পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৪ গলাতীয়ালৈ পত্ৰ।

সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুকুত কৰি আমাক যেন তো- লনীয়। পো কৰা হয়, ৫ এই নিমিত্তে ঈশ্বৰে আপোনাৰ পুত্ৰক তিৰীৰ গভত জন্মাই, বিধানৰ অধীন কৰি পঠাই দিলে। ৬ তোমোলকি ঈশ্বৰৰ পুত্ৰ হোৱা হেতুকে যি অত্মিাৰ দ্বাৰাই ঈশ্বৰক অব পিতৃ বুলি মাতা, তেওঁৰ পুত্ৰৰ সেই আত্মাকে তেওঁ তোমোলাকৰ হৃদয়লৈ পঠাই দিলে। ৭ এই হেতুকে এতিয়াৰ পৰা তুমি আৰু বন্দী নহৈ পূত্ৰ হোৱা; আৰু পুত্ৰ হলে, তেন্তে খীষ্টৰ দ্বাৰাই ঈশ্বৰৰ ভাগীও হৈছ। ৮ পূৰ্ব্বে যেতিয়া ঈশ্বক নেজানিছিল, তেতিয়া যিবিলাক স্বভাবেৰে ঈশ্বৰ নহয়, সিবিলাকক সেৱা কৰি অছিলা; কিন্তু এতিয়া তোমোলাকে ঈশ্বৰক জানা, আৰু তাতকৈয়ে। ঈশ্বৰেও জনা হৈছা, তেন্তে এই বিফল আৰু হীন হোৱা শিক্ষালৈ উলটি, আৰু বৰ তাৰ বশ হবলৈ কেনেকৈ বঞ্চি] ক? ১০ বিশেষ বিশেষ দিন, অৰুি মহ, তিথি, বছৰ আদি কৰি মানিছ; ১১ তীতে তোমোলাকৰ নিমিত্তে ময় যি পৰিশ্ৰম কৰিলোঁ, সেয়ে জানে। বিফল হয়, তোমোলাকৰ অৰ্থে মোৰ এই ভয় আছে। ১২ হে ভাইবিলাক, বিনয় কৰি কৈছে, ময় যেনে, তোমোলাকো তেনে হবা, কিয়নো তোমোলাক যেনে, ময়ো তেনে হৈছে; তোমোলাকে মোৰ একো হানি কৰা নাই। প্ৰথমতে ময় শৰীল নিৰ্ব্বলী হৈ তোমোলাকৰ আগত শুভবাত্ত। কীত্তন কৰিলে, তাক তোমোলাকে জানিছা। ১৪ অতি মোৰ শৰীলত পৰীক্ষাৰ নিমিত্তে যি দুঃখ আছিল, তাকে দেখি তোমো- লাকে হেলা কৰি মোক অগ্ৰাহ্য নকৰিলা, কিন্তু ঈশ্বৰৰ দূত আৰু যীশু খ্ৰীষ্টৰ নিচিনাকৈ মোক গ্ৰহণ কৰিল। ১৫ তেতিয়া তোমোলাকৰ কেনে আনন্দ হৈছিল! কিয়নো তোমোলাকৰ অৰ্থে ময় এই প্ৰমাণ দিব পাৰে, সাধ্য হোৱা হলে তোমোলাকে মোক আপোন অপোন চকুকে। কাহি উলিয়াই দিলাহেঁতেন। ১৬ এতিয়া তোমোলাকিত সত্য কথা কোৱাত ময় তোমোলাকৰ শত্ৰু হৈছে নে? ১৭ সেই লোকে তোমোলাকৰ উৎসাহ কৰাইছে হয়, কিন্তু উত্তম ৰূপে নহয়; কিয়নো তোমোলাকে যেন সিবিলা- কলৈ উৎসাহী কৰা হোৱা, এনে অশিয়েৰে তামোলাকক বাহিৰ কৰিবলৈ ১৮ উত্তমলৈ সদাই উৎসাহ হৈ থকা উচিত; ময় তোমোলাকৰ লগত থাকোতেহে, এনে নহয়, সদাই উচিত। ১৯ হে মোৰ লৰাটিহত, যে- তিয়ালৈকে তোমোলাকৰ হৃদয়ত খীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে তোমোলাকৰ নিমিত্তে আকও প্ৰসৱৰ বেদনা ভোগ কৰিছে। আৰু তোমোলৰ ওচৰলৈ গৈ অন মাতেৰে কথা কবলৈ ইচ্ছা কৰে; কিয়নো তোমোলাকৰ কথাত ময় সংশয় কৰি আছে॥ ২১ বিধানৰ অধীন হব খোজা যি তোমোলাক, তোমোলকিত সুধিছো, বিধানৰ কথা তোমোলাকে নুশুনা নে? ২২ এনে লিখা আছে, আব্ৰাহাম ইচ্ছা কৰে। ২ ০