পৃষ্ঠা:New Testament in Assamese.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলাতীয়ালৈ পত্ৰ। ৩৪৭ ৬ অধ্যায়। - 9 ঈশ্ব- . 1 হে ভাইবিলাক, তোমোলাকৰ কোনো মানুহ যদি দোষত পৰে, তেন্তে পৰ- মাৰ্থিক যি তোমোলকি, তোমোলাকে নমু মনেৰে সেই জনক আকও ধৰ্মৰ পথত থিৰ কৰা; পীছে জানো তোমোলাকো পৰ ক্ষতি পৰা, তালৈ সাৱধান হোৱা। ২ তোমোলাকে ইটে সিটৰ ভাৰ বৈ খীষ্টৰ অজ্ঞা সিন্ধি কৰা। ৩ কোনো মানুহ একো নহৈয়ে যদি আপোনাক বৰ বুলি মানে, সি আ- পুনিএই অপেনিকি ভুল কৰে। ৪ কিন্তু প্ৰতি জনে আপোনাৰ কৰ্মৰ পৰীক্ষা কৰোক, তেহে সি অন্যৰ পৰা নহয়, আপোনাৰ পৰাহে সলগিৰ কাৰণ পবি; ৫ কিয়নো প্ৰতি জনে আপোনাৰ ভীৰ বব। ৬ যি জনে বাক্যৰ উপদেশ পোৱা হয়, সি উপদেশ দিয়া জনক অপে- নাৰ সকলো ভাল বস্তুৰ ভাগ দান কৰোক। তোমোলকি ভুম নহব, ৰক ভঙিন কৰা নহয়; মানুহে যিহকে বয়, তাকেহে দাবলৈ পাই। ৮ যি জনে শৰীলৰ নিমিত্তে বয়, সি শৰলৰ পৰা বিনাশ দাব; কিন্তু যি জনে অত্মিাৰ নিমিত্তে বয়, সি আত্মিাৰ পৰা অনন্ত পৰম আয়ুষ দাবি। ১ আৰু সজ কৰ্ম কৰোঁতে আমি ভাগৰ নোহেঁক; কিয়নো শ্ৰান্ত নহলে উচিত সময়ত শহ দাবলৈ পাম। এই হেতুকে আহা, শুভক্ষণ পালে সকলে। লোকক, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাসীবিলাকক হিত কৰ্ম কৰোহঁক ১১ ময় আপোন হাতেৰে কেনে ডাঙ্গৰ পত্ৰ লিখিলে, তাক তোমো- লাকে দেখিছা। ১২ যিমান লোকে সংসাৰৰ মতে সুখ্যাতি ধৰ্ম দেখবি খোজে, তিমান লোকে তোমোলাকক চৰ্মছেদন কৰিবলৈ অজ্ঞা দিএ। কিন্তু সিবিলাকে যেন খীষ্টৰ পেৰেণিৰ অৰ্থে তাৰণা নেপাই, অকল এই নি- মিত্তেহে তাকে কৰে। ১৩ কিয়নো চৰ্মছেদী হোৱাবিলাকে আপুনিও বিধান পালন নকৰে, কিন্তু তোমোলাকৰ শৰীলত সিবিলাকে যেন প্ৰশং সা কৰে, এই নিমিত্তে তোমোলাক চৰ্মছেদী হবলৈ সিবিলাকৰ ইচ্ছা। ১৪ কিন্তু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পেৰেঙ্গণিত বাঝে আন কোনো কথা- তেই ময় কোনো মতেও প্ৰশংসা কৰা নহওক; কাৰণ সেই পেৰেণিৰ দ্বাৰাই সংসাৰৰ সমন্ধলৈ ময়, মোৰ সমন্ধলৈ সংসাৰৰ মৰা হৈছে। ১৫ কিয়- নো যীশু খ্ৰীষ্টত চৰ্মছেদনে একো সিন্ধি নকৰে, অচৰ্মছেদনেও নকৰে; কিন্তু নতুন স সষ্টিয়েহে কৰে। ১৬ আৰু যেতেক লোকে এই বিধিৰ দৰে। প্ৰবৰ্তন কৰে, সিবিলাকৰ আৰু ঈশ্বৰ ইয়েল লোকৰ ওপৰতো কুশল আৰু অনুগ্ৰহ হওক। ১৭ এতিয়াৰ পৰা কোনো মানুহে মোক বেঝাৰ নিদিওক; কিয়নো ময় আপোনাৰ শৰীলত প্ৰভু যীশুৰ চিন লৈ ফুৰি- ছে॥ ১৮ হে ভাইবিলকি, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ তোমোলাকৰ আত্মৰি লগত থাকোক। আমেন। - - ৪৫