পৃষ্ঠা:New Testament in Assamese.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গতীয়ালৈ পত্ৰ। ফল পাব। ডোখৰ পিঠা ফুলুৱা হৈছে। ১০ তোমোলাকে অনি একে মন নকৰিবা, খীষ্টৰ দ্বাৰাই তোমেলিকিত মোৰ এনে বিশ্বাস আছে; কিন্তু যি জনে তোমোলকিক অথিৰ কৰে, যি কোনো হওক, সি অপপান কৰ্মৰ প্ৰতি- হে ভাইবিলকি, ময় চৰ্মছেদনৰ বিধি যদি প্ৰচাৰ কৰে, তেন্তে এই ৰূপ তাৰণা এতিয়া কিয় ভোগ কৰিছে? তাক কৰা হলে পেৰেঙ্গ- ণিৰ বিঘিনি গুছিলহেঁতেন। ১২ যিবিলাকে তোমেলিকিৰ মন অৰ্থিব কৰে, সিবিলাকক যেন বাহিৰ কৰা হয়, এই মোৰ বঞ্চি। ১৩ হে ভাই- বিলকি, তোমোলাকে মুক্তি পাব নিমিত্তে আমন্ত্ৰণ কৰা হৈছ; তথাপি সেই মুক্তিক ছল কৰি ইন্দ্ৰিয়ৰ অভিলাষ পূৰ নকৰিবা, কিন্তু প্ৰীতিৰ দ্বাৰাই ইজনে সিজনে সুশ্ৰুষা কৰা। ১৪ কিয়নো তোমাৰ চুবুৰিয়াক অ- পোনাৰ নিচিনাকৈ প্ৰেম কৰা, এই এক অজ্ঞা পালন কৰিলে, সকলো বিধান পালন কৰা হয়। ১৫ কিন্তু তোমোলাকে যদি ইজনে সিজনে কা- মোৰ কামুৰি কৰা, তেন্তে ইটে সিটে যেন বিনাশ নোহোৱা তালৈ স্যৱ- ধনি হোৱা। ময় ইয়াকে কৈছো, তোমোলাকে অত্মিৰি দৰে অচিৰণ কৰা, তাতে সংসাৰিক অভিলাষ সিন্ধি নকৰিবা। ১৭ সংসাৰিক সুভাৱে আত্মাৰ বি- ৰোধ কৰে; আৰু অত্মিাই সংসাৰিক স্বভাৱৰ বিৰোধ কৰে; এই দুয়ো ইটে সিটে বিৰোধ হোৱাত তোমোলাকৰ যি কৰ্মলৈ ইচ্ছা হয়, তাকে কৰিব নোৱাৰা। ১৮ কিন্তু তাত্মিৰ দ্বাৰাই যদি চলাই নিয়া হোৱা, তেন্তে তো- মোলাক বিধানৰ অধীন নোহোৱা। ১১ কিন্তু [পৰতিৰী হৰণ,] বেশ্যা- গমন, অশুচি কৰ্ম, কাম অভিলাষ, ২০ মূৰ্তি পূজা, মায়া কৰা, খিয়াল, বিৰোধ, অসূয়া, খঙ্গ, দল, দ্ৰোহ, বিধৰ্ম আচৰণ, ঈৰ্ষা, বধ, মতলিয়া হোৱ, লুস্পট কৰা, এই সকলো প্ৰকাশ ৰূপে সংসাৰিক কম হয়। ২১ এই সকলোৰে কথাত যেনেকৈ আগেয়ে তোমোলকিত কৈছিলোঁ, তেনে- কৈ এতিয়াও কৈছো, যিবিলাকে এনে কৰ্ম কৰে, সিবিলাক ঈশ্বৰৰ ৰাজ্যৰ ভাগী হব নোৱাৰে। ২২ কিন্তু প্ৰেম, অনিন্দ, কুশল, সহন, নম মন, হিত চিন্তা, বিশ্বাস, মৃদু ভওি, পৰিমাণ ভোগ, ২৩ এই সকলো অত্মিাৰ ফল; এনে কৰ্মৰ বিৰোধে কোনো বিধান নাই। আৰু যিবিলাক খীষ্টৰ হয়, সিবিলাকে কাম অভিলাষেৰে সৈতে ইন্দ্ৰিয়ক পেৰেঙ্গণিত বধ কৰিলে। ২৫ আমি যদি আত্মত জীয়াই থাকে, তেন্তে অহি, ২৬ অহঙ্কাৰী হৈ ইটে সিটে খঙ্গ তোলা আৰু অসূয়া নকৰি, অত্মািৰ দৰে আচৰণ কৰোহঁক। ২ ৭