পৃষ্ঠা:New Testament in Assamese.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধ্যায়। ৩ 8 SO আপোনাৰ লাভ পোৱাৰ দৰে ধন সাঁচি, সপ্তাহৰ প্ৰথম দিন। আপোনাৰ ওচৰত কিছু কিছু ৰাখিবা। পাছে মই অিিহলে যিবিলাকক পঠাবলৈ তোমোলাকে উচিত দেখা, সিবিলাকক পত্ৰ দি সেই দান নিবৰ নিমিত্তে য়িছালমলৈ পঠাই দিম। আৰু ময়ো তালৈ যাবলৈ যদি উচিত দেখ। যাই, তেন্তে সিবিলাক মোৰ লগতে যাব। ৫ মই মাকেদনিয়া দেশে দি যাব লগা হৈছে; সেই দেশে দি যোৱাৰ পাছে তোমোলাকৰ ওচৰলৈ যাম। ৬ তাতে তোমোলাকৰ লগত কিজানি কিছু দিন পলম কৰিম, বা জাৰি- কালিৰ শেষলৈকো থাকিম; পাছে যলৈকে যাত্ৰা কৰে, তলৈকে তোমো- লীকে মোক আগ বহাই থব।। ৭ এতিয়া বাটত যাওঁতে তোমোলকিক দেখা পাবলৈ মন নকৰে; কিন্তু প্ৰভু যদি অনুমতি দিএ, পাছে তোমো- লাকৰ লগত কিছু দিন থাকিবলৈ মোৰ আশা আছে। ৮ তথাপি পঞ্চাশ দিনৰ পৰ্ব্বলৈকে মই এফেচ নগৰত থাকিম; ১ কিয়নো কাৰ্য সিন্ধি কৰাৰ এখনি বৰ দুৱাৰ মোলৈ মুকলি হৈছে; অৰুি অনেক বিৰোধ কৰাবিলাকে। আছে। তিমথি যদি তোমোলাকৰ ওচৰলৈ আহে, তেও নিৰ্ভয়েৰে তোমোল- কৰ লগত যেন থাকে, এই কথালৈ মন কৰ1; কিয়নো মই যেনেকৈ, তেৰো তেনেকৈ প্ৰভুৰ কৰ্মত যতন কৰি আছে। ১১ এই হেতুকে কোনেও তেওঁক অনাদৰ নকৰোক; কিন্তু মোৰ কোষলৈ যেন অহে, তোমোলাকে তেওঁক কুশলে আগ বহাই দিবা; ভাইবিলাকৰ লগত তেওঁ তহালৈ মই বাট চাই আছে। ১২ অমাৰ ভাই আপিলোৰ কথাত হলে, তোমোলাকৰ ওচৰলৈ যাবলৈ তেওঁক ভালেমান মিনতি কৰিলে, কিন্তু এতিয়া যাবলৈ তেওঁৰ কো- নো ৰূপে ইচ্ছা নাই; তথাপি শুভকাল পালে তেওঁ যাব। ১৩ তোমোল- কে পৰ দি বিশ্বাস থিৰ হোৱা; পুৰুষালী গুণৰে প্ৰতি বলৱন্ত হোৱা। ১৪ আৰু তোমোলাকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। ১৬ হে ভাইবিলাক, স্তিফনিব পৰীয়াল অখায়। দেশৰ প্ৰথম ফল হয়, আৰু সিবিলাকে পবিত্ৰ লোক সেৱাত মন দি থাকে, ইয়াক তোমোলাকে জানা। ১৬ এই হেতুকে তোমোলাকে এনেকুৱা মানুহৰ, অৰু আমাৰ সহায় হৈ লগত শ্ৰম কৰা সকলোবিলাকৰো বশ হোৱা, মই মিনতি কৰিছে॥ ১৭ স্তিফান। অৰুি ফনীত আৰু অখাইক ইয়ালৈ অহাত, মোৰ আনন্দ হৈছে; কিয়নো তোমোলাকৰ যি টুটা অছিল, তাকে সিবিলাকে সম্পূৰ্ণ ১৮ সিবিলাকে মোৰ আৰু তোমোলাকৰো মন সন্তোষ কৰিলে; এই হেতুকে তোমোলাকে এনেকুৱা লোকক সন্মান কৰিবা। ১৯ আচিয়া দেশৰ মণ্ডলীবিলাকে তোমোলাকক নমস্কাৰ কৰে। অকুল আৰু প্ৰিস্কিল অৰুি সিবিলাকৰ ঘৰত থকা মণ্ডলীএ প্ৰভুত আশ্ৰয় লোৱা তোমোলাকত বহু নমস্কাৰ জনাইছে। ২০ সকলো ভাইবিলাকে তোমোলাকক কৰিলে।