পৃষ্ঠা:New Testament in Assamese.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২২ কৰিীলৈ দ্বিতীয় পত্ৰ। নমস্কাৰ কৰিছে। পবিত্ৰ চুমাৰেই তোমোলকি ইজনে সিজনে নমস্কাৰ কৰা। ২১ মই পৌলে আপোন হাতেৰে লিখি নমস্কাৰ জনাইছে। ২২ কোনো যদি প্ৰভু যীশু খীষ্টক প্ৰেম নকৰে, সেই মানুহ শওি পোৱা হক; প্ৰভু আহিছে। ২৩ অমাৰ প্ৰভু য়ীশু খ্ৰীষ্টৰ অনুগৃহ তোমোলাকে সৈতে থা- ২৪ যীশু খ্ৰীষ্টত অশ্ৰিয় কৰা তোমোলাকৰ লগত মোৰ প্ৰেম থা- কোক। [অমেন।] কেকি। কৰিন্থীবিলাকলৈ পৌলে লিখা দ্বিতীয় পত্ৰ। ১ অধ্যায়। ঈশৃবব ইচ্ছাৰে গীশু খ্ৰীষ্টৰ পাচনি পৌল অৰুি ভাই তিম- থি, এই দুয়ো কৰিন্থ নগৰত থকা ঈশ্বৰ মণ্ডলীলৈ, আৰু অখিয়া দেশত থকা সকলো পবিত্ৰ লোকলৈকো পত্ৰ লিখিছে। ২ তোমোলাকলৈ আমাৰ পিতৃ ঈশ্বৰ অৰুি প্ৰভু যীশু খীষ্টৰ অনুগ্ৰহ আৰু কুশল হওক। দায়া কৰা পিতৃ আৰু সকলো সান্তনা দিয়া যি ঈশ্বৰ, অৰ্থাৎ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ, তেওঁ ধন্য হওক। ৪ আৰু অমি ঈশ্বৰৰ পৰা যি সান্তনা পোৱা হওঁ, সেই সান্তনাৰে দূঃখত পৰবিলাককে যেন শান্ত কৰিব পাৰোঁ, এই নিমিত্তে অমিৰি সকলো দুঃখত তেওঁ অমকি সান্ত- না কৰিছে। ৫ যেনেকৈ খীষ্টৰ দুঃখ অধিককৈ অমতি ঘটে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্তনাও অধিক হয়। ৬ এই হেতুকে আমি যদি দুঃখ পোৱা হওঁ, তোমোলাকেও তেনে দুঃখ সহিবলৈ যেন সমৰ্থ হোৱা, তোমোলাকৰ সান্তনা আৰু পৰিত্ৰাণৰ নিমিত্তে অমাৰ সেই দুঃখ পোৱা হয়; নাইবা যদি সান্তনা পাওঁ, সিও তোমোলাকৰ সান্তনা আৰু পৰিত্ৰাণ হোৱাৰ নিমিত্তে হয়। ৭ আৰু তোমোলাক যেনেকৈ দুঃখৰ ভাগী হৈছ। তেনেকৈ সান্তনাৰো ভাগী হব, ইয়াকে জানি তোমোলাকৰ অৰ্থে আমাৰ অশি। থিৰ হৈছে। ৮ হে ভাইবিলাক, অচিয়া দেশত জীৱনৰ অশি নথকা- লৈকে অমাৰ শক্তিৰ বাহিৰে আৰু অপৰিমাণ ৰূপে যি দুঃখৰ ভাৰ আ- মাৰ ওপৰত পৰিল, তোমোলাকে তাক নেজানি থকা আমাৰ ইচ্ছা নাই। ৯ কিন্তু আমি অপেনিতি ভাৰসা নকৰি মৃত্যু লোকক তেলোত। ঈশ্ব- ৰত যেন ভাৰসা কৰোঁ, এই নিমিত্তে আমি আপোনাতে মৃত্যুৰ দণ্ড অজ্ঞ। পোৱা হলে। ১০ এইমান ঘোৰ মৰণৰ পৰা যি জনে আমাক ৰক্ষ।