পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫২ এফেচীলৈ পত্র । ৪ অধ্যায়। 8 ময় প্রভুৰ বন্দী তোমোলকিক মিনতি কৰিছোঁ, তোমোলাকে সকলো ভাৱে নম অাৰু লাবন্য মন হৈ ধৌযেৰে চেনেহা চেনেহি ৰূপে ইজনে সিজনে সহন কৰি, ২ যি নিমন্ত্রণেৰে তোমোলাক আমন্ত্রণ হোৱা, তাৰ যোগ্য ৰূপ অচিৰণেৰে প্ৰবত্ত, ৩ অাৰু শান্তি ৰূপ বন্ধনেৰে পবিত্র আত্মাৰ মিলন ভাৱ ৰাখিবলৈ যতন কৰা । তোমেলীক সকলোএ যেনেকৈ একে অ- শালৈ একে নিমন্ত্রণেৰে অমন্ত্রিত হৈছা, তেনেকৈ তোমোলকি সকলোৰে একে শৰীল, একে আত্মা, একে প্রভু, একে বিশ্বাস, একে বুৰ, ৬ আৰু সকলোৰে ওপৰ, সকলোৰে অন্তৰত, আৰু আমাৰ সকলোৰে হৃদয়ত থাঝে- তা আটাইৰে পিতৃ একে জন। ঈশ্বৰ অাছে । ৭ কিন্তু খ্রীষ্টৰ দানৰ পৰি- মণিৰ দৰে আমাৰ প্ৰতি জনকে অনুগ্রহ দিয়া হৈছে । ৮ এই হেতুকে শন্ত্রিত কৈছে, তেওঁ ওপৰলৈ উঠি অনেক বন্দীয়াৰক বন্দী কৰি নিলে, অাৰু মানুহ- বিলাকলৈ দান দিলে । ৯ তেওঁ উঠিল বুলি অগেয়ে পৃথিবীৰ তল ঠাইলৈ নামিছিল, ইয়াত বাজে তাৰ কি অর্থ? ১০ যি জন। নামিছিল, তেৱেই সক- লোৰে পৰিপূৰ্ণ কৰিবৰ নিমিত্তে আটাই স্বৰ্গৰ ওপৰলৈ উঠা জনা হয় । ১১ আৰু যেতে দিনলৈ একে বিশ্বাসেৰে, অৰু ঈশ্বৰৰ পুত্ৰক জন একে জ্ঞানেৰে আমি সকলোএ এক সম্পূর্ণ পুৰুষ নহওঁ, অর্থাৎ খ্রীষ্টৰ সম্পূর্ণ পৰিমাণৰ দৰে পৰিমাণ নেপাওঁ, ১২ তেতে দিনলৈকে পবিত্র লোকক সিন্ধি কৰিবৰ নিমিত্তে সেৱকৰ কৰ্ম লবলৈ আৰু খীষ্টৰ শৰীল (অর্থাৎ মণ্ডলী) থিৰ কৰিবলৈ, ১৩ কোনোবোৰ পাচনি, কোনোবোৰ ভবিষ্যত বক্তা, কো- নোবোৰ শুভবার্ত। কীৰ্ত্তন কৰে।তা, কোনোবোৰ পালন কৰা, কোনোবোৰ শিক্ষা দিয়া নিযােজন কৰি থলে ; তাতে যেন আমি লৰাৰ নিচিনা অৰু নহৈ, মানুহৰ ভাণ্ডনীৰে আৰু ভম কৰা মতৰ বুন্ধিয়েৰে অাৰু সকলে। উপদেশ ৰূপ বতাহেৰে ইফাললৈ সিফাললৈ যেন লৰুৱাই নিয়া নহওঁ; ১৫ কিন্তু যি জনাৰ দ্বাৰাই গোটেই শৰীল উচিত ৰূপে যোৰা খাই অটাই ভাগৰ সুকীয়া সুকীয়া শক্তিৰ দৰে সকলো অঙ্গৰ উপকাৰেৰে দৃঢ় হৈ ১৬ প্রেমতে থিৰ হোৱাত সকলো শৰীল বৃদ্ধি হয়, এনে শৰীৰ মূৰ যি খ্রীষ্ট, অমি প্রেমেৰে সত্য কথা কৈ সকলো ৰূপে তেওঁৰ অঙ্গ হৈ বৃদ্ধি হওঁ । ১৭ এতেকে ময় প্রভুৰ নামেৰে তামোলাকক এই অজ্ঞা দি মিনতি কৰি ছে, অন্য বিদেশী লোকে অজ্ঞান মনেৰে যেনে অচিৰণ কৰে, তোমােলা- কে তেনে আচৰণ নকৰিবা । ১৮ সিবিলাকৰ জ্ঞান এন্ধাৰ হোৱাত মন কণা হোৱাৰি নিমিত্তে সিহঁতৰ অজ্ঞানৰ দ্বাৰাই ঈশ্বৰৰ আচৰণৰ পৰা দূৰ হৈ, ১৯ আৰু অচেতনো হৈ অতি অভিলাষেৰে সকলো অশুচি কৰ্ম কৰিবলৈ আপোনাকে এৰি দিলে। ২০ তােমোলাকে হলে এই ৰূপে খ্রীষ্টৰ ধৰ্ম > 8