পৃষ্ঠা:New Testament in Assamese.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ অধ্যায়। ২ ০ ২৪ কিন্তু এতিয়া খীষ্টে মণৰ পৰা উঠি, নিদ্ৰিত হোৱা লোকৰ প্ৰথম জন্ম। ফল হৈছে। ২১ মনুষ্যৰ দ্বাৰাই মণ যেনেকৈ হৈছিল, তেনেকৈ মনু- য্যৰ দ্বাৰাই মৃত্যু লোক উঠানো হয়। ২২ অদিমৰ দ্বাৰাই সকলো যেনে- কৈ মৰ্ণৰ অধীন হৈ আছে, সেই ৰূপে খীষ্টৰ দ্বাৰাই সকলোকে জীব। হব। ২৩ কিন্তু প্ৰতি জনে আপোনাৰ ক্ৰমে উঠে; প্ৰথম জন্ম। ফল খীষ্ট, পাছে তেওঁ অহা কালত খীষ্টত আশ্ৰয় কৰা লোক। তাৰ পাছে তেওঁ সকলো অধিকাৰ, সকলো শক্তি, আৰু পৰাক্ৰম বশ কৰা হৈ, যেতিয়া অ- পোনাৰ পিতৃ ঈশ্বৰক ৰাজ্য সোধাই দিব, তেতিয়া শেষ হব। ২৫ কিয়নে। যেতিয়ালৈকে খীষ্টে সকলে। শত্ৰু আপোনাৰ চৰ্ণৰ তলত বশ নকৰে, তে- তিয়ালৈকে তেওঁ ৰাজ্য শাসন কৰিব। ২৬ পাছে শেষৰ শত্ৰু যি মৃত্যু, তাকে বিনাশ কৰা হব। ২৭ কিয়নো তেওঁৰ চৰণৰ তলত ঈশ্বৰে সকলো- কে বশ কৰিলে। সকলোকে তেওঁৰ তলত বশ কৰিলে, এই কথা কোৱাত, যি জনে সকলোকে তেওঁৰ তলত বশ কৰিলে, সেই জনক সিবিলাকৰ মাঝত লেখা নহয়, ইয়াকে প্ৰকাশ ৰূপে বুঝা যাই। ২৮ আৰু সকলোকে তেওঁৰ অধীন কৰা হলত, তেতিয়া যি জনে সকলোকে পুত্ৰৰ বশ কৰিলে, পুত্ৰ আপুনিও তেওঁৰ অধীন হব, তাতে ঈশ্বৰ সকলতো সকলো হব। ২৯ আৰু যদি মৃত্যু লোকৰ উঠান নাই, তেন্তে যিবিলাক মৃত্যু লোকলৈ বুৰ দিওবা হয়, সিবিলাকে কি কৰিব? আৰু মৃত্যু লোকলৈ সিবিলাক কিয় বুৰ দিওৱা হৈছে? অৰু অমিও কিয় ভাৰে উৰে প্ৰাণৰ সংশয়ত থাকি আছে? ৩১ আমাৰ প্ৰভু যীশু খীষ্টত তোমোলাকৰ নিমিত্তে মেৰি যি অনিন্দ, তাৰেও মই নিশ্চয়ে বোলে, দিনে দিনে মৃত্যুৰ দুঃখ পাওঁ। ৩২ যদি মৃত্যু লোক মুঠে, তেন্তে মই এফেচ নগৰত মানুহৰ দৰে বনৰীয়া জন্তুএ সৈতে যুদ্ধ কৰাত মোৰ কি লাভ? আহা, ভোজন পান কৰোহক, কাইল মৰিম। ৩৩ তো- মোলাক ভুল নহব; দুষ্টৰ অলিপে সজ অচিৰ নষ্ট কৰে। সাৰ পোৱা হৈ পপি কৰ্ম নকৰিবা; কিয়নো ঈশ্বৰৰ কথাত তোমোলাকৰ কোনো কোনোৰ জ্ঞান নাই, এই কথা তোমোলাকৰ লজিলৈ কওঁ। ৩৫ কোনো মানুহে বুলিব, মৃত্যু লোকৰ উঠান কেনে ৰূপে হব? অৰু সিবিলাক কেনে শীলেৰে বা আহিব? ৩৬ হে অজ্ঞানী, তুমি যি কঠিয়া বৈছা, সি নমৰিলে নগজে; ৩৭ আৰু পাছে যি ডাল গা ওলাব, তাক তুমি বোৱা নহয়; গেম হওক বা অনি কোনো ধানেই হওক, গুটি মাথোন বৈছা; ৩৮ তীতে ঈশ্বৰে আপোনাৰ ইচ্ছাৰে গা দি, গটিএ পতি আপোন আপোন গাৰে ভুষিত কৰে। ৩৯ সকলো শীল একে ৰূপ শৰীল নহয়; মানুহৰ হওক, বা পহুৰ, চৰাইৰ, বা মাছৰে হওক, বেলেগ বেলেগ ৰূপ শৰীল আছে। ৪০ অকিশিত থকা বস্তু আৰু পৃথিবীতে। থকা বস্তু আছে; কিন্তু স্বৰ্গত থকা বস্তৰ এক কান্তি, পৃথিবীত থকা বৰো অনি ৰূপ কান্তি আছে। সূৰ্যৰ ৩৪ ধৰ্মলৈ ৪১