পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫৪ এফেচীলৈ পত্র । সেয়ে পহৰ । ১৬ বিষম কৰি প্ৰমাণ বুজা । ১১ আৰু এন্ধাৰৰ বিফল কৰ্মৰ ভাগী নহব, কিন্তু তাক দুষীবা; ১২ কিয়নো সিবিলাকে গুপুতে যি কর্ম কৰে, সেই কর্ম কবলৈকো লাজ । ১৩ যি কৰ্মৰ দেষি প্ৰকাশ হৈছে, সেই কর্ম সকল পহৰৰ দ্বাৰাইহে প্ৰকাশ কৰা হৈছে; কিয়নো যিহৰ দ্বাৰাই প্রকাশ হয়, ১৪ এই হেতুকে কোৱা হৈছে, হে টোপনিওৱা জন, সাৰ পোৱা আৰু মৰ্ণৰ পৰা উঠা, তাতে খীষ্টে তোমাক পহৰ দিব । ১৫ অজ্ঞানীৰ নিচিনা নহৈ, জ্ঞানী ৰূপে সাৱধানে অচৰণ কৰি, কাল দেখি সময়ত সর্থিক ১৭ এই হেতুকে তোমোলাক বিবুদ্ধি হৈ নেথাকি, প্ৰভুৰ ইষ্ট কর্ম জনা হোৱা । ১৮ অ িযিহৰ পৰা দুষ্ট অ- চৰি হয়, এনে দুক্ষিৰিসৰ সুৰ খাই মতলীয়া নহব; কিন্তু অত্মৰে পৰিপূৰ্ণ হব।। ১৯ ধর্ম গীত, স্তুতি গীত, আৰু পৰমার্থিক গানেৰে ইজ- নে সিজনলৈ কৈ কৈ প্ৰভুলৈ মন দি সুস্বৰে গান কৰা; ২০ অৰুি অমাৰ প্রভু যীশু খীষ্টৰ নামেৰে সকলো কথাত পিতৃ ঈশ্বৰ অগিত সদাই গুণ কীত্তন কৰা । ২১ খন্টিলৈ ভয় কৰি ইজনে সিজনৰ বশ হোৱা । ২২ হে স্ত্রী লোক সকল, তোমোলাকে প্রভুলৈ যেনেকৈ, সেই ৰূপে অপপান অাপোন স্বামী সকলৰো বশ হোৱা । ২৩ কিয়নো খ্রীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ, আৰু তেওঁ অপুনিএই শৰীলৰ ত্রাণ কত্তাও হৈছে, তেনেকৈ স্বামীও ভাৰ্য্যৰ মূৰ হৈছে। ২৪ এই হেতুকে মণ্ডলী যেনেকৈ খীষ্টৰ বশীভূত হয়, তেনেকৈ সকলো কথতি ভাৰ্য্যাবোৰে। অপেনি অপোন স্বামীৰ বশ হওক। হে পুৰুষ সকল, খীষ্টে যেনেকৈ মণ্ডলীকে প্রেম কৰিলে, তোমোল- কেও সেই ৰূপে আপোন আপোন ভাৰ্য সকলক প্রেম কৰা; ২৬ তেরে বাক্য ৰূপ জলৰ ফলনেৰে মণ্ডলীকে শুচি কৰিবৰ নিমিত্তে ২৭ আৰু সঁছ সোটোৰ পৰা আদি নোহোৱাকৈ তেজী, পবিত্র, নির্দোষী হোৱা মণ্ডলীক অাপোনাৰ অগিত থৰৰ নিমিত্তে, এনে মণ্ডলীৰ অর্থে অাপোনাৰ প্ৰাণকে। দিলে । ২৮ এই ৰূপে অপেনি অপেন শীলক যেনে প্রেম কৰে, ভাৰ্যা- কো স্বীম এ তেনে প্রেম কৰা উচিত। যি জনে অপােন ভাৰ্যাক প্রেম সি অাপোনাকেই প্রেম কৰে । ২৯ অপোনাৰ শৰ লক কোনাে কে- তিয়াও নিঘিণাই; কিন্তু সি তাক পোহন পালনহে কৰে; খ্রীষ্টেও মণ্ড লীক সেই ৰূপে কৰে। ৩০ অমি তেওঁৰ মঙ্গহ অাৰু হাৰৰ ভাগী হৈ তেওঁৰ শৰ লৰ অঙ্গ হৈছে।। ৩১ এই হেতুকে পুৰুষে অপোনাৰ পিতৃ মাতৃক এৰি আপোনাৰ তিৰোতাৰে যোগ হৈ, সেই দুয়ো একে দেহ হব । ৩২ এই যি কথা কৈছে, সেয়ে অতি গোপনীয়, কিন্তু খীষ্টৰ আৰু মণ্ডলীৰ অৰ্থেহে তাক কৈছে।। ৩৩ তথাপি তােমোলাকৰ প্রতি জনে আপোনাকে আপুনি যি ৰূপে প্রেম কৰে, সেই ৰূপে আপোন আপোন ভাৰ্য্যাকো প্রেম কৰোক; আৰু ভাৰ্য্যায়ে স্বামীক সমাদৰ কৰোক। কৰে,