পৃষ্ঠা:New Testament in Assamese.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ দ্বিতীয় পত্ৰ। ৩২৫ ৩ অধ্যায়। 3 cha আমি আপোন প্ৰশংসা কৰিবলৈ অকিও আৰম্ভণ কৰিম নে? নাইবা অ- নৰ নিচিনাকৈ তোমোলকিলৈ বা তোমোলকিৰ পৰা সুখ্যাতি পত্ৰ পবি- লৈ আমাৰ প্ৰয়োজন আছে নে? আমাৰ মনত লিখা অৰুি সকলো মানুহে জনা পহ। আমাৰ পত্ৰ তোমোলাকেই হৈছা। ৩ সেই পত্ৰ মহি- ৰে লিখা, এনে নহয়, অমৰ ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা হৈছে; শিলৰ ফলিতে। নহয়, কিন্তু মঙ্গহ ৰূপ ফলি যি হৃদয়, তাত লিখা হৈ, অমৰি দ্বাৰাই তাজা খীষ্টৰ পত্ৰ সকলোৰে অগিত প্ৰকাশ কৰা হৈছে। খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰলৈ আমাৰ এনে বিশ্বাস আছে; ৫ আমি যে অ- পোনাৰ শক্তিয়েৰে কোনো ভাবনা কৰিব পাৰে, আমি এনে সমৰ্থ নহওঁ, কিন্তু ঈশ্বৰৰ পৰাহে আমাৰ সমৰ্থ হৈছে। ৬ তেওঁ আমাক শক্তি দি নতুন নিয়মৰ সেৱক কৰিলে; অখিৰেৰে লিখা বিধানৰ সেৱক নহয়, আত্মাৰ সেৱক কৰিলে; কিয়নো আখৰৰ বিধানে মৃত্যু দও কৰে; কিন্তু আত্মাই হলে জীৱন দিএ। ৭ মোচাৰ বদনৰ গুছিব লগা যি কান্তি, সেই কান্তি নিমিত্তে ইসায়েলৰ বঙ্গহৰ লোকে তেওঁৰ মুখ একে ঠৰে যেন চাব নোৱাৰে, শিলত লিখা আৰু কটা মৃত্যু জন্মোৱা বিধান, তাৰ সেৱা যদি এনে প্ৰভাৱেৰে যগত হৈছিল, ৮ তেন্তে আত্মাৰ যি সেৱা, সি তাতকৈয়ো কেনে অধিক প্ৰভাবেৰে যুগত হব! দণ্ড অজ্ঞাৰ সেৰা যদি প্ৰভাওযুক্ত হয়, পুণ্য কৰ সেৱ৷ তাতকৈয়ো অধিক প্ৰভাওযুক্ত হয়। যিহক প্ৰভাওযুক্ত কৰা হৈছিল, তাক অধিক প্ৰভাওযুক্ত সেৱাৰে সৈতে তুল্য কৰাত, তাৰ প্ৰভাও নাইকিয়া ১১ লোপ হোৱাটো যদি প্ৰভাৱেৰে যুগত হৈছিল, তেন্তে লোপ নোহোৱাটো তাতকৈ অধিক প্ৰভাৱেৰে যুগত হয়। ১২ অমাৰ এনে আশা হোৱাত আমি অতি সাহেৰে কথা কৈছে। ইসায়েল লোকে সেই গুছিব লগা প্ৰভাৱৰ শেষলৈকে সম্পূৰ্ণ ৰূপে যেন দেখিবলৈ নেপাই, এই নিমিত্তে মোচাই যেনেকৈ আপোনাৰ মুখত ওৰণি ললে, আমি তেনেকৈ নকৰে॥ ১৪ কিন্তু সিবিলাকৰ মন এন্ধাৰ হল; কিয়- ননা পুৰণি নিয়মৰ পথী পইেতে আজিলৈকে সেই ওৰণি মুগদুৱা হৈ আছে। খ্ৰীষ্টৰ দ্বাৰাই তকি গুছৱা হৈছে; তথাপি এতিয়ালৈকে মোচাৰ পুৰ্থী পহাত সেই ওৰণিএ সিবিলাকৰ মন ঢাকিছে। ১৬ কিন্তু প্ৰভূলৈ যে- তিয়া মন পালটাই, তেতিয়া, সেই ওৰণি গুছুৱা হব; ১৭ কিয়নো প্ৰভূএই অত্মিা, অ িপ্ৰভুৰ আত্মা যতে আছে, ততে মুক্তিও হৈছে। আমি সকলো মুকলি মুখেৰে আছিত দেখাৰ দৰে প্ৰভুৰ প্ৰভাও দেখা পাই, , প্ৰভুৰ আত্মৰ দ্বাৰাই প্ৰভাৱৰ পৰা প্ৰভাৱলৈ একে মূৰ্তি হৈ সল- নি কৰা হৈছে।! হল। - ১৮ আৰু