পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। ৬ সেই ঈশ্বৰৰ অঙ্গীকাৰৰ পাত্ৰ হব, ৫ খীষ্টৰ এই গোপনীয় কথাত মোৰ যেনে জ্ঞান আছে, তাক তোমোলাকে সেই পত্র পৰ্হি জানিব পৰা । গোপনীয় কথা এতিয়া অাত্মাৰ দ্বাৰাই পবিত্র পাচনি অাৰু ভবিষ্যত বক্তাৰ অগিত যেনেকৈ প্ৰকাশ কৰা হৈছে, তেনেকৈ অগৰ কলিত মানুহৰ সন্ততি- বিলাকত প্রকাশিত নহল। ৭ ঈশ্বৰে কৰ্ম সিদ্ধি কৰা মহিমাৰে মোক যি অনুগ্রহ দান দিলে, তাৰ দৰে ময় সেই শুভবাত্তৰ সেৱকৰ বাব পালে।। ৮ সকলো পবিত্র লোকৰ মাঝত সৰুতকৈ সৰু যি ময়, ময় যেন বিদেশী লোকৰ আগত জ্ঞানৰ অগম্য খীষ ৰ অনুগ্রহ কীত্তন কৰোঁ, ৯ আৰু [য়ীশু খ্রীষ্টৰ দ্বাৰাই ] সকলো বস্তু সৃষ্টি কৰা ঈশ্বৰৰ মনত জগতৰ আদি- ৰে পৰা যি গোপনীয় কথা নজনা হৈ আছিল, তাৰ ধর্ম সকলৰো অগিত যেন দেখাওঁ, ১০ অাৰু যি জনতি বিশ্বাস কৰি আমি দৃঢ় ভক্তিয়েৰে ঈশ্বৰৰ ওচৰলৈ যাবলৈ সাহ পাইছে, ১১ অামাৰ সেই ৫ ভু যীশু খীষ্টত অদি কালৰে পৰা তেওঁ যি নিয়ম থিৰ কৰিলে, ১২ সেই নিয়মৰ কথাত ঈশ্বৰৰ অধিক জ্ঞান মণ্ডলীৰ দ্বাৰাই স্বৰ্গৰ প্রধান আৰু শক্তি মন্ত দূত সকলে যেন জানে, এই নিমিত্তে সেই অনুগ্ৰহৰ ববি মোক দিয়া হৈছে । ১৩ এই হেতুকে ময় তোমােলাকত এই মিনতি কৰিছো, তোমোলাকৰ নিমিত্তে মোৰ যি দঃখ ভোগ, তকি দেখি তোমোলাক বিচুত্তি নহবা; কিয়- ননা সেই দঃখেই তোমোলাকৰ প্রশংসাৰ কাৰণ হয় । ১৪ এই নিমিত্তে স্বৰ্গত আৰু পৃথিবীত থকা গোটেই মণ্ডল ৰ পৰীয়লি যি জনাৰ পৰা নাম পোৱা হৈছে, ১৫ এনে যি অমাৰ প্ৰভু য়ীশু খ্রীষ্টৰ পিতৃ, তেওঁৰ আগত আঁটু পাৰি এই প্রার্থনা কৰিছে, ১৬ তেওঁ আপােনাৰ অধিক মহিমৰি দৰে আপোন আত্মাৰ বলেৰে তোমোলাকৰ হদয়ত ভক্তি বলৱন্ত কৰোক; ১৭ আৰু বিশ্বাসৰ দ্বাৰাই তোমোলাকৰ হৃদয়ত খীষ্টে নিবাস কৰাত, তোমো- লকি প্রেমতে শিপা আৰু মূল ধৰি থিৰ হৈ থাকি, ১৮ জ্ঞানৰ অগম্য খ্রীষ্টৰ প্রেম কিমান বহল, কিমান দীঘল, কিমান দ, কিমান ওখ, ১৯ সক- লো পবিত্র লোকে সৈতে তাকে জানি ঈশ্বৰৰ সকলো পৰিপূর্ণেৰে পূৰ হবলৈ দিওক। ২০ অমাৰ হৃদয়ত কর্ম সিন্ধি কৰা মহিমাৰি দৰে যি জনাই অমিাৰ প্রার্থনা অাৰু বিবেচনাতকৈয়াে অতি অধিক দান দিব পাৰে, ২১ যীশু খ্রীষ্টৰ দ্বাৰাই সকলো যুগৰ অনন্ত কাললৈকে মণ্ডলীৰ মাজত তেওঁলৈ স্তুতি বাক্য হওক। অমেন ।