পৃষ্ঠা:New Testament in Assamese.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এফেচীবিলাকলৈ পৌলে লিখা পত্ৰ। ১ অধ্যায়। ঈশ্বৰৰ 8 ও অি ইচ্ছাৰে যীশু খ্ৰীষ্টৰ পাচনি পৌলে এফেচত থকা পবিত্ৰ আৰু যীশু খ্ৰীষ্টত বিশ্বাস কৰা লোকলৈ পত্ৰ লিখিছে। ২ অমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তেমো- লাকলৈ অনুগ্ৰহ আৰু কুশল হওক। ৩ অমৰি ৫ ভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য; তেওঁ জগত সৃষ্টি কৰাৰ আগৈ আপোনাৰ আগত প্ৰেমেৰে পবিত্ৰ আৰু নিদুষী কৰিবৰ নিমিত্তে অমিক খুষ্টিত মনোনীত কৰি, তেওঁৰ দ্বাৰাই স্বৰ্গৰ সকলো পাৰ্থিক আশীৰ্বাদেৰে মঙ্গল পোৱা কৰিলে। ৫ তেৱেই অপপানীৰ প্ৰতাপী অনু- গৃহৰ যশস্য। প্ৰকাশ কৰিবলৈ মনৰ ইচ্ছাৰ দৰে যীশু খ্ৰীষ্টৰ দ্বাৰাই অ- পোনাৰ তোলনিয়া পুত্ৰৰ বাৰ পাবলৈ আমাক নিযোজন কৰিলে; আপোনাৰ সেই ঐশ্বৰ্য্যন্ত অনুগ্ৰহৰ দৰে যি জনাৰ তেজেৰে আমি মুক্তি অৰ্থাৎ পাপৰ পৰা মেচিন পালোঁ, ৭ সেই প্ৰিয় জনাৰ আশ্ৰয়তে অমাকো প্ৰিয় মানিছে; ৮ আৰু সেই অনুগ্ৰহেৰে আমাক সকলো জ্ঞান আৰু সুবিবেচনা অপৰিমাণ ৰূপে দান কৰিলে। ৯ আৰু আপোনাৰ ইচ্ছাৰে তেওঁ যি গোপনীয় কথা মনত থিৰ কৰিছিল, অৰ্থাৎ সম্পূৰ্ণ যুগৰ নিয়ম, সেই কালত স্বৰ্গত হওক বা পৃথিবীতেই হওক, সকলোকে খ্ৰীষ্টত গোটাই থব, সেই গোপনীয় কথা অমাক বুজালে। ১০ আৰু আপোনাৰ ইচ্ছাৰে মন্ত্ৰণা কৰি যি জনাই সকলো কৰ্ম সিন্ধি কৰিছে, তেওঁ পূৰ্বতে যি ৰূপ নিযোজন কৰিছিলে, ১১ তাৰ দৰে খ্ৰীষ্টত প্ৰথমতে বিশ্বাস কৰা যি আমি, আমাৰ দ্বাৰাই যেন তেওঁৰ মহিমা প্ৰকাশ হয়, ১২ এই নিমিত্তে আমি সেই খ্ৰীষ্টৰ দ্বাৰাই পুত্ৰাধিকাৰৰ ববি পোৱা হৈ আছে। সত্য বাক্য অৰ্থাৎ পৰিত্ৰাণৰ শুভবাত্ত। শুনাত তোমোলাকেও তেওঁত বিশ্বাস কৰিলা; বিশ্বাস বৰাৰ পাছ যি পবিত্ৰ আত্মা দিৰ অঙ্গীকাৰ হৈছিল, সেই পবিত্ৰ আত্মা পাই, তোমোলাক চিন দিয়া হল। ১৪ তেওঁৰ মহিমা প্ৰকাশ কৰিবৰ নিমিত্তে তেওঁ কিনা লোকবিলাকৰ মুক্তিৰ অৰ্থে আমি পুত্ৰ,ধিকাৰ হবলৈ, সেই পবিত্ৰ আত্মাই বইনা হৈ আছে! ১৩ আৰু