পৃষ্ঠা:New Testament in Assamese.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ অধ্য। আৰু আপোন পৰিয়ালৰ বাহিৰে কতো অমজতালি নহই। ৫৮ আৰু তেঁও সিহঁতৰ অবিস্বাসৰ কাৰনে তাত বিস্তৰ মহত কম নকৰিলে। ১৪ অধ্যা। জানমালে। - পাচে মানুহ সেই কলিত হেৰোদ ৰজাই য়িচুৰ জসস্য। সুনি আপোনাৰ পাত্ৰ মন্ত্ৰিবিল- কত কলে, ২ এও য়োহান বুৰ দিয়াওঁতা, তেঁও মিত্যুৰ পৰা উঠিল; এই হেতুকে তেঁওৰ দোঅৰিাই এইবিলাক মহত কৰম প্ৰকাস হৈচে। ও আগেয়ে হেৰোদে আপোনাৰ ভায়েক ফিলিপৰ তিৰোতা হেৰোদিয়াৰ কাৰনে য়োহানক ধৰি বান্ধি বন্দিসলিত থৈছিল। ৪ কিয়নো য়োহানে তেঁওত কৈচিলে, তুমি তাইক লব নোপোকা। ৫ তাতে ৰজাই তেঁওক মা- ৰিবলৈ ইচা কৰিয়ো মানুহবিলাকলৈ ভই কৰিলে, কাৰন সিবিলাকে য়োহা- নক ভবিস্যত বক্তা বুলি মানিলে। ৬ কিন্তু হেৰোদৰ জনম দিনৰ উতচও কৰা হলত হেৰোদিয়াৰ জিয়েকে সিবিলাকৰ আগত নাচি হেৰেদিৰ সন্তোস ৭ তাতে তাই জিহকে খোজে, তাকে দিবলৈ তেঁও সপতেৰে প্ৰতিগ্য। কৰিলে। ৮ পাচে তাই মাকৰ পৰা উদগনি পাই কলে, য়োহান বুৰ দিয়াও - তাৰ মুৰ এখনি থালত ভৰাই এখেলৈ মোক অনাই দিয়েকি। * তাতে ৰজাৰ মনত অসন্তোস লাগিল, কিন্তু আপোনাৰ সপতৰ নিমিতে আৰু তেঁওৰ লগত অউজবিলাকৰ নিমিতেও তাকে দিবলৈ আগ1 কৰিলে। পঠাই বন্দিসলিতে য়োহানৰ মুৰ কটালে। ১১ তাতে তেঁওৰ মুৰ এখান থালত অনি চোঅলিক দিয়া হলত তাই তাক অপোনাৰ মাকলৈ অ- নিলে। ১২ তেতিয়া তেঁওৰ লিস্যবিলাকে আহি ঘঁৰি ডেখিৰ তুলি নি মৈদাম বান্ধিলে; পাচে সিবিলাকে য়িচুৰ ওচৰলৈ গৈ এই বাত্ৰা দিলে। ১৩ তেতিয়া য়িচূএ সেই কথা শুনি তাকলেই নাৱত উঠি নিজান ঠাইলৈ গল; পাঁচে মানুহবিলাকেও তাকে সুনি নগৰৰ পৰা বামদি তেঁওৰ পা- ১৪ তেতিয়া য়িচূএ বাহিৰ ওলাই বৰ এজুম মানুহ দেখি সিহঁত লৈ মৰম লাগি সিহঁতৰ নৰিয়া পৰাবিলাকক স্বস্থ কৰিলে। লি হলত তেঁওৰ সিস্যবিলাকে তেঁওৰ ওচৰলৈ আহি কলে, এই নিজান ঠাই, আৰু দিনে গল; লোকবিলাকে গাঁওবোৰলৈ গৈ আপোনালৈ খেআি বস্তু কিনিবৰ নিমিতে সিবিলাকক বিদাই দিয়োক। ১৬ কিন্তু য়িচূএ সিবিলাকত কলে, সিহঁত জাবৰ কাৰন নাই; তোমোলাকেইচোন সিহঁতক খাবলৈ দিয়া। তাতে সিবিলাকে তেঁওত কলে, অমাৰ এখেত কেৱল পাঁচোটা পিঠা আৰু দুটা মাচহে আচে। ১৮ তেঁও বুলিলে, তাকে মোৰ ইয়ালৈ অনা। পাঁচে তেঁও মানুহবিলাকক ঘাঁহৰ ওপৰত বহিবলৈ আগা কৰিলে; আৰু সেই পাঁচোটা পিঠা আৰু দুটা মাচকে হাতত লৈ স্বৰগলৈ চাই তেঁও আ- চত গল। ১৫ পাচে গধু ১৭