পৃষ্ঠা:New Testament in Assamese.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ অধ্যায়। ৩২ ৩ কৰিলে, এতিয়াও কৰিছে, তেওঁ যে ইয়াৰ পৰাও অমাক ৰক্ষা কৰিব, আমাৰ এনে বিশ্বাস আছে। ১১ কিন্তু অনেক প্ৰাৰ্থনাৰ দ্বাৰাই অ- মাক দিয়া যি অনুগ্ৰহ, তাৰ কাৰণে অনেক লোকে আমাৰ অৰ্থে যেন ঈশ্বৰক ধন্যবাদ কৰে, এই নিমিত্তে তোমোলাকে প্ৰাৰ্থনাত সহায় হৈ অ- মৰি উপকাৰ কৰা। ১২ আৰু সংসাৰিক বুদ্ধিয়েৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতৰ লোকলৈ, অৰু বিশেষকৈ তোমোলাকলৈ সৰল ৰূপে ঈশ্বৰ অগিত অক- পট অচিৰণ কৰি আছিলো, এই কথাত আমাৰ দোষাদোষ জ্ঞানেই আ- মাৰ সাক্ষী আছে, এয়েই আমাৰ অনিন্দৰ কাৰণ হয়। ১৩ আৰু যি যি কথা তোমোলাকে পহিছা, সৈয়ে কাহিছা, আৰু শেষলৈকো সৈ কাহিবা বুলি মই আশা কৰিছোঁ, সেইবিলাকৰ বাহিৰে আমি অৰুি একো কথা নিলিখো। ১৪ আৰু প্ৰভু যীশুৰ দিনা যেনেকৈ তোমোলকি অমাৰ আনন্দ হব, তেনেকৈ আমিও তোমোলাকৰ অনিন্দ হৈছে, তাকে তোমোলাকে আ- মাৰ অৰ্থে ভাগৰ ক্ৰমে সৈ কাহিলা। ১৫ আৰু এনে বিশ্বাস কৰি তোমো- লাকৰ দ্বিতীয় মঙ্গলৰ নিমিত্তে অগৈএ তোমোলাকৰ ওচৰলৈ গৈ, তোমো- লাকৰ সেই পেনেদিএই মাকেনিয়া দেশলৈ যাবলৈ, ১৬ অৰুি পাছে মাকে- দনিয়াৰ পৰা তোমোলাকলৈ উভতি আহি য়িহুদাৰ বাটে তোমোলাকৰ দ্বাৰাই আগ বহাই থোৱা হবলৈ মন কৰিছিলোঁ। এনে মন কৰাত মই লৰচৰ কৰিলে। নে? নাইবা মোৰ কথা হয় হয়, পাছে নহয় নহয় হবৰ নিমিত্তে মই যি ঠাৱৰ কৰে, তাকে সংসাৰিক মতে ঠাৱৰ কৰিছে। নে? ১৮ কিন্তু ঈশ্বৰ যেনেকৈ বিশ্বাসী, সেই ৰূপে তোমোলাকলৈ আমাৰ কথা হয় আৰু নহয় নাইকিছিল। ১৯ কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ আৰু চিলাৰ আৰু তিমথিৰ দ্বাৰাই তোমোলাকৰ আগত যি জনাক কীত্তন কৰা হৈছিল, ঈশ্বৰৰ সেই পুত্ৰ যীশু খীষ্টৰ কথাত হয় আৰু নহয় নাছিল; কিন্তু তেওঁত নিশ্চয়কৈ হয় আছিল। ২০ কিয়নো আমাৰ দ্বাৰাই ঈশ্বৰৰ মহিমা যেন প্ৰকাশ হয়, এই নিমিত্তে ঈশ্বৰৰ যেতেক প্ৰতিজ্ঞাৰ কথা হয়, সেই সকলো কথা তেওঁত হয় আৰু সত্য হৈ আছে। জনাই তোমোলকিক আৰু আমাকে অভিষেক কৰি খীষ্টত থিৰ কৰিছে, তেওঁ ঈশ্বৰ; ২২ তেৱেই আমাৰ হৃদয়তো বইনা ৰূপে পবিত্ৰ আত্মা দি আ- মকি মোহৰ মাৰিলে। ২৩ তোমোলকিক দায়া কৰিএই মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰণিৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছে।। ২৪ আমি তো- মোলাকৰ, বিশ্বাসৰ ওপৰত অধিকাৰ হৈছোঁ, এনে নহয়, কিন্তু তোমে- লাকৰ আনন্দহে সহায় হৈছে; কিয়নো বিশ্বাসৰ দ্বাৰাই তোমোলকি ১৭ ২১ যি থিতি হৈছা। ৪২