পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩০ কৰিীলৈ দ্বিতীয় পত্র । ১১ দেখ, কলি মাথোন তোমোলাকৰ খেদ কৰাইছিল, তাক মই বুঝিঘেঁ।। মোলাকে খেদ পোৱাত মই আনন্দ কৰিছে, এনে নহয়, কিন্তু তোমোলাকে যি খেদ কৰিলা, সেয়ে তোমেলিকি মন পলিটন কালে, এই নিমিত্তে মোৰ অনিন্দ হৈছে; অৰুি তোমোলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে খেদ পোৱা হৈছিল; তাতে অমাৰ দ্বাৰাই তোমোলাকৰ একো হানি নাই। ১০ কিয়- নে। ঈশ্বৰৰ ইচ্ছাৰ দৰে যি খেদ, সেয়ে পলিটিৰ নলগা পৰিত্ৰাণলৈ মন পা- লটন কৰাই; কিন্তু সংসাৰিক যি খেদ, সি মৰণ জন্মাই। ঈশ্বৰৰ ইচ্ছাৰ দৰে তােমোলাকে সেই কথতি যে খেদ কৰিছিল, সেই খেদেই তোমোলকিৰ কেনে সানি, অৰুি দেষি মোচন, অসন্তোষ, ভয়, অৰু অতি বঞ্চি, উৎসাহ, অাৰু দণ্ড দিয়া, এই সকলোকে তোমোলাকৰ মবিত কৰালে ; এই কথাত তোমোলকি যে নিষী, ইয়াৰ সম্পূর্ণ প্রমাণ দিছিল । ১২ এই হেতুকে মই তোমোলাকলৈ লিখতি, অকল অপকাৰ কৰা জনৰ নিমিত্তে, বা অপকাৰ পোৱা জনৰ নিমিত্তে লিখিলোঁ, এনে নহয়; কিন্তু ঈশ্বৰৰ অগিত তোমোলাকৰ অর্থে আমাৰ যি চিন্তা, সেয়ে যেন তোমোলাকৰ অগিত প্রকাশ হয়, এই নিমিত্তেও লিখিলোঁ । হেতুকে তোমেলিকি সান্তনাত আমিও সান্তনা পালে; আৰু বিশেষকৈ তিৰ অাত্মা তোমোলাক সকলোৰে দ্বাৰাই শান্ত হোৱাত, তেওঁৰ আনন্দৰ নিমিত্তে অামিও অনিন্দ পালো । ১৪ যদি তেওঁৰ অগিত মই তোমোল- কৰ অর্থে কোনো প্রশংসা কৰিলো, তাতো মই লজি পোৱা নহল ; কিন্তু যেনেকৈ তোমোলাকৰ অগিত সকলো কথা সত্য ৰূপে কলোঁ, তেনেকৈ তিতৰ অগিত মই যি প্রশংসা কৰিলে, সিও সত্য হোৱা জনা হল । ১৫ অৰু তোমোলাকে ভয় আৰু কনেৰে যি ৰূপে তেওঁক গ্রহণ কৰি তেওঁৰ কথা মানিলা, তাকে সঁৱৰি তেওঁৰ চিত্তত তোমোলাকলৈ অতিশয় মৰম ১৬ এই হেতুকে মই যে সকলাে কথাত তােমোলাকিত বিশ্বাস কৰে, ইয়াত মোৰ অনিন্দ অাছে । ৮ অধ্যায়। হে ভাইবিলাক, মাকেদনিয়া দেশৰ মণ্ডলী সকললৈ ঈশ্বৰে যেনে অনুগ্রহ দিলে, তাক তোমোলাকত জনাইছে। ২ দুঃখৰ অতি পৰীক্ষা হোৱাতো সিবিলাক অধিক আনন্দিত আছিল, অৰুি অতি দৰিদ্ৰ হৈয়ো মহা দানী হৈছিল ; ৩ কিয়নো মই প্রমাণ দিছে, সিবিলাকে আপোনাৰ শক্তিৰ সমান অাৰু শক্তিতকৈয়ো অধিক দান দিবলৈ আপুনি ইচ্ছা কৰি, সেই দান আৰু পবিত্র লোকক সুশ্রুষা কৰাৰ ভাগ লবলৈ আমাক অনেক মিনতিৰে প্রার্থনা কৰিলে ; আৰু আমাৰ যেনে আশা অছিল, সেই ৰূপে তাক