পৃষ্ঠা:New Testament in Assamese.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২৪ কৰিীলৈ দ্বিতীয় পত্র । ২ অধ্যায়। এনে অাৰু খেদ কৰাবৰ নিমিত্তে তোমোলাকৰ ওচৰলৈ অকও নেয়াম, ইয়া- কে মই মনত নিশ্চয় কৰিলে । ২ কিয়নো মই যদি তোমোলাকৰ খেদ কৰাওঁ, তেন্তে যি জনে মোৰ দ্বাৰাই খেদ পোৱা হয়, তাৰ বাহিৰে কোনে মোৰ অনিন্দ কৰাব পাৰে । ৩ মোৰ অনিন্দত তোমোলাক সকলোৰে অ. নন্দ হয়, তোমোলকিত এই বিশ্বাস কৰি, মই অহা কালত যিবিলাকৰ পৰ। অনিন্দ পাব লগা, সিবিলাকৰ পৰা খেদ যেন নেপওি, এই নিমিত্তে তোমো- লাকলৈ সেই পত্র লিখিছিলোঁ । ৪ তোমোলাকে দুঃখ পৰি নিমিত্তে এনে নহয়, কিন্তু তোমোলাকলৈ মোৰ যি অধিক প্রীতি, তাকে যেন তোমোলা- কে জানা, এই নিমিত্তে অতি দুঃখ অৰুি মনৰ খেদ হৈ অনেক চকুৰ লো- এৰে তোমোলাকলৈ পত্র লিখিলে।। ৫ কিন্তু যদি কোনো দুঃখ দিলে, সি অকল মোক দিলে, এনে নহয়, ভাগৰ ক্ৰমে তোমোলাক সকলোকে দুঃখ দিলে; তোমোলকিক অতি দুষী কৰিবৰ মােৰ ইচ্ছা নাই । মানুহলৈ অনেক লোকে দিয়া যি দও, সেয়েই তালৈ আঁটিব । ৭ এতেকে সি অতি খেদেৰে মগ্ন যেন নহয়, এই নিমিত্তে তাতকৈ তোমোলাকে তাক খেম। অৰুি সনি কবি লগা হয়। এই কাৰণে তোমোলকিত মিনতি কৰি- ছো, সেই মানুহলৈ তোমোলাকৰ প্রীতি থিৰ কৰিব।। ৯ অৰুি সকলাে কথাত তোমোলাকে আজ্ঞা মনা হোৱা নে, নোহোৱা, ইয়াৰ প্ৰমাণ পাবৰ নিমিত্তে তোমোলাকলৈ পত্র লিখিলোঁ । ১০ তোমোলাকে যৰি যি দোষ খেমা কৰা, তাক ময়ো খেমা কৰে; কিয়নো আমি ছয়তনৰ ভাওনা নজনা নহওঁ, এতেকে সি জেন অামাৰ ওপৰত ছল নেপাই, এই কাৰণে যৰি যি দোষ ক্ষমা কৰোঁ, ১১ খ্রীষ্টৰ প্রতিনিধি হৈ তোমোলাকৰ নিমিত্তেই তাক কৰে।। ১২ আৰু খ্রীষ্টৰ শুভবাত্ত। কীত্তন কৰিবলৈ মই ত্রোৱা নগৰলৈ আহি- লত, প্রভুত মোলৈ দুৱাৰ মুকলি হােৱাতো, ১৩ মােৰ ভাই তিতক দেখা নোপোৱাত মোৰ মনত একো সন্তোষ নেপালে; তাতে সিবিলাকক বিদায় কৰি সেই ঠাইৰ পৰা মাকেনিয়া দেশলৈ গলে।। ১৪ যি জনাই সদায় খ্রীষ্টৰ দ্বাৰাই আমাক জয়যুক্ত কৰিছে, অাৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰ সুগন্ধ সকলো ঠাইত প্ৰকাশ কৰিছে, সেই ঈশ্বৰ গুণ কীত্তন হওক । ১৫ কিয়নো পৰিত্ৰাণ পোৱাবিলকি, পৰিত্ৰাণ নােপোৱাবিলকি, এই দুইতাে আমি ঈশ্বৰ সম্বন্ধে খ্রীষ্টৰ সুগন্ধ হৈছে।। ১৬ ইবিলাকলৈ মৃত্যুৰ নিমিত্তে মৃত্যুৰ গন্ধ হওঁ; সিবিলাকলৈ জীৱনৰ নিমিত্তে জীৱনৰ গন্ধ হওঁ। আৰু এনে কর্ম কৰিবলৈ কৰি সাধ্য আছে ? ১৭ যি অনেক মানুহে ঈশ্বৰৰ বাক্যত ভাজ দিএ, আমি সিহঁতৰ দৰে নহওঁ; কিন্তু আমি ঈশ্বৰে দেখাতে ঈশ্বৰৰ আজ্ঞাৰ দৰে অকপট মনেৰে খ্রীষ্টৰ কথা প্রচাৰ কৰোঁ।