পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৩৪১ একো কথা বহাই নিদিলে। ৭ কিন্তু চৰ্মছেদন হোৱাবিলাকলৈ শুভবাত্ত। কীত্তন কৰাৰ ভাৰ যেনেকৈ পিতৰ দিয়া হৈছে, তেনেকৈ চৰ্ম ছেদন নো- হোৱাবিলাকলৈ কীত্তন কৰাৰ ভৰি মোকো দিয়া হৈছে, ইয়াকে দেখিলে; ৮ কিয়নো যি জনাই চৰ্মছেদী লোকলৈ পাঁচনি কৰ্মা পিতৰ দ্বাৰাই সিন্ধি কৰিলে, তেৱেই বিদেশী লোকলৈ মোৰো দ্বাৰাই সেই কৰ্ম সিন্ধি কৰিলে। ১ পীছে আমি যেন বিদেশী লোকলৈ যাওঁ, অৰুি সিবিলাকে যেন চৰ্মছে- দন হোৱা লোকলৈ যাই, এই নিমিত্তে স্তম্ভৰ দৰে হোৱা য়াকোব, অৰু কৈফা, আৰু য়োহান, সিবিলাকে মোক দিয়া অনুগ্ৰহ দেখি, মোক আৰু বৰ্ণাবক সিবিলাকৰ লগৰ সহায়ৰ ভাগী বুলি সো হাত দিলে। ১০ আৰু দৰিদ লোকক যেন সোঁৱৰে, ইয়াকে মাথোন কলে; ময়ো সেই কথাত উদ্যোগী আছিলে॥ ১১ তাৰ পাছে যেতিয়া পিতৰ অন্তিয়খিয়ালৈ আহিল, তেতিয়া তেওঁ দুষী হোৱাত ময় সমখে তেওঁক দোষ ধৰিলে॥ ১২ কিয়নো য়াকোবৰ ওচৰৰ পৰা জনচাৰে লোক অহাৰ আগেয়ে তেওঁ বিদেশী লোকৰ লগত খোৱা বোৱা কৰিলে; কিন্তু সিবিলাক অহিলত চৰ্মছেদী লোকলৈ ভয় কৰি সেই খোৱা বোৱা এৰি পৃথক হৈ থাকিল। ১৩ আৰু আন আন য়িহুদিবি- লাকেও তেওঁৰে সৈতে এনে ভাণ্ডনাৰে অচিৰণ কৰিলে; তাতে বৰ্ণাবাও সিবি- লাকৰ ভাণ্ডনীৰে ভুলুৰ হল। ১৪ কিন্তু সিবিলাকে যে শুভবাত্তৰি সত্যৰ দৰে স্বৰূপ মতে অচৰণ কৰা নাই, ইয়াকে দেখি ময় সকলোৰে আগতে পিত ৰত কলো, তুমি অপুনি য়িহুদি হৈ, যদি য়িহুদি মতৰ দৰে নাচৰি বি- দেশী লোকৰ দৰে আচৰণ কৰা, তেন্তে বিদেশী লোকক য়িহুদিবিলাকৰ মতৰ দৰে কিয় অচিৰণ কৰোৱাইছা? ১৫ বিধানৰ কৰ্মেৰে মানুহক পূণ্যৱন্ত লিখা নহয়, কিন্তু অকল ব্লীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে পুণ্যৱন্ত হয়, ইয়াকে জানি, য়িহুদি বঙ্গহত জন্ম আৰু বিদেশী লোকৰ নিচিনা পাপী নোহোৱা যি আমি, ১৬ অমিও বিধানৰ কৰ্মৰে পুণ্যবন্ত লিখা নহৈ খ্ৰীষ্টত বিশ্বাসেৰে যেন পুণ্যৱন্ত লিখা হম, এই নিমিত্তে যীশু খ্ৰীষ্টত বিশ্বাস কৰি- লো; কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো প্ৰাণী পুণ্যৱন্ত লিখা হব নোৱাৰে। ১৭ কিন্তু খীষ্টৰ দ্বাৰাই আমি পুণ্যৱন্ত লিখা হবলৈ কাবাৰ কৰিও যদি আপুনি পাপী হওঁ, তেন্তে খীষ্ট পপিৰ সেৱক হয় নে? কোনো মতেও নহয়। ১৮ অৰুি ময় যিহকে ভাঙ্গিলে, তাকে যদি অকও সাজে, তেন্তে ময় আপোনাকে দুষী কৰিছে। ময় ইশ্বৰৰ সমন্ধলৈ জীবৰ নি- মিত্তে বিধানৰ দ্বাৰাই বিধানৰ সমন্ধলৈ মৰা হৈছে। খীষ্টে সৈতে পেৰেঙ্গণিত মৰা হৈছে, তথাপি জীয়াই আছে; ময়হে জীছে, এনে নহয়, কিন্তু খীষ্টেহে মোত জীয়াই আছে। আৰু মোক প্ৰেম কৰি মোৰ নিমিত্তে আপোনাৰ প্ৰাণ এৰি দিলে যি ঈশ্বৰৰ পুত্ৰ, তেওঁত বিশ্বাস কৰিহে ময় ২ ০