পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলাতীয়বিলাকলৈ পৌলে লিখা পত্ৰ। ১ অধ্যায়। মানুহৰ ৪ তেৱে পৰা নহয়, মানুহৰ দ্বাৰায়ো নহয়, কিন্তু যীশু খ্ৰীষ্ট অৰু তেওঁক মণৰ পৰা তোলা পিতৃ ঈশ্বৰ দ্বাৰাই পাচনি যি পৌল, ২ ময় অৰুি মোৰ লগত থকা ভাই সকলোএ গলাতী- য়াৰ মণ্ডলী লোকলৈ পত্ৰ লিখিছে॥ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমেলিকিলৈ অনুগ্ৰহ আৰু কুশল হওক। আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাক এই বৰ্তমান দুষ্ট সংসাৰৰ পৰা উদ্ধাৰ কৰি নিমিত্তে অমাৰ পাপৰ কাৰণে আপোনাৰ প্ৰাণ দিলে। ৫ সেই পিতৃ ঈশ্বৰৰ মহিমা সদাসদায় প্ৰকাশ হওক। অমেন। ৬ যি জনাই তোমোলাকক খ্ৰীষ্টৰ অনুগ্ৰহলৈ আমন্ত্ৰণ কৰিছিল, তোমো- লাকে যে এইমান বেগতেই তেওঁক এৰি আন শুভবাত্তাত মন দিছা, ইয়াত ময় আশ্চতি মানে॥ ৭ সি অন্য শুভবাত্তাও নহয়; কিন্তু তোমোলাকক বিঘিনি কৰোত অৰুি খ্ৰীষ্টৰ শুভবাত্ত। ওলাবলৈ ইচ্ছা কৰা, এনে কেত- বিলাক আছে। ৮ কিন্তু আমি তোমোলাকৰ আগত যি শুভবাৰ্ত। কীত্তন কৰিলোঁ, তাত বাঝে আমি বা স্বৰ্গৰ দূতেও যদি অন শুভবত্তি। কীত্তন কৰে, তেন্তে সি শাও পোৱা হওক। ৯ অগেয়ে যেনেকৈ কৈছিলোঁ, তে- নেকৈ অকিও কওঁ, তোমোলাকে যি শুভবাত্ত। গ্ৰহণ কৰিলা, ততি বাঝে আন শুভবত্তি। কোনো তোমোলাকৰ আগত যদি কীৰ্ত্তন কৰে, সি শাও পোৱা হক। ১০ ময় মানুহৰ সন্তোষলৈ এই কথা কৈছে। নে, নাইবা ঈশ্ব- ৰৰ সন্তোষলৈ কৈছে। ময় মানুহক তুষ্ট কৰিবলৈ কাবাৰ কৰিছে৷ নে? ময় মানুহক তুষ্ট কৰা হোৱা হলে, খ্ৰীষ্টৰ সেৱক নহলোহেঁতেন। ১১ হে ভাইবিলাক, যি শুভবা। মোৰ দ্বাৰাই কীত্তন কৰা হৈছিল, সেয়ে মানুহৰ মতে নহয়, ইয়াক তোমোলকিত বুঝাইছে॥ ১২ ময় মানুহৰ পৰা তাক পোৱাও নাই, শিকাও নাই; কিন্তু য়ীশু খ্ৰীষ্ট প্ৰকাশিত বাক্যৰ দ্বাৰাই তাক পাইছিলে॥ ময় অগেয়ে য়িহুদি ধৰ্মত যি ৰূপে অ- চৰণ কৰিছিলোঁ, অৰ্থাৎ যি ৰূপে ঈশ্বৰৰ মওলীক অতিশয় তাৰণা দি - 88