পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ১৫ প্রভু যীশুতে তোমোলাকৰ যি বিশ্বাস, আৰু পবিত্র লোক সকললৈকে যি প্রীতি, ১৬ তাৰ সম্বাদ শুনি সদাই ঈশ্বক স্তুতি কৰি তােমোলাকৰ কথা কৈ এই প্রার্থনা কৰিছে। ১৭ অমিৰ প্ৰভু যীশু খ্রীষ্টৰ মহিমাযুক্ত পিতৃ ঈশ্বৰে আপোনাকে জানিবলৈ তোমোলকিক জ্ঞান আৰু প্রকাশিত বাক্য বুঝিবৰ শক্তি দিওক ; ১৮ আৰু তােমোলাকৰ জ্ঞান চকু প্রকাশ হোৱাত তেওঁ আমন্ত্রণ কৰাত কেনে অশা, অৰু পবিত্ৰ লোকৰ নিমিত্তে তেওঁ যি পুত্ৰাধিকাৰৰ ববি ৰাখিছে, তাৰ কেনে ঐশ্বৰ্যৱন্ত প্রভাও; ১৯ অাৰু যি সময়ত তেওঁ খ্রীষ্টক মৰ্ণৰ পৰা তুলি সকলো ৰজা আৰু পৰীক্রম, শক্তিমন্ত আৰু অধিকাৰ দি ইহলোক আৰু পৰলোকৰ যিমান নাম প্রখ্যাত হৈছে, ২০ সেই আটাইৰে ওপৰত তেওঁকে অধিকাৰ পাতি স্বর্গত অাপোনাৰ সে। হাতে স্থাপন কৰিলে, ২১ আৰু সকলোকে পৰিপূৰ্ণ কৰা যি জনা, তেওঁৰ পূৰ হােৱা যি শৰীল, অর্থাৎ তেওঁৰ মণ্ডলী, তাৰ নিমিত্তে সকলোৰে ওপৰত তেওঁক মুৰ পাতি সকলোকে তেওঁৰ চৰণৰ অধীন কৰি থলে; ২২ সেই সময়ত যি অধিক পৰাক্ৰম প্ৰকাশ কৰিলে, তাৰ দৰে বিশ্বাস কৰা যি আমি, ২৩ আমালৈকো তেওঁৰ কেনে অতি বৰ পৰাক্ৰম; এই সকলো কথা তোমোলাকক জানিবলৈ দিক। ২ অধ্যায় । আৰু আকাশৰ পৰাক্ৰমীবোৰৰ ৰজা, অর্থাৎ অজ্ঞা নমনা প্রজাৰ হৃদয়ত কর্ম কৰা যি আত্মা, ২ তাৰ ইচ্ছাৰ দৰে এই সংসাৰৰ মতে অাগৰ কা- লত অজ্ঞাৰ উলংঘনত আৰু পাপত মৰি থকা যি তোমোলাক, তোমোল- কৰ পপি আত্মীক ঈশ্বৰে জীয়ালে। ৩ সেই অজ্ঞা নমনী লোকৰ লগত অ- চাৰ ব্যৱহাৰ কৰি অামি সকলোএ আগেয়ে ইন্দ্ৰিয়ৰ বাঞ্চৰি বশ হৈ, শীল আৰু মনৰ কামনা সিন্ধি কৰি অভাৱেৰে অনবিলাকৰ নিচিনা দণ্ডৰ পাত্র হৈছিলো। ৪ কিন্তু এই ৰূপে আমি পপিত মৰা হোৱাতাে অতি দয়ালু যি ঈশ্বৰ, তেওঁ আমালৈ যি অধিক প্রেম কৰিলে, “ সেই প্রেমেৰে অমকি খৃীষ্টৰ লগত জীয়ালে; অনুগুহেৰেই তোমোলাক উদ্ধাৰ হৈছা । ৬ অৰু তেওঁ যীশু খ্রীষ্টৰ দ্বাৰাই কৃপা কৰি আমাক যি অতিশয় ঐশ্বর্যৱন্ত অনুগ্ৰহ কৰিলে, সেয়ে যেন ভবিষ্যত যুগবিলাকতত প্রকাশ হয়, ৭ এই নিমিত্তে অমাক তুলি য়ীশু খ্রীষ্টৰ দ্বাৰাই স্বৰ্গৰ ভাগ পোৱা কৰি, একে ঠাইতে বহুৱাই থলে । ৮ কিয়নাে বিশ্বাসৰ দ্বাৰাই অনুগ্ৰহেৰেহে তোমোলাকে পৰিত্ৰাণ পাইছা; তোমোলাকে যে অপুনি তাক পাইছা, এনে নহয়, ঈশ্বৰেহে দিএ; ৯ কোনাে মানুহে যেন অহঙ্কাৰ নকৰে, এই নিমিত্তে সি কর্মেৰে নহয়। কিয়নো আমি তেওঁৰ সুজা বস্তু, আৰু যি সজ কর্মত আচৰি থাকিবলৈ ঈশ্বৰে আ- ১ ০