পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪২ গতীয়ালৈ পত্ৰ। এতিয়া শৰীলেৰে ভোগ কৰা যি জীৱন, সেই জীৱন ভোগ কৰিছে। ২১ এতেকে ময় ঈশ্বৰৰ অনুগ্ৰহ বিফল নকৰে; কিয়নো বিধানৰ দ্বাৰাই যদি পুণ্য হয়, তেন্তে খীষ্টে অকাৰণতে প্ৰাণ এৰিলে। ৩ অধ্যায়। হে নিবুন্ধি গলাতীয়া লোক, তোমোলাকৰ চকুৰ অগিত যীশু খ্ৰীষ্টক পে- বেঙ্গণিত মৰাৰ কথা প্ৰকাশ ৰূপে দেখুউৱা হোৱাতো [তোমোলাকে যে সত্যক নেমনা,] তোমোলাকৰ মনত নো কোনে এনে মায়া লাগাইছে? ২ময় তেমো- লাকত এই কথা মাথোন সুধিব খুজিছোঁ, তোমোলাকে যি অত্মা পাইছিল, তেওঁক বিধানৰ কৰ্মৰ দ্বাৰাই পাইছিল। নে, নাইবা বিশ্বাসৰ কথা শুনৰি দ্বাৰাইহে পাইছিলা? ৩ তোমোলাক এইমান অজ্ঞানী নে? আত্মৰি ধৰ্মত আৰম্ভণ কৰি, এতিয়া শৰীলৰ ধৰ্মেৰে সিন্ধি হৈছা নে? ৪ তেন্তে তোমো- লাকে অনৰ্থক ৰূপে এইমান দুঃখ ভোগ কৰিলা নে? সি জানো অনৰ্থক। ৫ তোমোলাকৰ অগিত অশ্চিৰিত কৰ্ম কৰি, যি জনে তেমোলাকক আত্ম। দান কৰে, সেই জনে বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে, নাইবা বিশ্বাসেৰে শুনাৰ দ্বাৰাইহে কৰে ৬ এই ৰূপে আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেয়ে তেওঁলৈ পুণ্য বুলি গণতি কৰা হৈছিল। ৭ এই হেতুকে যিবিলাক বিশ্বাস, সিবিলাক অব্ৰাহামৰ সন্তান, ইয়াক নিশ্চয়ে জানিবা। ৮ ঈশ্বৰে বিদেশী লোকক বিশ্বাসৰ দ্বাৰাই পূণ্যৱন্ত বুলি লিখিব, ইয়াক অগেয়ে জানি, তোমাৰ দ্বাৰাই সকলো বিদেশী লোকে আশীৰ্বাদ পাব, শাস্ত্ৰে আব্ৰা- হামত এই শুভবাত্ত। প্ৰকাশ কৰিলে। এতেকে যিবিলাক বিশ্বাসৰ হয়, সিবিলাকে বিশ্বাসী আব্ৰাহামে সৈতে অৰ্শিীৰ্বাদ পোৱা হৈছে; ১০ কিন্তু যিবিলাক বিধানৰ কৰ্মৰ অধীন, সেইবিলাক শাও পোৱা হয়; কিয়নো এনে লিখা আছে, বিধানৰ পুথিত লিখা যি কৰ্ম, সেই সকলো কৰ্ম যি জনে নিছিদ্ৰ ৰূপে পালন নকৰে, সি শাও পোৱা হয়। বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহে যে ঈশ্বৰ আগত পুণ্যৱন্ত লিখা হব নোৱাৰে, সেয়ে প্ৰকাশ হৈ আছে; কিয়নো পুণৱন্ত জন বিশ্বাসৰ দ্বাৰাই জীব। ১২ বিধানে সৈতে বিশ্বাসৰ সমন্ধেই নাই; কিন্তু যি জনে বিধানৰ কৰ্ম পালন কৰে, সি তাৰ দ্বাৰাইহে জীব। ১৩ আৰু খ্ৰীষ্টৰ দ্বাৰাই অব্ৰিহি।- মৰ আশীৰ্বাদ যেন বিদেশী লোকৰ ওপৰলৈ আহে, আৰু আমি বিশ্বাসৰ দ্বাৰাই প্ৰতিজ্ঞা হোৱা অত্মিা যেন পাওঁ, ১৪ এই নিমিত্তে খীষ্টে আমাৰ কাৰণে আপুনি শাও পোৱা হৈ, বিধানৰ শপিৰ পৰা আমাক মুকুত কৰিলে; তাতে এনে লিখাও আছে, যি জনক গছত অৰা হয়, সি শাও পোৱা হয়। ১৫ হে ভাইবিলাক, ময় মানুহৰ মতে কৈছে, কেবল মানু- ১১ এই হেতুকে