পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায় । ৩৩১ ৬ ১ নকৰি, প্ৰথমতে প্রভুলৈ, পাছে ঈশ্বৰৰ ইচ্ছাৰে আমালৈকো আপােনাক সোধাই দিলে । তাতে তিতে যি অনুগ্ৰহৰ কৰ্ম আৰম্ভণ কৰিলে, তাক তােমোলাকৰ মাঝতো সিন্ধি কৰিবলৈ অামি তেওঁক বিনয় কৰিলো । ৭ এই হেতুকে বিশ্বাস, অৰু কথন, জ্ঞান, সম্পূর্ণ যা আৰু আমালৈ প্ৰীতি, এই সকলোৰে যেনেকৈ গুণবন্ত হৈছা, তেনেকৈ সেই অনুগ্ৰহেৰেও গুণৱন্ত হোৱা। ৮ এই কথা অাজ্ঞা কৰি কৈছে, এনে নহয়, কিন্তু অন্য লোকৰ যতন দেখি আৰু তােমোলাকৰ প্ৰীতি সত্য হােৱাৰ পৰীক্ষা কৰিবলৈহে কৈ- অমাৰ প্ৰভু যীশু খ্রীষ্ট ধনৱন্ত হােৱাতাে তেওঁ দৰিদ্ৰ হোৱাৰ দ্বাৰাই তোমোলকি যেন ধনৱন্ত হোৱা, এই নিমিত্তে তেওঁ যে দৰিদ্ৰ হল, তেওঁৰ সেই অনুগ্রহ তোমোলাকে জানি আছি । ১০ এই হেতুকে ময় তোমোলা- কক বুদ্ধি দিছো, তোমোলাকে এই যি কর্ম এবছৰৰ পৰা কৰিবলৈ মা- থোন নহয়, উৎসাহ মনেৰেও কৰিবলৈ ধৰিলা, সেই কর্ম তোমোলাকলৈ উচিত হয়। ১১ এই হেতুকে এতিয়া তকি সিন্ধি কৰা; আৰু যেনেকৈ অৰম্ভণ কৰিবলৈ মন হৈছিল, সেই ৰূপে তোমোলাকৰ সম্পত্তিৰ পৰা সেই কর্ম সিন্ধি কৰা হওক । ১২ কোনাে মানুহৰ যদি ইচ্ছা হয়, তেন্তে তাৰ নোহোৱা সম্পত্তিৰ দৰে নহয়, হোৱা সম্পত্তিৰ দৰে তাক গ্রাহ্য কৰা হব । ১৩ অনি মানুহে জিৰণি পাবলৈ তোমোলাক যেন ভাৰী হোৱা, মোৰ এনে ইচ্ছা নাই; ১৪ কিন্তু যি জনে সৰহ সাচিলে, তাৰ অধিক নাই, অাৰু যি জনে অলপ সচিলে, তাৰো একো কমি নাই, ১৫ শাস্ত্ৰত লিখা এনে বচনৰ দৰে সম্পত্তিৰ সমান ভোগ কৰা হবলৈ, এতিয়াৰ কালত তোমােলাকৰ অধিক ধনৰ দ্বাৰাই সিবিলাকৰ দৰিদ্ৰত যেন উপকাৰ হয়, আৰু পাছে সিবিলাকৰ অধিক ধনৰ দ্বাৰাই তোমোলাকৰো দৰিদ্ৰত যেন উপকাৰ হব, এই মোৰ বাঞ্চা । ১৬ তােমোলাকৰ হিতৰ নিমিত্তে তিতৰ মনত এনে চিন্তা জন্মালে যি ঈশ্বৰে, তেওঁলৈ ধন্যবাদ হওক। ১৭ তিতে মোৰ মিনতি গ্রহণ কৰিলে হয়, কিন্তু তাতকৈয়ো আপুনি বৰ উদ্যোগী হৈ আপেনি ইচ্ছাৰে তোমোলাকৰ ওচৰলৈ ১৮ আৰু শুভবাত্তৰ কৰ্মত যি জন ভয়ে সকলো মণ্ডলীৰ মাঝত যশস্য পোৱা হৈছে, ১৯ আৰু তাত বাঝে একে প্ৰভুৰ মহিমা আৰু তোমেলিাকৰ উৎসাহ মন প্রকাশ হবলৈ এই দানৰ কৰ্মৰ ভৰি লোৱা যি আমি, আমাৰ লগত যাবৰ নিমিত্তেও মণ্ডলী লোকৰ দ্বাৰাই নিযোজন কৰা হােৱা আমাৰ সেই ভাই তেওঁৰ লগত পঠাই দিলে।। ২৩ অাৰু আ- মৰি হাতেৰে যি অধিক দানৰ কৰ্ম কৰা হৈছে, তাত কোনো মানুহে যেন অমকি দোষ দিব নােৱাৰে, ২১ এই নিমিত্তে অকল ঈশ্বৰৰ দেখাতে নহয়, মানুহে দেখাতেও যি যি কর্ম বিহিত হয়, তালৈ আমি উপায় কৰিছে। ২২ আৰু অনেক কর্মত যি ভাই আমি বাৰে বাৰে উদ্যোগী দেখিলোঁ, ৩৭ গল।