পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এফেচীলৈ পত্ৰ। গেয়ে অমালৈ নিযোজন কৰি থলে, সেই সজ কৰ্মৰ নিমিত্তে আমি যীশু খ্ৰীষ্টৰ দ্বাৰাই সুজা হৈ আছে॥ ১১ তোমোলাকে অগিয়ে জন্মৰ সমন্ধে বিদেশী লোক হৈ হাতে কৰা যি চৰ্মছেদন, এনে চৰ্মছেদী লোকৰ লেখত অচৰ্মছেদী বুলি গণতি হৈছিল; ১২ সেই কলিত খীষ্টৰ বাহিৰ হৈ, ই- য়েল ৰাজ্যৰো ভাগী নহৈ, অঙ্গীকাৰমুক্ত নিয়মবোৰৰ বডি হোৱাত, অশি। নাইকিয়া আৰু ঈশ্বৰ বিহীন হৈয়ো এই জগতৰ মাঝত আছিল; এইবিলাক কথা সুঁৱৰি থাকিব। ১৩ কিন্তু যীশু খ্ৰীষ্টত অশ্ৰিয় লোৱা যি তোমোলকি, তোমোলকি অগেয়ে দূৰ হৈ থকাতো এতিয়া খীষ্টৰ তেজৰ দ্বাৰাই ওচৰ পোৱা হৈছা। ১৪ কিয়নো তেওঁ অমৰ মিলন কৰোতা হোৱাত, য়িহুদি অৰুি বিদেশী এই দুয়ো লেকিক মিল কৰাই দুয়োৰে এক নতুন লোক সৃষ্টি কৰিবৰ নিমিত্তে, অৰু আপুনি পেঙ্গেণিত মৰাৰ দ্বাৰাই সেই দুয়ো লো- কৰ বিৰোধ নাশ কৰি, একে লগে যোগ দি ঈশ্বৰৰ লগত দুইকো মি- লাবৰ নিমিত্তে, ১৫ আপোনাৰ শীলৰ দ্বাৰাই সেই বিৰোধৰ কাৰণ, অৰ্থাৎ কৰ্ম অচিৰোৱা বিধান শাস্ত্ৰৰ যি অজ্ঞা, তাক লেপি কৰি, মজিত থকা ভিন্ন কৰা বাৰ ভাঙ্গি দুইকে একে কৰিলে। ১৭ এই হেতুকে দূৰ হোৱা যি তোমোলাক, আৰু ওচৰ হোৱা যিবিলাক, সকলোৰে আগত তেওঁ মিলনৰ কথা কীত্তন কৰি আহিল। ১৮ 'তাতে তেওঁৰ পৰা আমি দুয়ো লেকে একে আ দ্বাৰাই পিতৃৰ ওচৰলৈ যাবলৈ পথ পোৱা হৈছো। ১৯ এই হেতুকে তোমোলাক এতিয়াৰ পৰা অন্য জাতি আৰু বিদেশী লোকো নহৈ, পবিত্ৰ লোকৰ লগত নিবাসী আৰু ঈশ্বৰৰ ঘৰৰ পৰিয়াল হৈছা; ২০ আৰু যি ঘৰ মূল পাঁচনি আৰু ভবিষ্যত বক্তা সকল, অৰু যাৰ চুক মুক্ষ প্ৰধান শিল যীশু খ্ৰীষ্ট, সেই মূলত তোমোলকি গঁথা হৈছা; ২১ সেই প্ৰধান শিলাতে সকলো শিল সজ মতে যোৰোৱা হৈ প্ৰভুলৈ এক পবিত্ৰ মন্দিৰ হৈ উঠিছে , ২২ তাতে তোমোলকি আত্মাৰ দ্বাৰাই ঈশ্ব- ৰে বাস কৰা মন্দিৰ নিমিত্তে গঁথা হৈ আছা। ৩ অধ্যায়। এই কাৰণে বিদেশী লোক যি তোমোলকি, তোমোলাকৰ নিমিত্তে ময় পৌলে যীশু খ্ৰীষ্টৰ অৰ্থে বন্দীয়াৰ হৈ আছে। কিয়নো তোমোলাকৰ হিতলৈ ঈশ্বৰৰ যি অনুগ্ৰহ কিত্তন কৰা বব মোক দিয়া হৈছে, তাক তোমোলাকে শুনিলা। ৩ যি ৰূপে ঈশ্বৰে প্ৰকাশিত বাক্যেৰে গোপনীয় কথা মোক বুজালে, তাক আগেয়ে অলপকৈ পত্ৰত লিখিলোঁ; ৫ শুভবাত্তৰি দ্বাৰাই বিদেশী লোক সমান ভাগী, আৰু এক শৰীৰ অঙ্গ, আৰু খীষ্টৰ সমন্ধেৰে .