৫ অধ্যায়। - ২৮ যি জনে চুৰ শিকা নাই; ২১ কিন্তু তেওঁৰ কথা শুনি ইন্দ্ৰিয়ৰ মোহেৰে ভুষ্ট হোৱা পুৰ- ণি স্বভাৱৰ অচিৰ এৰি, ২২ ঈশ্বৰৰ ইচ্ছাৰে সদ কৰ্মত আৰু সত্য ধৰ্মত সুজন হোৱা যি নতুন স্বভাও, ২৩ তাকে পাই মনৰ ভাৱেৰে যেন নতুন কৰা হোৱা, ২৪ যীশুৰ সত্যৰ দৰে তেওঁৰ পৰা এই উপদেশ শিক্ষা পোৱা হৈছা। ২৫ এই হেতুকে মিছা কবলৈ এৰি তোমোলাক সকলোএ ওচৰৰ মানুহে সৈতে সত্য অলিপি কৰা, কিয়নো আমি ইটৰ সিটৰ অঙ্গ প্ৰত্যঙ্গ হৈ আছে। ২৬ তোমোলাকে খঙ্গ হলেও পপি নকৰিবা; ক্ৰোধ হৈ থকাত বেলি মাৰ নেযাওক। ২৭ আৰু ছয়তানক ঠাই নিদিব। কৰে, সি আৰু চুৰ নকৰোক, কিন্তু দুখীয়াক দিবৰ সমৰ্থ হবলৈ আপোন হাতেৰে সজ কৰ্মত শ্ৰম কৰোক। ২৯ তোমোলাকৰ মুখৰ পৰা কোনো অবাচ্য কথা নোলাওক, কিন্তু শুনাবিলাকৰ হিতলৈ ধৰ্মত থিৰ কৰা অ- লাপি হওক; আৰু ঈশ্বৰৰ যি পবিত্ৰ আত্মাৰ দ্বাৰাই মুক্তি হোৱা দিন- লৈকে চিন লগোৱা হৈ আছি, তেওঁৰ অসন্তোষ হোৱা কৰ্ম নকৰিবা। সকলো টেঙ্গ। মাত, আৰু ক্ৰোধ, খঙ্গ, দল, নিন্দা, অটাই হিংসাই সৈতে এই সকলোবোৰ তোমোলাকৰ পৰা দূৰ কৰা হওক; ৩২ অৰুি খ্ৰীষ্টৰ নিমিত্তে ঈশ্বৰে তোমোলকিক যেনেকৈ খেমা কৰিলে, তোমোলাকেও তেনে দয়ালু মৰমিয়লি মন হৈ ইজনে সিজনে খেমাৱন্ত হোৱা। ৫ অধ্যায়। এই হেতুকে প্ৰিয় সন্তানবোৰৰ নিচিনা ঈশ্বৰৰ প্ৰতিৰূপ হোৱা; ২ আৰু খ্ৰীষ্টে যেনেকৈ অমিক প্ৰেম কৰি সুগন্ধি নৈবেদ্য আৰু বলি হৈ ঈশ্বৰৰ অগিত আমাৰ নিমিত্তে আপোনাকে উচৰ্গ কৰিলে, তোমোলাকেও তেনেকৈ প্ৰেম অচৰণ কৰা। ৩ কিন্তু বেশ্যা আদি সকলো অশুচি কৰ্ম, আৰু লোভ, এইবিলাক কথাৰ নামো তোমোলাকৰ মাজত উচ্চাৰণ নহওক, পবিত্ৰ লো- কৰ এই উচিত। ৪ অ অভঙ্গ, উন্মত বলকনি, হঁাহি তোলা, এনেকুৱা অনুচিত কথাও তোমোলাকৰ মাজত নহওক, কিন্তু ঈশ্বৰৰ গুণ কীত্তন হওক। ৫ কোনো ব্যভিচাৰী, বা লুম্পট, বা দেওপূজৰ মাজত গণতি হোৱা কো- নো লুভীয়া মানুহে খীষ্টৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যত ভাগ নেপাই, তাক তো- মোলাকে জানা। ৬ অনৰ্থক বচনেৰে কোনেও তোমোলকিক নুডুলাওক, কিয়নো তেনে কুকৰ্মৰ নিমিত্তে অজ্ঞা নমনী লোকৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ হয়। ৭ সিবিলাকে সৈতে তোমোলাক ভাগী নহব॥ তোমোলাক এন্ধাৰ আছিল, কিন্তু এতিয়া প্ৰভুতে পহৰ হৈছ; এই হেতুকে পহৰৰ সন্তানবোৰৰ দৰে অচিৰণ কৰা। সকলো সুকৰ্ম, আৰু ধৰ্ম, আৰু সত্য, এইবিলাক পহৰৰ ফুল। প্ৰতুৰ যি গ্ৰাহ্য কৰ্ম, তাক বিচাৰ ৮