুভবত্তিাৰ উপযুক্ত পইজাৰ ভৰিত দি থিৰ হৈ থাকা। ১৬ বিশেষকৈ যিহেৰে তোমােলাকে পাপ আত্মাৰ সকলো অগ্নিশৰ নুমাব পাৰিবা, এনে বিশ্বাস ৰূপ বাৰু ধৰ।। ১৭ আৰু পৰিত্ৰাণৰ কিৰাটী, আৰু আত্মাৰ তৰোৱাল, অর্থাৎ ঈশ্বৰৰ বাক্য লোৱা । ১৮ আত্মাৰ দ্বাৰাই সকলো ৰূপ নিবেদন আৰু প্রার্থনা কৰি পবিত্র লোক সকলৰ নিমিত্তে সেই প্রার্থনতি ধৌর্য্যেৰে সদাই চেতন হৈ থাকা । ১১ আৰু শুভবার্তাৰ নিমিত্তে বন্ধনত পৰা পঁাচনি যি ময়, ময় সেই শুভ- বাৰি গোপনীয় কথা প্রকাশ কৰিবলৈ সাহেৰে যেন কম, ২০ এই নি- মিত্তে উচিত ৰূপে নির্ভয়ে কবলৈ মােক শক্তি যেন দিয়া হব, মােৰ নিমি- ত্তেও প্রার্থনা কৰা । ৪৬