পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। ৩৪ ৩ ৬৭ ছিল। ২ ০ হৰ নিয়ম হলেও, যদি তাক থিৰ কৰা হয়, পাছে কোনেও তাক ভাঙ্গিব বা বহাবও নোৱাৰে। ১৬ আব্ৰাহাম আৰু তেওঁৰ বঙ্গহলৈ প্ৰতিজ্ঞাবি- লাক কোৱা হৈছিল; অনেকলৈ কোৱাৰ দৰে বঙ্গহবিলাক বুলি কোৱা নাই; এজনলৈ কোৱাৰ দৰে বঙ্গহ বুলিহে কৈছে; সেই বঙ্গহ খীষ্ট। ১৭ এই হেতুকে ময় ইয়াকে কৈছে, যি নিয়ম পূৰ্ব্বে থিৰ কৰা হল, তাৰ পাছে চাৰি শ ডেৰ কুৰি বছৰৰ মুৰত হোৱা যি বিধান, সি সেই নিয়ম লোপ কৰি ঈশ্বৰৰ প্ৰতিজ্ঞা বিফল কৰিব নোৱাৰে। ১৮ অৰ্শীৰ্বাদ যদি বি- ধানৰ দ্বাৰাই হয়, তেন্তে প্ৰতিজ্ঞাৰ দ্বাৰাই নহয়; কিন্তু ঈশ্বৰে প্ৰতিজ্ঞা দ্বাৰাই আব্ৰাহামক তাক দিলে। ১৯ তেন্তে বিধানৰ কি ফল? যি বঙ্গ- হৰ অৰ্থে প্ৰতিজ্ঞা কৰা হল, তেওঁ অহা কাললৈকে পপি নিবাৰণৰ নি- মিত্তে দূতবিলাকৰ দ্বাৰাই এজন সমজুৱাৰ হাতত বিধান থাপন কৰা হৈ- অকল এজনত সমজুৱাৰ প্ৰয়োজন নাই, কিন্তু ঈশ্বৰ এজনহে। ২১ তেন্তে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিৰোধ হয় নে? কোনো মতেও নহয়। কিয়নো পৰম আয়ুষ দিব পৰা বিধান দিয়া হোৱা হলে, সেই বিধানৰ দ্বা- ৰাই পূণ্য পোৱা হলহেঁতেন। ২২ কিন্তু যীশু খীষ্টত বিশ্বাসৰ দ্বাৰাই যি প্ৰতিজ্ঞা আছে, তাৰ ফল বিশ্বাস কৰবিলাকত যেন ঘটে, এই নিমিত্তে শাস্ত্ৰে সকলোকে পাপৰ অধীনকৈ লিখিছে। ২৩ কিন্তু বিশ্বাস অহাৰ অ- গেয়ে আমি বিধানৰ অধীন হৈ, পাছে প্ৰকাশ হব লগা সেই বিশ্বাসৰ দিনলৈকে বন্ধন হৈ আছিলে॥ ২৪ এই ৰূপে আমি যেন পুণ্যৱন্ত লিখ। হওঁ, সেই নিমিত্তে খ্ৰীষ্টৰ দিনলৈকে বিধানেই অমাৰ ওজা হৈছিল। ২৫ কিন্তু এতিয়া বিশ্বাস অহিলত, আমি আৰু সেই ওজাৰ অধীন হৈ নেথাকো। ২৬ খ্ৰীশু খ্ৰীষ্টত বিশ্বাস কৰাত তোমোলাক সকলো ঈশ্বৰৰ সন্তান হৈছা। ২৭ তোমোলাকৰ যি যি মানুহক খ্ৰীষ্টৰ নামেৰে বুৰ দিওৱা হয়, সেই সকলো খ্ৰীষ্টক পিন্ধা হৈ আছে। ২৮ এই কথাত য়িহুদি হোৱা, বা গ্ৰীক হোৱা, স্বাধীন বা বন্দী, পুৰুষ বা তিৰী হোৱা, এনে নহয়; যীশু খ্ৰীষ্টত তোমোলাক সকলোএ একে হোৱা। ২৯ আৰু তোমোলাক যদি খ্ৰীষ্টৰ হোৱা, তেন্তে তোমোলাক আব্ৰাহামৰ সন্তান, আৰু প্ৰতিজ্ঞাৰে। ভাগী হৈছা। ৪ অধ্যায়। ময় এই কথা কৈছে, অধিকাৰী পুত্ৰ যেতে দিন বয়সীয়া নহয়, তেতে দিন সকলোৰে গৰাকী হলেও, ২ পিতৃএ নিশ্চয় কৰা কাললৈকে ওজা আৰু গৰা- কীৰ অধীনে থকাত, তেওঁত আৰু বন্দীত একো প্ৰভেদ নাই। ৩ তেনেকৈ আ- মিও লৰা কালত সংসাৰিক শিক্ষাৰ অধীন আছিলে; ৪ কিন্তু পাছে কাল