পৃষ্ঠা:New Testament in Assamese.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২৮ কৰিীলৈ দ্বিতীয় পত্র । এৰিলে । ১৩ এই হেতুকে এতিয়াৰ পৰা শৰীলৰ সম্বন্ধে আমি কাকে। নেজানে; অ িআগেয়ে খ্রীষ্টক শৰীৰ সম্বন্ধে জানিলেও, এতিয়াৰ পৰা সেই ৰূপে তেওঁকো নেজানো । ১৭ এই হেতুকে কোনোএ যদি খৃীষ্টৰ অয়িত আছে, সি নতুন সৃষ্টি হয়; তাৰ পূৰণি কথাবোৰ গুছিল; দেখ, সকলো নতুন হল । ১৮ কিন্তু যীশু খীষ্টৰ দ্বাৰাই অাপোনাৰে সৈতে অ- মাক মিল কৰি, সেই মিলনৰ কীত্তন কৰাৰ বাব অমকি দিলে যি ঈশ্বৰে, তেওঁৰ পৰা সকলো কথা সিন্ধি হৈছে । ১৯ সেই মিলনৰ কথা এই, জগতৰ লােকৰ অপৰাধ নিলিখি, ঈশ্বৰে খীষ্টৰ দ্বারাই আপোনাৰ সৈতে সি- বিলাকৰ মিলন কৰিছে; এই মিলনৰ কথা অমকি সোধাই দিলে । ২০ এই ৰূপে অামি খীষ্ট অর্থে পাচনি হৈ, অমৰি দ্বাৰাই ঈশ্বৰে তােমোলকিক মিনতি কৰাৰ দৰে আমি খীষ্টৰ সলনি ৰূপে তোমেলিকি ঈশ্বৰে সৈতে যেন মিল হোৱা, তোমোলকিত এই প্রার্থনা কৰিছো। ২১ কিয়নো আমি খীষ্ট দ্বাৰাই যেন ঈশ্বৰৰ পুণ্য হওঁ, এই নিমিত্তে যি জনে কোনো পাপ কৰাই নাই, ঈশ্বৰে তেওঁকে অমাৰ অর্থে পপি বুলি মানিলে । ৬ অধ্যায় । . তোমোলাকে ঈশ্বৰৰ অনুগ্রহ বিফল ৰূপে লোৱা নহবা, আমি খীষ্টৰ সহায় হৈ তোমোলকিত এই মিনতি কৰিছাে । ২ তেওঁ কৈছে, মই শুভ কলিত তোমাৰ প্রার্থনা শুনিলে; পৰিত্ৰাণৰ দিনা তোমাক উপকাৰ কৰিলে। দেখ, এতিয়া গ্রাহ্য কাল, দেখা, এতিয়া পৰিত্ৰাণৰ দিন হৈছে । সেৰি বাৰ একো দোষ যেন দিয়া নহয়, এই নিমিত্তে অামি কোনো কথাত বিঘিনি নকৰোহঁক; ৪ কিন্তু অনেক প্রকাৰ সহন, দুঃখ, দৰিদু, ক্লেশ, * কোবোৱা, বন্দীশালত থোৱা, হুৰীমুৰ, পৰিশ্ৰম, পৰদিয়া, লঘোন, এইবিলাক ভোগ কৰি, ৬ নির্মল মন, অৰুি জ্ঞান, অাৰু অতি সহন, স্নেহ, পবিত্র আত্মা, অকপটীয়া প্রেম, ৭ সত্য বাক্য আৰু ঈশ্বৰৰ মহি- মা, সে অক্ িবাওঁ ফালে ধর্মৰ অস্ত্র শস্ত্র, ৮ মৰ্য্যতা, অৰুি অমৰ্য্যতা, কুযশ, অাৰু সুশ, এই সকলৰ দ্বাৰাই; ভাৰি কোৱাৰ নিচিনা, কিন্তু স্বৰূপ; ১ অচিনাকিৰ নিচিনা, কিন্তু নিশ্চয় চিনাকি; মৰিব লগাৰ নিচিনা, কিন্তু জীয়াই থকা; শাস্তি পোৱাৰ নিচিনা, কিন্তু অবিনাশী; শোক কৰাৰ নিচিনা, কিন্তু সদাই অনিন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেক ধনৱন্ত কতো; একো বস্তু নাইকিয়ৰ নিচিনা, কিন্তু সকলোৰে অধিকাৰ হৈ, আমি যে ঈশ্বৰ সেৱক হৈছে, এই সকলাে কথাৰ দ্বাৰাই ইয়াকে প্রমাণ কৰিছে।। ১১ হে কৰিীৰ লোকবিলকি, তোমোলকিলৈ আমাৰ মন প্রসন্ন হৈছে; আমাৰ মুখে। মুকলি আছে । ১২ আমাৰ প্রীতিত তোমোলাক অ- 3o