go মাথি। - অ মেৰৰ বাহিৰে মোক অনি কালৈকে। 'পচা নাই। ২৫ পাচে তাই অহি তেঁওক সেৱা কৰি বুলিলে, হে প্ৰভু, মোক উপকাৰ কৰেীক। তেঁও উতৰ কৰিলে, লৰাহঁতৰ খোঅ বস্তু লৈ কুকুৰ অগিত পেলাই দিব নেপাই। ২৭ তেতিয়া তাই কলে, স্বৰুপ, প্ৰভু; তেও গৰাকিৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰেও খাবলৈ পাই। ২৮ তাতে য়িচু তাইক সমিধান দি বুলিলে, হে তিৰি, তোমাৰ বৰ বিস্বাস; তোমাৰ ইচাৰ দৰেই তোমালৈ হওক। সেই উৰৰে পৰা তাইৰ জিয়েক সুস্থ হল। ২৯ পাচে য়িচূএ তাৰ পৰা গৈ গালিলৰ সাগৰৰ ওচৰ পাই, পবতৰ ওপৰত উঠি তীতে বহিল। ৩০ তেতিয়া অনেক লোক সমুহে খেৰি, কনা, আঁকৱ1, কোঙ্গা, আ$ অন্য ভালেমান গিয়াহঁতক লগত লৈ আহি তেঁওৰ চৰনত থলেনি, আৰু তেঁও সিহঁতক স্বস্থ কৰিলে। তীতে সেই মানুহ- বিলাকে আঁকৰাক কথা কোঅ, কোঙ্গাক ভাল হোআ, খোৰাক খোজ কই, কনাক ঢকু পোআ, এই সকলোকে দেখি বিস্মই মানি ইয়েলৰ ইম্বক স্তুতি কৰিলে ৩২ তেতিয়া য়িচূএ আপোনাৰ ওচৰলৈ সিস্যবিলাকক মাতি কলে, এই মানুহ সমুহলৈ মোৰ মৰম লাগিচে; কিৰনে। সিবিলাক এতিয়া মোৰ লগত তিন দিন অচে, আৰু খাবলৈ একো নাই। এই হেতুকে সিবিলাকক লঘোনে পাচিবলৈ মোৰ ইচা নাই, জানো বাটত গা ৰহি জাই। তেঁওৰ সিস্যবিলাকে বুলিলে, এইমান মানুহক ত্ৰিপ্তি কৰাবলৈ হাবিৰ মা- জত এতেকবোৰ পিঠ। আমি কত পাম? ৩৪ তীতে য়িচূএ সিবিলকিত কলে, তোমোলাকৰ কেইটামান পিঠা অচে? সিবিলাকে বুলিলে, সাতোটা পিঠা, আৰু গোটা চাৰে সৰু মাচ আচে। ৩৫ তেতিয়া তেঁও মানুহবিলাকক মাটিতে বহিবলৈ আগ কৰিলে। পাছে সেই সাতোটা পিঠা আৰু মাচো লৈ তেঁও অসিবাদ কৰি ভাঙ্গি সিস্যবিলাকৰ হাতত দিলে, আৰু সিস্যবিলাকে মানুহ সমুহৰ মাজত বিলাই দিলে। তাতে সদৌ মানুহে খাই ত্ৰিপ্তি পালে; পাচে খোঅৰি আগলিকাৰে সাতোটা পাচি ভৰাই অ- নিলে। লৰ তিৰোতাৰ বাহিৰে সেই ভোজন কৰা চাৰি হেজাৰ মানুহ পাচে মানুহ সমুহক বিদাই দি তেঁও নাৱত উঠি মাগদলাৰ সিমালৈ গল। ৩৩ তেতিয়া ৩৭ Oy হৈচিল। ৩১ ১৬ অধ্য। তেতিয়া ফিৰুচি আৰু চিকিবিলাকে অহি তেঁওৰ পৰিখ কৰি অকিসিত কিবা চিন দেখুআবলৈ তেঁওত নিবেদন কৰিলে। ২ তাতে তেঁও উতৰ কৰি কলে, সন্ধিয়া বেলিকা তোমোলাকে বোলা, কাইলৈ নিৰ্মল দিন হব, কিয়নে।
পৃষ্ঠা:New Testament in Assamese.djvu/৩৫
অৱয়ব