পৃষ্ঠা:New Testament in Assamese.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ মাথি। সিবাদ কৰিলে; পীচে পিঠা ভাঙ্গি আপোনাৰ সিদ্যবিলাকৰ হাতত দিলে, অৰুি সিস্যবিলাকে মানুহবোৰক বিলাই দিলে। ২০ তাতে সকলো খাই ত্ৰিপ্তি পালে; পাচে খোকাৰ অগিলিক জি অচিল, তাকে চপাই বাবেট। পাচি ভবাই অনিলে। ২১ লৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ পাচ হেজাৰ মান হৈচিল। ২২ তেতিয়া তেঁও মানুহ সমুহক বিদাই দিয়ে মানে, সিস্যবিলাকক তেঁওৰ অগেয়ে নাৱত উঠি সিপাৰলৈ জাবলৈ আগা কৰিলে। ২৩ পচে তেঁও মানুহবিলাকক বিদাই দি নিৰ্জনে প্ৰাৰ্থনা কৰিবৰ নিমিতে পৰ্বতৰ ওপৰ- লৈ গল; অৰু গধুলি হলত তাতে অকলশৰে থাকিল। ২৪ সেই কলিত সমুখে বতাহ হেঅতি সাগৰৰ মাজত নাৱে ঢৌত ঢলংপলৰ কৰি অ- চিল। ২৫ পীচে চতুথ পৰ মান নিসাত য়িচূএ সাগৰৰ ওপৰত খোজ কাহি সিবিলাকৰ ওচৰলৈ গল। ২৬ তেতিয়া তেঁওক সাগৰৰ ওপৰত খোজ কাহি- বৰ দেখি সিস্যবিলাকৰ উগুলথুগুল লাগি, এয়ে ভুত বুলি ভয়েৰে এটাহ পাৰিলে। ২৭ কিন্তু তেতিয়াই য়িচুএ সিবিলাকক মাতি কলে, থিৰ হোঅ; মইহে, ভই নকৰিবা, ২৮ তীতে পিতৰে সমিধান দি তেঁওক বুলিলে, হে প্ৰভু, অপুলিহে জদি, তেন্তে পানিৰ ওপৰত আপোনাৰ ওচৰলৈ মোক জীবলৈ আগ দিয়েকি। তাতে তেঁও, আঁহা বুলি কলত পিতৰে নাৱৰ পৰা নামি হিচুৰ ওচৰলৈ জবিৰ নিমিতে পানিৰ ওপৰত খোজ কাহিব ধৰি- কিন্তু ধুমুহা বাহ দেখি ভই কৰি বুৰিব খোজাত, সি চিয়ৰ মাৰি বুলিলে, হে প্ৰভু, মোক ৰখ্যা কৰোক। ৩১ তেতিয়াই য়িচুএ হাত মেলি তাক ধৰি কলে, হে অপ বিশ্বাসি, তুমি কিয় সৎ সই কৰিল। ৩২ পাচে সিবিলাকে নাৱত সোমালত বতাহ গুচিল। ৩৩ তেতিয়া জি জি মানুহ নাৱত অচিল, সিবিলাকে আহি তেঁওক সেৱা কৰি বুলিলে, স্বৰু- পেই আপুনি ইস্বৰৰ পুত্ৰ। পাচে সিবিলাকে পাৰ হৈ গিনেচতে দেস পালেগৈ। ৩৫ তেতিয়া সেই ঠাইৰ লোকবিলাকে তেঁওক চিনি পাই, দেশৰ চাৰিও ফাললৈ পঠাই নৰিয়া পৰা সকলোকে তেঁওৰ ওচৰলৈ অনি- আৰু সিহঁতে জেন তেঁওৰ কপিৰৰ আঁচলকে মাথোন চুবলৈ পাই, তেঁওৰ আগত এনে প্ৰাৰ্থনা কৰিলে; আৰু জিবিলাকে চুলে, সেই সমস্তৰে নৰিয়া ভাল হল। লে। ৩৪ লে। ১৫ অধি॥ তেতিয়া ৰিচালমৰ পৰা অধ্যাপক আৰু ফিৰুচিবিলাক য়িচুৰ ওচৰলৈ আহি কলে, ২ তোমাৰ সিস্যবিলকে ব্ৰিধ লোকৰ পুৰ আচাৰ কিয় ভাঙ্গে? কিয়মে। সিহঁতে ভেজম কৰাৰ আগেয়ে আপোনাৰ হাত নোধো।