পৃষ্ঠা:New Testament in Assamese.djvu/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিীলৈ প্ৰথম পত্ৰ। 89 এবিধ কান্তি, চন্দ্ৰৰো এবিধ, তৰবিলাকৰো এবিধ; আৰু তৰবিলাকৰ মা- ঝতো এক তৰাতকৈ অনি তৰাৰ পৃথক কান্তি হয়। ৪২ সেই ৰূপে মৃত্যু লোকৰ উঠানো হব। শীল বিনাশী হৈ ৰোৱা হয়, কিন্তু অবিনাশী হৈ উঠে; ৪৩ তামৰ্যতা ৰূপে ৰোৱা হয়, মৰ্যতাৰে উঠে; দুৰ্বল হৈ ৰোৱা হয়, বলৱন্ত হৈ উঠে; ৪৪ সংসাৰিক শীল ৰোৱা হৈছে; কিন্তু স্বৰ্গীয় শাল হৈ উঠে। সংসাৰিক শৰীল আছে; স্বৰ্গীয় শৰীলে। আছে; ৪৫ তাতে এই ৰূপ লিখা আছে, প্ৰথম মানুহ আদিমক জীয়া প্ৰাণী কৰা হৈছিল; কিন্তু শেষৰ অদিম জীৱন দিয়া স্বৰ্গীয় অত্মিা হৈছে। ৪৬ তথাপি প্ৰথমতে স্বৰ্গীয় জন নহয়, সংসাৰিক জন প্ৰথম হৈছিল; পাছেহে স্বৰ্গীয় জন। প্ৰথম মানুহ সংসাৰৰ পৰা সংসাৰিক হৈছিল, দ্বিতীয় মানুহ স্বৰ্গৰ পৰা [প্ৰভু হয়। ৪৮ স’ সাৰিক জন যেনে হৈছিল, সংসাৰীবিলাকো তেনে হৈছে; স্বৰ্গীয় জন যেনে, স্বগীয়বিলাকো তেনে হব। ৪১ আৰু আমি যেনেকৈ সংসাৰিক মানু- হৰ অকাৰেৰে যুগত হলো, সেই ৰূপে স্বগীয় জনৰো আকাৰেৰে যুগত হম। ৫ ০ হে ভাইবিলাক, মই ইয়াকে তোমোলকিত কৈছে, মঙ্গহ তেজেৰে যুগত হোৱা মানুহে ঈশ্বৰৰ ৰাজ্যৰ ভাগী হব নোৱাৰে; বিনাশীটো অবিনা- শৰ ভাগী হব নোৱাৰে। ৫১ দেখা, মই তোমোলকিত এটা গোপনীয় কথা বুঝাওঁ; আমি সকলোএ মহা নিদ্ৰা পেৱিা নহম, কিন্তু যেতিয়া শেষৰ ভেঁৰীৰ বাদ্য উঠিব, তেতিয়া একে তিলেকত চকুৰ প্ৰচাৰতে আন ৰূপ ধৰা হম। ৫২ কিয়নো ভেঁৰী বাজিব, আৰু মৃত্যু লোকবিলাক অবিনাশী হৈ উঠিব, অৰু আমি অনি ৰূপ ধৰ। হম। ৫৩ এই বিনাশী শীল অবিনাশেৰে ভূষিত হব, আৰু এই মত্ত শৰীল অমৰণেৰে ভূষিত হব। কে যেতিয়া এই বিনাশী শৰীল অবিনাশেৰে ভূষিত হয়, আৰু এই মত্ত শৰীল যেতিয়া অমৰণেৰে ভূষিত হয়, তেতিয়া এই লিখা বচন সিন্ধি হব, যয়ে মৃত্যুক গিলি খোৱা হল। ৫৫ হে মৃত্যু, তোমাৰ হুল কত? হে মৈদাম, তোমাৰ জয় কত? ৫৬ মৃত্যুৰ হুল পপি, আৰু পাপৰ বল বিধান; ৫৭ কিন্তু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে অমিক যে জয় কৰাই, তেওঁলৈ ৫৮ এই হেতুকে, হে মোৰ প্ৰিয় ভাই সকল, প্ৰভুৰ সেৱা- তে তোমোলাকৰ পৰিশ্ৰম বিফল নহয়, ইয়াকে জানি তোমোলাকে থিৰ অৰুি অলৰ হৈ, প্ৰভুৰ কৰ্মত সদাই উৎসাহী হৈ থাকিব। ৫৪ এই হেতু ধন্যবাদ হওক। ১৬ অধ্যায়। গলাতীয় দেশৰ মণ্ডলীবিলাকক পবিত্ৰ লোকৰ নিমিত্তে দান তোলা তুলি কৰিবলৈ যেনেকৈ অজ্ঞা দিলো, তেনেকৈ তোমোলাকেও কৰিব। ২ মই অহা কালত যেন একো তোলা নহয়, এই নিমিত্তে তোমোলাকৰ প্ৰতি জনে