পৃষ্ঠা:New Testament in Assamese.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩৮ কৰিীলৈ দ্বিতীয় পত্ৰ। ১৩ অধ্যায়। 1 এই তৃতীয় বৰি ময় তোমেলিকিৰ ওচৰলৈ গৈছে; দুই তিনি সাক্ষী মুখত সকলো কথা থিৰ হব। ২ অগেয়ে তোমোলকিত কৈছিলোঁ, সাক্ষা- তে হোৱাৰ দৰে পুনৰ্ব্বাৰো কৈছো, আৰু অগেয়ে পপি কৰবিলাকত আৰু আন সকলতো এতিয়া আঁতৰ হৈয়ো কৈছে, যদি তোমোলাকৰ ওচৰ- লৈ অকিও যাওঁ, তেন্তে অৰুি খেমা নকৰে॥ ৩ কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয়, ইয়াৰ প্ৰমাণ বিচাৰিছ; তেওঁ তোমোলাকলৈ দুৰ্বলী নহয়, কিন্তু তোমোলাকৰ মাঝত বলৱন্ত হৈছে। তেওঁ দৰ্ব্বলেৰে সৈতে পেৰেঙ্গণিত মৰ হোৱাতো, এতিয়া ঈশ্বৰৰ শক্তিয়েৰে জীয়াই আছে; অৰুি তেওঁত আশ্ৰয় কৰি অমি দৰ্ব্বলী হলেও তোমোলাকলৈ ঈশ্বৰৰ যি শক্তি, সেই শক্তিয়েৰে আমি তেৱে সৈতে জীয়াই থাকিম। ৫ তোমোলাক বিশ্বাসতে অছা নে নাই, এই কথতি অপেনিৰ পৰীক্ষা কৰি চোৱা। তোমোলাকে অপুনি আপোনাকে প্ৰমাণ বুঝা। তোমেলিকি অগ্ৰাহ্য নহলে, যীশু খ্ৰীষ্ট তোমো- লাকৰ হৃদয়ত থাকে, ইয়াক তোমোলাকে আপুনি নেজানা নে? ৬ কিন্তু আমি অগ্ৰাহ্য নহওঁ, ইয়াকে তোমোলাকে যেন জানিব, মই এনে অশি। কৰে॥ ৭ তোমোলাকে কোনো কুকৰ্ম যেন নকৰা, ঈশ্বৰৰ আগত ময় এই প্ৰাৰ্থনা কৰে; তাতে আমি যেন গ্ৰহণীয় হম, এনে নহয়, কিন্তু আমি অগ্ৰাহ্যৰ মাঝত গণ হলেও তোমোলাকে যেন সজ কৰ্ম কৰা, এই মোৰ প্ৰাৰ্থনা। কিয়নো সত্যৰ ফলীয়া হৈ আমি কৰ্ম কৰিব পাৰে, কিন্তু সত্যৰ বিৰোন্ধে একো কৰিব নোৱাৰে॥ ১ অমি নিলী হলেও তোমো- লাক যদি বলৱন্ত হেবা, আমাৰ অনিন্দ হয়; তোমোলকি যেন সিন্ধি হোৱা, আমাৰ এই বঞ্চি। ১, বিনাশ কৰিৰ নিমিত্তে নহয়, কিন্তু ধৰ্মত থিৰ কৰিবৰ নিমিত্তে ৫ ভুএ মোক যি শক্তি দিলে, ময় যোৱা কলিত সেই শক্তিৰ দৰে কিজানি কঠিন কথা কওঁ, এই নিমিত্তে এতিয়া আঁতৰ হৈ এইবিলাক কথা লিখিছো। ১১ হে ভাইবিলাক, শেষতে তোমোলাকৰ মঙ্গল হওক। তোমোলকি ধৰ্মত সম্পূৰ্ণ হোৱা; সান্তনা যুক্ত হোৱা; একে মন হোৱা; মিল ৰুপ কুশলে থাকা; তাতে প্ৰেম আৰু কুশলৰ ঈশ্বৰ তোমোলাকৰ লগত থাকিব। ১২ তোমো- লীকে পবিত্ৰ চুমাৰে ইজনে সিজনে নমস্কাৰ কৰা। ১৩ পবিত্ৰ লোক সকলে তোমোলাকক নমস্কাৰ কৰে। ১৪ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, আৰু পবিত্ৰ আত্মাৰ ভাগৰ ভোগ তোমোলকি সকললৈ হওক। [আমেন।] ঈশ্বৰৰ প্ৰেম,