৭ অধ্যায়। ৩২৯ ১৫ টকি ধৰা হৈছা, এনে নহয়, কিন্তু আপোনাৰ প্রীতিত আটকি ধৰা হৈছা । ১৩ এই হেতুকে সেই অমাৰ প্ৰীতিৰ প্ৰতিফলৰ নিমিত্তে মই আপােনাৰ সন্তানবোৰত কোৱাৰ দৰে কৈছো, তোমোলকিৰো মন তেনে মুকলি হওক । ১৪ অবিশ্বাসীবিলাকৰ লগত অসম যোৰা নেখাবা; কিয়নো অধর্মোৰে সৈতে ধর্মৰ কি সমন্ধ অাছে? এন্ধাৰে সৈতে পহৰ বা কি সমন্ধ ? বেল দেৱতাই সৈতে খীষ্টৰ কি মিলন ? অবিশ্বাসীৰ লগত বিশ্বাসীৰ বা কি ভাগ? ১৬ আৰু দেওবিলীকে সৈতে ঈশ্বৰ মন্দিৰৰ কি মিলন আছে ? তোমােলাক অমৰ ঈশ্বৰৰ মন্দিৰ হৈছা; এই কথাতো ঈশ্বৰে কৈছে, মই সিবিলাকৰ ভিতৰত বশতি কৰি সিবিলাকৰ লগত অহা যোৱা কৰিম; মই সিবিলাকৰ ঈশ্বৰ হম, আৰু সিবিলাকো মোৰ লোক হব । এতেকে প্রভু কৈছে, তোমোলাক সিহঁতৰ মাঝৰ পৰা ওলাই আহি পৃথক হােৱা, আৰু কোনো অশুচিকে মুচব]; ১৮ তীতে সৰ্ব্বশক্তিমান প্রভুএ কৈছে, মই তোমো- লাকক গ্রহণ কৰি তোমোলকি পিতৃ হম, তোমোলাকো মোৰ পে জী হব। ১৯ এই হেতুকে হে প্রিয়বিলাক, ঈৰৰ এনে প্রতিজ্ঞা পােৱা হৈ, অহি, অামি শৰালৰ অাৰু আত্মীৰো সকলো মলীনৰ পৰা অাপোনাক শুচি কৰি ঈশ্বৰ ভয়েৰে পবিত্রতা সম্পূর্ণ কৰোহঁক। ৭ অধ্যায়। ৪ তোমোলাকে আমাক গ্ৰহণ কৰা; আমি কাকো অন্যায় কৰা নাই, ২ কৰে। হানি কৰা নাই, কাকো ভাণ্ডন কৰা নাই । মই দোষ ধৰিবলৈ এই কথা কৈছে, এনে নহয়, কিয়নো একে লগে মৰিবলৈ আৰু জীবলৈকো, তোমো- লাক যে আমাৰ মনতে অছা, ৩ এই কথা অগেয়েই কৈছিলো। মোলাকলৈ মই অতি সাহেৰে কৈছে; তোমোলকিৰ কথাত মোৰ অতি প্রশংসা অাছে; তাতে আমাৰ সকলো দু:খত মই সান্তনীৰে পূৰ হৈ অতি- শয় অনিন্দিত হৈছে। ৫ মাকেদনিয়া দেশলৈ আহিলত বাহিৰত বিৰোধ, ভিতৰত ভয়, সকলে। পৌনে এনে দুঃখ পোৱাত আমাৰ শৰীলৰ একো জিৰণি নাইকিছিল । ৬ কিন্তু ব্যাকুল হোৱাবিলাকক সান্তনা কৰা যি ঈশ্বৰ, তেৱেই তিত অহাৰ দ্বাৰাই অামাক সান্তনা কৰিলে। ৭ অকল তেওঁৰ অহাৰ দ্বাৰাই নহয়, কিন্তু তাতকৈয়ো তোমোলাকৰ বৰ ইচ্ছা, অাৰু শোক, আৰু মোলৈ মনৰ প্রীতি, ইয়াকে দেখি তিতে যি ৰূপ লন্তিনা পাইছিল, তেওঁ আমাক সেই সকলে। কথা কোৱাত মই সেই সান্তনীৰে শন্তি হৈ অধিক আনন্দ পালে।। মই পত্র লিখি তােমোলাকৰ খেদ কৰালো, এই নিমিত্তে অসন্তোষ পোৱা হৈছিলো, কিন্তু এতিয়া আৰু অসন্তোষ নকৰে; কিয়নো সেই পত্রই অলপ ৮ অবি
পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৪
অৱয়ব