১৫ অধি। ১৩
- তাতে তেঁও সিহঁতক উতৰ কৰি কলে, তোমোলাকে নো আপোনাৰ অ-
গৰ আচাৰৰ দোঅৰিাই ইস্বৰৰ অগ্যি। চন কৰিচা কিয় ৪ কিয়নো ইন্বৰে। এই আগা দিলে, বোলে, তুমি আপোনাৰ পিত্ৰিমাত্ৰিক মজা কৰা; আৰু জি কোনোএ পিত্ৰি বা মাত্ৰিক নিন্দা কৰে, সি নিয়ে মৰোক। ৫ কিন্তু তোমোলাকে কৈচা, জি কোনো আপোনাৰ বাপেক বা মাকক বোলে, মোৰ জিহেৰে তোমাৰ উপকাৰ হলহেঁতেন, তাক নিবেদিত কৰা হল, সি পাচেকৈ আপোনাৰ বাপেক মাকক মজতা আৰু নকৰিব। এই ৰুপে। তোমোলাকে আপোনাৰ আগৰ আচাৰৰ দোআৰাই ইস্বৰৰ বাক্য লোপ কৰিলাহঁক। ৭ হেৰৈ কপটিয়াবোৰ, তোমোলাকৰ অৰ্থে ৰিচয়ই স্বৰুপ মতে ভবিস্যত বাক্য কলে, বোন্তুে, এই লোকবিলাকে ওঠেৰে মোক সন্মান কৰে, কিন্তু সিহঁতৰ মন মোৰ পৰা নিলগ। ৯ সিহঁতে মানুহে কৰা বিধান সিকাই মেতি মিচা ভক্তি কৰে। তেতিয়া তেঁও মানুহ জুমক মাতি সিবিলকিত কলে, তোমোলাকে সুনা অৰু বুজা। মুখত জি সোমাই, সি মানুহক অসুচি নকৰে; কিন্তু মুখৰ পৰা জি ওলাই, সেয়েহে মানুহক অসুচি কৰে। ১২ তেতিয়া সিস্যবিলাকে আহি তেঁওত কলে, এই কথা সুনি ফিচিবিলাকে বেজাৰ পালে, ইয়াক অপুনি জানে নে? ১৩ তাতে তেঁও উতৰ কৰি বুলিলে, জি জি পুলি মোৰ স্বৰ পিত্ৰিএ ৰোআ নাই, তকি উঘলা জীব। ১৪ সিহঁতক এৰি দিয়া; সিহঁত কনা হৈ কনকি বাট দেখুআইচে; কনাই কনক বাট দেখুঅলে দুয়ো খাৱৈত পৰে। ১৫ তেতিয়া পিতৰে তেঁওক সমিধান দি কলে, এই দিষ্টান্তৰ অৰ্থ আমাক বুজাই দিয়েকি। য়িচুএ বুলিলে, তোমোলাকে। এতিয়ালৈকে অগিয়ানি হৈ আচা নে? মুখত জি সেমাই, সি পেটৰ ভিতৰলৈ গৈ সৌচৰ ঠাইত বাহিৰ হই, ইয়াক তোমোলাকে বুজা নাই নে? ১৮ কিন্তু মুখৰ পৰা জিবিলাক ওলাই, সিবিলাক চিতৰ পৰা আহে, সেই- বোৰেই মানুহক অসুচি কৰে। ১৯ কিয়নো চিতৰ পৰা কুচিন্তা, মানুহ বধ কৰা, পৰ তিৰি হৰন, বেস্যা গমন, চুৰ কৰা, মিচা সখি হোঅ, (ই) নিন্দা কৰা, এইবিলাক ওলাই। এইবিলাকেহে মানুহক অসুচি কৰে; কিন্তু নোধোঅ হাতেৰে ভোজন কৰাতে মানুহক অসুচি নকৰে। য়িচুএ সেই ঠাইৰ পৰা গৈ চেৰি আৰু চিদোনৰ সিমা পালেগৈ। ২২ আৰু দেখা, এজনি কিনানিয়া তিৰোতা সেই সিমৰি পৰা আহি তেঁওক ৰিঙ্গিয়াই বুলিলে, হে প্ৰভু, দাৰিদৰ সন্তান; মোৰ জিটি ভুতে পোঅ হৈ অতি বৰ দুখ পাইচে; মোক দায়ী কৰোক। ২৩ কিন্তু তেঁও তাইক একো- কে উতৰ নিদিলে। তাতে তেঁওৰ সিদ্যবিলাক আহি তেঁওক নিবেদন কৰি কলে, তাইক বিদাই দিয়োক; কিয়নো তাই আমাৰ পাচত চিঁয়ৰি চিয়- ৰি আহিছে। ২৪ তেতিয়া তেঁও উতৰ দি বুলিলে, ইসায়েলৰ বঙ্গহব হেৰো- ১৭ ২০ ২১