পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলাতীয়ালৈ পত্ৰ। ১৫ কিন্তু জন্মাৰ তাক নষ্ট কৰি আছিলোঁ, তাক তোমোলাকে শুনিল॥ ১৪ আৰু উপৰি পুৰুষে দিয়া অগিৰ কথালৈ অতি উৎসাহী হৈ আপোন দেশী মোৰ অনেক সমনিয়াবিলাকতকৈ য়িহুদি ধৰ্মত নিপুণ হৈ আছিলোঁ। আদিৰে পৰা যি ঈশ্বৰে মোক পৃথক কৰি ৰাখিলে, আৰু পাছে অপো- নাৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে, তেওঁৰ পুত্ৰৰ কথা ময় যেন কীত্তন কৰিম, ১৬ এই নিমিত্তে তেওঁ যেতিয়া আপোনাৰ পুত্ৰ মেৰি অগিত প্ৰকাশ কৰিবলৈ সন্তোষ হৈছিল, তেতিয়াই ময় মঙ্গহ তেজ হোৱা মানুহে সৈতে অলিচ নকৰিলোঁ; ১৭ আৰু মোতকৈ অেিগয় নিযেজিন কৰা য়িছালমত থকা পাচনিবিলাকৰ ওচৰলৈ যোৱা নাই; কিন্তু অৰব দেশলৈ গৈছিলোঁ, পাছে অকিও দামেচক নগৰলৈ আহিলে॥ ১৮ অ িতিনি বছৰ পাছে পিতৰক দেখিবলৈ য়িছালমলৈ গৈ তেওঁৰ লগত পোন্ধেৰে দিন থাকিলে; ১১ কিন্তু প্ৰভুৰ ভায়েক য়াকোবৰ বাহিৰে পাচনিবিলাকৰ আৰু কাকো নেদেখিলে॥ ২০ তোমোলাকলৈ ময় যি কথা লিখিছো, দেখা, সেইবিলাক কথা মিছ। নহয়, ময় ঈশ্বৰৰ অগিত তাক কৈছে॥ ২১ তাৰ পাছে চুৰিয়া অৰুি কি- লিকিয়া দেশলৈ গলো, ২২ আৰু খ্ৰীষ্টত অশ্ৰিয় লোৱা য়িহুদা দেশৰ মণ্ডলী লোকে সৈতে চিনাকি হোৱা নাই; ২৩ কিন্তু যি জনে আগৰ কা- লত অমাক তাৰণা কৰিছিল, সেই জনেই পূৰ্ব্বে নষ্ট কৰা ধৰ্মৰ কথা এতিয়া কীত্তন কৰিছে, এই কথা মাথোন শুনিলে। ২৪ তাতে সিবিলাকে মোৰ আৰ্থে ঈশ্বৰক স্তুতি কৰিলে। 1 ২ অধ্যায়। ৩ তাৰ পাছে চৈধ্য বছৰৰ মুৰত ময় তিতক লগত লৈ বৰ্ণাবাই সৈতে য়িৰু- ছালমলৈ অকও গলে॥ ২ কিন্তু প্ৰকাশিত অজ্ঞাৰেহে তালৈ গৈছি- লো, আৰু যি শুভবাত্ত। ময় অন দেশী লোকৰ অগিত কীত্তন কবে, তাকে সিবিলাকত জনালে; কিন্তু যি যতন কৰে। বা কৰিছিলোঁ, সেয়ে যেন কোনো ৰূপে বিফল নহয়, এই নিমিত্তে যশস্য। পোৱাবিলাকতহে গুপুতে জনালোঁ। আৰু আমাক বশ কৰিৰ অশিয়েৰে যীশু খ্ৰীষ্টৰ দ্বাৰাই আমি পোৱা যি শক্তি, তাকে চোৰাকৈ চাবৰ ছলেৰে আমাৰ মাঝলৈ অনা যি ভাৰি কোৱা ভাইবিলাক গুপুত ৰূপে সোমলি, ° সেইবি- লাকৰ নিমিত্তেও আমাৰ লগৰ গ্ৰীক লোক যি তিত, তেওঁক চৰ্মছেদন কৰোৱা নহল। কিয়নো শুভবাত্তৰ সত্য ধৰ্ম যেন তোমোলাকৰ লগত থাকে, এই নিমিত্তে আমি এওঁৰে। সিবিলাকক ঠাই নিদিলে। ৬ আৰু যিবিলাক মান্যৱন্ত অছিল, নিবিলাক প্ৰধান হওক বা নহওক, তাত মোৰ একো কাৰ্য্য নাই, ঈশ্বৰে কাকে চাটু নকৰে; সেই মানৱন্ত লোকে মোলৈ 1