পৃষ্ঠা:New Testament in Assamese.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়। ৩২৭ হেতুকে দৃশ্য বস্তুলৈ নেচাই অদৃশ্য বস্তুলৈ চাই থাকোতে, এখন্তক মা- থেনি থকা অমৰি যি অলপ দুঃখ, সেয়ে তাতকৈ অতি অধিক আৰু গধুৰ হোৱা অনন্ত সুখ অমালৈ সিন্ধি কৰিছে । ৫ অধ্যায়। ach নহম । তাম্ব, ৰূপ অামাৰ এই সংসাৰিক ঘৰ ভগন হলেও, হাতেৰে নাজা ঈশ্বৰে নির্মাণ কৰা আমাৰ এক অনন্ত ঘৰ স্বৰ্গত আছে, ইয়াক অামি জানো । ২ এই ঘত থাকোতে আমাৰ সেই স্বৰ্গৰ ঘৰেৰে যুগত হবলৈ বৰকৈ ইচ্ছ। কৰি আমি কেঁকাই অাছে; ৩ কিয়নো তাৰে যুগুত হলে আমি বিবস্ত্র ৪ অমি এই তাম্বত থাকি, ভাৰৰ ভৰত দুঃখ পাই কেঁকাই আছে; বিবস্ত্র হবলৈ ইচ্ছা কৰে, এনে নহয়, কিন্তু পৰম জীৱনেৰে মৰ- ণক যেন গিলি খোৱা হয় এই নিমিত্তে বস্ত্ৰেৰে ভুষিত হবলৈ ইচ্ছা কৰে। আৰু এনে গতি পাবলৈ আমাক নিৰূপণ কৰা যি জনা তেওঁ ঈশ্বৰ, আৰু তেৱে বইনা ৰূপে অাপোনাৰ আত্মাও আমাক দিলে । ৬ এই হেতুকে আমি সদাই সাহিয়লি হৈ আছে, আৰু এই শৰীলত যিমান দিন নিবাস কৰো, তিন দিন প্ৰভুৰ পৰা আঁতৰ হৈছে, ইয়াকে জানি, ৭ ফিৰে আচৰণ নকৰি বিশ্বাসেৰে আচৰণ কৰে।। ৮ শৰীৰ পৰা আঁতৰ হৈ প্ৰভুৰ ওচৰ হবলৈ আমি ইচ্ছা কৰি সাহিয়াল হৈছে। ৯ এই হেতুকে আঁতৰ হওক বা ওচৰ হওক, তেওঁৰ আগত গ্রাহ্য হবৰ নি- মিত্তে আমি যতন কৰি আছে । ১০ কিয়নো আমি কৰা কৰ্ম, ভাল হওক বা বেয়া হওক, তাৰ দৰে প্রতি জনে শৰীলত কৰা কৰ্মৰ ফল পবিৰ নি- মিত্তে আমি সকলােএ খ্রীষ্টৰ সােধ আসনৰ আগত দেখা দিব লাগিব । ১১ এই হেতুকে প্ৰভুৰ ভয় জানি আমি মানুহক প্রবত্তাইছে।। তাতে আমি ঈশ্ব অগিত প্ৰকাশ হৈ আছে, তোমোলাকৰ বিবেচনাতে প্রকাশিত আছে, ইয়াক মই বুঝিছে।। ১২ তোমােলাকলৈ আমি অকিও অপো- নাৰ প্রশংসা কৰিছোঁ, এনে নহয়; কিন্তু যিবিলাকে মনৰ কথা নােহোৱা- কৈ দৃষ্টিৰ কথাত আপোনাৰ প্রশংসা কৰে, সিবিলাকক উত্তৰ দিবব নি- মিত্তে তোমোলাকে আমাৰ অর্থে প্রশংসা কৰিবলৈ যেন পোৱা, এনে উপায় দিছে।। ১৩ আমি যদি বিজ্ঞান হওঁ, সেয়ে ঈশ্বৰৰ নিমিত্তে; যদি জ্ঞানী হওঁ, তোমোলাকৰ নিমিত্তেই হৈছে । খ্রীষ্টৰ প্ৰেমে অমাক আকর্ষণ কৰিছে; কিয়নো সকলোৰে সলনি এজন যদি মলি, তেন্তে সকলো মৰিল, ইয়াক অমি বুঝে; ১৫ আৰু যিবিলাকে জীৱন পাই, সিবিলাকে অপো- নাৰ নিমিত্তে যেন নিজীএ, কিন্তু যি জনে সিবিলাকৰ অর্থে মৰিও অকিও উঠিল, তেওঁৰ নিমিত্তেহে যেন জীএ, এই কাৰণে তেওঁ সকলোৰে অর্থে প্রাণ ১৪