পৃষ্ঠা:New Testament in Assamese.djvu/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়। ৩৪৫ দুই পুত্ৰ অছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বতন্ত্ৰ ভাৰ্যাৰ গৰ্ভত ওপজ। এজন। ২৩ বেটীৰ যি জন, সি সংসাৰিক ৰূপে জন্মোৱা হৈছিল; কিন্তু স্বতন্ত্ৰ জনাৰ যি জন, সি প্ৰতিজ্ঞাৰে জন্মিল। ২৪ এইবিলাক কথা পটন্তৰ হয়; অৰ্থাৎ এই দুই তিৰীএই দুই নিয়ম হৈছে; ইয়াৰ মাঝত চিনয় পৰ্বতৰ পৰা দিয়া হৈ বন্দী কৰোৱা যি নিয়ম, সেই নিয়মৰ উপমা হাগাৰ; ২৫ কিয়নো সেই হগিৰিৰ অৰ্থ আৰব দেশৰ চিনয় পৰ্বতক বুঝাই, আৰু আপোনাৰ লৰাহঁতে সৈতে বন্দী হৈ থকা এই কালৰ য়িৰুছলিম নগৰকে। বুঝাই। ২৬ কিন্তু আমাৰ [ সকলোৰে ] মাতৃ যি স্বৰ্গত থকা য়িৰু ছালম, সেয়ে সেই স্বতন্ত্ৰ ভাৰ্য্যা। ২৭ এনে লিখাও আছে, হে লৰা নোপজোৱা বাজী, তুমি আনন্দিত হোৱা; হে প্ৰসও নকৰ তিৰোতা, তুমি এৰাৱেৰে জয়ধ্বনি কৰা; কিয়নো পতি থকা জনীৰ লৰাতকৈ অনাথ জনীৰ লৰা অধিক হৈছে। ২৮ হে ভাইবিলাক, ইচাক যি ৰূপে প্ৰতিজ্ঞৰি সন্তান, সেই ৰূপে আমিও হৈছে। ২৯ কিন্তু তেতিয়া সংসাৰিক ৰূপে যিটোএ জন্ম পালে, সি যেনেকৈ অত্মািৰ পৰা জন্ম পোৱাটক তাৰণা কৰিলে, তেনেকৈ এতি- য়াও কৰা হৈছে। কিন্তু শাস্ত্ৰে কি কৈছে? বেটী আৰু তাইৰ পুতেকক বাহিৰ কৰা; কিয়নো স্বতন্ত্ৰ ভাৰ্যাৰ পুতেকে সৈতে বেটাৰ পুতেক অধি- কাৰৰ ভাগী নহব। ৩১ এয়েৰেই হে ভাইবিলাক, আমি বেটীৰ সন্তান নহৈ স্বতন্ত্ৰ ভাৰ্যৰ সন্তান হওঁ। UO ৫ অধ্যায়। এই হেতুকে খ্ৰীষ্টে যি ৰূপ মুক্তিয়েৰে আমাক মুকুত কৰিলে, সেই মুক্তিতে থিৰ হৈ থকা, অৰুি বন্দী কৰা যুঁৱলিৰে পুনৰ বন্ধন নহব॥ ২ দেখ, ময় পৌলে তোমোলাকত কৈছে, যদি চৰ্মছেদী হোৱা, তেন্তে খীষ্টৰ দ্বাৰাই তোমোলাকৰ একো লাভ নহব। ৩ আৰু চৰ্মছেদনৰ মত লোৱা সকলোকে অকিও প্ৰমাণ দিছে, সিবিলাকে বিধানৰ সকলোকে পালন কৰিবলৈ ধৰুৱা হৈ আছে। ৪ তোমোলাকৰ মাঝত যি কোনো লোক বিধানৰ দ্বাৰাই পুণ্যৱন্ত কৰা হৈছে, সি খীষ্টৰ অনুগ্ৰহৰ পৰা খহি পৰীত তাৰে সৈতে খ্ৰীষ্টৰ একো সমন্ধ নাই। কিয়নো আমি আত্মাৰ দ্বাৰাই বিশ্বাসৰ পূণ্যৰ অশালৈ বাট চাই আছে॥ ৬ যীশু খ্ৰীষ্টৰ ধৰ্মত চৰ্মছেদনৰ একো সিন্ধি নাই, অচৰ্মছেদন হোৱাৰো সিন্ধি নাই; কিন্তু প্ৰেমে- ৰে শক্তিমন্ত হোৱা যি বিশ্বাস, তাৰেই সিন্ধি হয়। ৭ তোমোলাকে সত পথত ভালকৈ লৰিছিল; কিন্তু তোমোলাকে যে পাছে অৰুি সত্য নেমান, কোনে তোমোলাকক বাধা কৰিছে? ৮ যি জনাই তোমোলাকক নিমন্ত্ৰণ কৰিছে, তেওঁৰ পৰা এনে মতি দিয়া নহয়। ৯ অলপ ঋমিৰেৰে গোটেই