পৃষ্ঠা:New Testament in Assamese.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ দ্বিতীয় পত্র । ও অধ্যায় । 1 এয়েৰেই আমি কৃপা পোবা হৈ এই সেৱৰ ববি পোৱাত শ্ৰন্তি নহওঁ; ২ কিন্তু লাজৰ গুপুত কথা ত্যাগ কৰি, ভাওনা নচিৰি অৰুি ঈশ্বৰৰ বাক্যত ভাজ নিদি, ঈশ্বৰ সাক্ষাতে সত্য কথা প্রকাশ কৰি, সকলো মানুহৰ দোষাদোষ জ্ঞানলৈ অপেনিকি নিদু ষী দেখাওঁ । ৩ অামাৰ শুভত্তি। যদি গুপুত হৈ থাকে, তেন্তে বিনশি পত্রিবিলাকলৈহে পুত হৈ থাকে, ঈশ্বৰৰ প্রতিমূর্তি ঘি খ্রীষ্ট, তেওঁৰ মহিমাযুক্ত শুভবাত্তৰ পহৰ যেন দেখা নেযাই, ৪ সেই নিমিত্তে এই জগতৰ অধিকাৰে এনে অবিশ্বাসীবিলাকৰ জ্ঞান চকু এন্ধাৰ কৰিছে । ৫ অমি অপোনাৰ প্ৰসঙ্গৰ কথা কীত্তন নকৰোঁ, কিন্তু যীশু খ্রীষ্ট যে প্রভু, অৰুি আমি যীশুৰ নিমিত্তে তোমোলাকৰ সেৱক, এই কথাহে কীত্তন কৰে । ৬ কিয়নো যি ঈশ্বৰে এন্ধাৰৰ মাক পৰ৷ পহৰ প্ৰকাশ হবলৈ অজ্ঞা দিলে, যীশু খ্রীষ্টৰ মুখত প্ৰকাশ হোৱা ঈশ্বৰৰ মহিমৰি জ্ঞান হবৰ নিমিত্তে তেওঁ অামাৰ মনত পহৰ প্রকাশ কৰিলে । ৭ আৰু মহিমাৰ শক্তি আমাৰ পৰা নহৈ, ঈশ্বৰৰ পৰা হোৱা যেন বুঝা যাই, এই নিমিত্তে মাটীৰ পাত্ৰ যি অমি, আমাৰ মাঝত এই সেৱাৰ মূল্য পালে। ৮ আমি সকলো পোনে দুঃখ পােৱা হৈয়ো ব্যাকুল নহওঁ; উপায় নাইকিয়া হৈয়ো নিশা নহওঁ; তাৰণা পায়াে অনথি নহওঁ; তললৈ পেলোৱা হলেও বিনাশ নহওঁ । ১০ যীশুৰ জীবন অমিৰ শৰীলত যেন প্রকাশ ক৷ যাই, এই নিমিত্তে আমি সদাই শৰীলত [ প্রভু যীশুৰ মৃত্যু ভোগ কৰি ফুৰিছে । ১১ কিয়নো আমাৰ মৰ্ত্ত দেহত যীশুৰ জীৱন যেন প্ৰকাশ কৰা হয়, এই নিমিত্তে জীয়াই থকা যি আমি, আমাক সদাই মৰণৰ মুখত দিয়া হৈছে। ১২ এই ৰূপে অমাৰ মাঝত মৃত্যু সিন্ধি কৰা হৈছে, কিন্তু তোমোলাকৰ মাঝত জীৱন সিন্ধি হৈছে । ১৩ মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা কলো, এনে যি বচন লিখা অাছে, তাৰ দৰে অামিও বিশ্বাস কৰোৱা সেই অাত্মা পাই বিশ্বাস কৰা হেতুকে কথা কৈছো । ১৪ যি জনে প্রভু যীশুক তুলিলে, তেৱেই খীষ্টৰ দ্বাৰাই অমাকো তুলি তোমোলাকে সৈতে অাপোনাৰ অগিত থিতি কৰিব, ইয়াক অামি জানে । অনেক লোকে গণ কীত্তন কৰাত ঈশ্বৰৰ অধিক অনুগ্ৰহৰ দ্বাৰাই তেওঁৰ মহিমা যেন বহুল ৰূপে প্রকাশ হয়, এই নিমিত্তে সকলো কাৰ্য তোমোলাকৰ হিতলৈ হৈছে । ১৬ এই হেতুকে আমি শ্রান্ত নহওঁ; কিন্তু আমাৰ বাঝৰ পুৰুষ নষ্ট হৈ গলেও, অমিৰি ভিতৰৰ পুৰুষে দিনে দিনে শক্তি পোৱা হৈছে । ১৭ যি বস্তু দেখা যাই, সেয়ে অলপ কালৰ; কিন্তু যি বস্তু অদৃশ্য, সেয়ে অনন্ত কালৰ; ১৮ এই