পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিীলৈ দ্বিতীয় পত্র । ত্যাৰু এতিয়া তোমোলাকিত বিশ্বাস কৰাত অধিককৈ উদ্যোগী হৈছে, তেওঁকে। সিবিলাকৰ লগত পঠাইছে। ২৩ তিতৰ কথা হলে, তোমোলকিৰ নিমিত্তে তেওঁ মোৰ লগৰ ভাগী আৰু সহায় ; আমাৰ ভাইবিলাকৰ কথা হলে, সিবি- লকি মণ্ডলীৰ পাচনি আৰু খ্রীষ্টৰ মহিমা প্রকাশ কৰোৱা হৈছে । ২৪ এই হেতুকে তোমোলাকে সিবিলাক অ মণ্ডলী লেকিৰো অগিত অপেনি প্ৰীতিৰ আৰু তোমোলাকৰ কথাত অমাৰ প্ৰশংসাৰ প্রমাণ দেখুৱাই দিয়া। ৯ অধ্যায়। . পবিত্র লোকক দনি দিয়াৰ কথাত মই তোমোলাকলৈ পত্র লিখিবৰ প্ৰয়ো- জন নাই; ২ কিয়নাে তোমোলাকৰ মনৰ উৎসাহ জানি, অখিয়া দেশী- বিলাকে এবছৰৰে পৰা দানৰ কৰ্মত যুগুত হৈছে, মাকেনিয়া লোকৰ অগিত তোমোলাকৰ অর্থে এই কথা প্রশংসা কৰে; তাতে তোমোলাকৰ উৎসাহে অনেকক উদগাইছে । ৩ তথাপি তোমোলাকৰ অর্থে তামাৰ সেই প্রশংসাৰ কথা যেন বিফল নহয়, অৰুি ময় যেনেকৈ কৈছিলোঁ, তে- নেকৈ তোমােলকি যেন যুগুত হোৱ', এই নিমিত্তে তোমোলাকৰ ওচৰলৈ ভাই- বিলাকক পঠালো । ৪ কিয়নো মাকেনিয়া লোক যদি মোৰে সৈতে গৈ, পাছে তোমোলকিক । তাযগত পাই, তেন্তে তোমোলাকে যে লজি পাবা, তাকে নকওঁ, আমিও সেই দৃঢ় অশিাতে লজি পাম । ৫ এই হেতুকে যি দানৰ বাত্ত। আগেয়ে পালা, সেই দান কিপিণ ৰূপে নহৈ সন্তোষ ৰূপে যেন যুগুত হয়, এই নিমিত্তে অাগ হৈ গৈ তকি সামৰি থবলৈ ভাইবিলাকক বিনয় কৰি তোমোলাকৰ ওচৰলৈ পঠাবলৈ উচিত দেখিলোঁ । ইয়াকে কৈছে, যি জনে অলপকৈ বয়, সি অলপকৈ দাব; অৰু যি জনে অধিককৈ বয়, সি অধিককৈ দাব। ৭ প্রতি জন মানুহে কিপিণ বা অৱশ্যক নেদেখি আপোনাৰ মনত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ কৰোক; সন্তো- ষেৰে দিয়া জনত ঈশ্বৰ তুষ্ট হয়। ৮ শাস্ত্ৰত এনে লিখাও আছে, তেওঁ ধন বি- লাই দিলে, দৰিদ্ৰবিলাকত দান কৰিলে, তেওঁৰ ধৰ্ম সদাই থাকিব ; ৯ তেনে- কৈ তোমোলাক সকলো সম্পত্তিৰে পূৰ হৈ সকলো উত্তম কর্মত যেন যতম কৰা, এই নিমিত্তে ঈশ্বৰে তোমোলাকক অধিক অনুগ্ৰহ কৰিব পাৰে । যি জনাইসিঁচিৰৰ নিমিত্তে কঠিয়া, অ িভোজনৰ নিমিত্তে খোৱা বস্তু দিএ, তেওঁ তোমোলাকে বোৰ কঠিয়া বহুল কৰি, তোমোলাকৰ ধর্ম কর্মৰ ফল বহাই দিব ; ১১ তাতে তোমোলাকে সকলো কথতি অধিক দান কৰা কর্মত ধনৱন্ত হােৱাত অমিৰ দ্বাৰাই ঈশ্বৰৰ গুণ কীৰ্তন কৰা হব। ১২ কি- য়নো তোমোলাকৰ এই দানৰ হেৰাই পবিত্র লােকৰ দবিদ গুছাই, অকল এয়ে নহয়, কিন্তু তাৰ দ্বাৰাই ঈশ্বৰৰ গণ বহুল ৰূপে কীত্তন কৰা গৈছে । ১০